Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Spice : জানেনে মছলাই কমাব পাৰে আপোনাৰ ওজন !

publisher by publisher
November 27, 2022
in Lifestyle, Health
Reading Time: 1 min read
0
Spice : জানেনে মছলাই কমাব পাৰে আপোনাৰ ওজন !

Composition with different spices and herbs

2
SHARES
23
VIEWS
ShareShareShareShare

Spice :

খাদ্য তৈয়াৰ কৰিবলৈ আৰু খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ আমি নানা ধৰণৰ মছলা ব্যৱহাৰ কৰো। আমি ব্যৱহাৰ কৰা এইবোৰ মছলাত আছে চমৎকাৰ ঔষধিগুণ। মছলাই কেৱল খাদ্যৰ স্বাদ আৰু ঘ্রাণেই নকৰে, লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মেটাবলিজমো বৃদ্ধি কৰে। ফলত বহু মছলাই আমাৰ ওজন নিয়ন্ত্রণতো বিশেষভাবে সহায় কৰে। কি কি মছলাই ওজন হ্রাসত সহায় কৰে জানেনে?

ADVERTISEMENT

জিৰা

RelatedPosts

Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ

Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

Diabetes : ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

বদহজম, পেট ফোলা আৰু খোৱাত অৰুচি সমস্যাত জিৰা অতি উপকাৰী। অৰ্শৰোগৰ সমস্যাত মিছিৰিৰ স’তে জিৰা মিহলাই খালে উপকাৰ পোৱা যায়। নিয়মিতৰূপে জিা খালে ওজন কমে। বেছি খাদ্য খোৱাৰ ফলত হোৱা অস্বস্তিৰ পৰা জিৰা পানীয়ে সকাহ দিয়ে।

download 4 2ইলাচি

ইলাচিত আছে টর্পিন, টপিনিনোল, ছিনিওল, এচিটেট, টপিনিল আদি নানা ধৰণৰ ৰাসায়নিক উপাদান। এই সকলোবোৰ উপাদান শৰীৰৰ চর্বি নাশত অতিশয় উপকাৰী। ফলত শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব নোৱাৰে।

images 4 6চফগুটি

যিকোনো বিয়া-সবাহত তামোলৰ স’তে চফগুটি দিয়াৰ পৰম্পৰা আছে। এই চফগুটি আমাৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। ই যকৃতৰ সুস্থতাৰ বাবেও উপকাৰী। ইয়াৰ উপৰি চফগুটি মাউথ ফ্রেশ্বনাৰ ৰূপেও অতি কাৰ্যকৰী। এইবিধ মছলাই ক্ষুধাবোধ হ্রাস কৰে। ফলত স্বাভাৱিকভাৱে ওজন নিয়ন্ত্রণত থাকে।

images 6 5দালচিনি

ওজন কমোৱাত দালচিনিও অতি কাৰ্যকৰী। দালচিনি নিয়মিতৰূপে খালে ক্ষুধাৰ তাড়না কমে। কেৱল সেয়াই নহয়, দালচিনিয়ে শৰীৰত জমা হোৱা মেদ নাশ কৰাতো সহায় কৰে। শৰীৰৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেয়ে মধুমেহৰ ৰোগীৰ বাবে দালচিনি অতি উপকাৰী।ইয়াৰ উপৰি পেটৰ ৰোগ, ইনফ্লুৱেঞ্জা, টাইফয়েড, যক্ষ্মা আৰু কৰ্কট প্ৰতিৰোধতো দালচিনি অতি কাৰ্যকৰী।

download 2 2

কেঁচা জলকীয়া

কেঁচা জলকীয়াত থাকে একজেলিক এচিড, কিউনিক এচিড, এমিন’ এচিড, এস্কার্বিক এচিড, ছািিনক এচিড, চিকিমিক এচিড, ফ’লিক এচিড, চাইট্রিক এচিড, মেলিক এচিড, মেলানিক এচিড, আলফা-এমিন, কেন্সিডিনা, কে’টিন্স, ক্রিপ্টোকেনচিন, ফ্লেভনয়েড্‌ছ প্রভৃতি। এইবোৰ উপাদানে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। লগতে কেঁচা জলকীয়াৰ কেপচিচিন উপাদানে ক্ষুধাও নিয়ন্ত্ৰণ কৰে। গৱেষণাত দেখা গৈছে যে কেঁচা জলকীয়াই মেটাবলিজম বৃদ্ধি কৰি অতিৰিক্ত কেলৰি নাশ কৰাত সাহায্য কৰে।

download 1 6হালধি,

হালধিক অন্যতম মহৌষধি বুলিয়ে কোৱা হয়। হালধিৰ বিশেষ গুণটো হৈছে ই চর্বি কোষ সৃষ্টি হ’বলৈ নিদিয়ে। ফলত ওজন নিয়ন্ত্রণত থাকে।

download 3 3

আদা

আদাতো অনেক ঔষধি গুণ আছে। পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আদা অতি উপকাৰী। ই পাচনতন্ত্ৰত জমা হৈ থকা খাদ্য পৰিষ্কাৰকৰি দিয়াৰ ফলত চর্বি জমা হ’ব নোৱাৰে ৷ চৰ্বি জমা নহ’লে স্বাভাৱিকৰূপেই ওজন নিয়ন্ত্ৰণত থাকিব৷ ইয়াৰ উপৰি আদাৰ ৰসে শৰীৰত জমা হৈ থকা চর্বি দূৰ কৰাতো সহায় কৰে।

download 5 2

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BenefitsCinnamonCuminElaichiGingerHealthTurmeric
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: