Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Spice : জানেনে মছলাই কমাব পাৰে আপোনাৰ ওজন !

publisher by publisher
November 27, 2022
in Lifestyle, Health
Reading Time: 1 min read
0
Spice : জানেনে মছলাই কমাব পাৰে আপোনাৰ ওজন !

Composition with different spices and herbs

3
SHARES
27
VIEWS
ShareShareShareShare

Spice :

খাদ্য তৈয়াৰ কৰিবলৈ আৰু খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ আমি নানা ধৰণৰ মছলা ব্যৱহাৰ কৰো। আমি ব্যৱহাৰ কৰা এইবোৰ মছলাত আছে চমৎকাৰ ঔষধিগুণ। মছলাই কেৱল খাদ্যৰ স্বাদ আৰু ঘ্রাণেই নকৰে, লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মেটাবলিজমো বৃদ্ধি কৰে। ফলত বহু মছলাই আমাৰ ওজন নিয়ন্ত্রণতো বিশেষভাবে সহায় কৰে। কি কি মছলাই ওজন হ্রাসত সহায় কৰে জানেনে?

ADVERTISEMENT

জিৰা

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

বদহজম, পেট ফোলা আৰু খোৱাত অৰুচি সমস্যাত জিৰা অতি উপকাৰী। অৰ্শৰোগৰ সমস্যাত মিছিৰিৰ স’তে জিৰা মিহলাই খালে উপকাৰ পোৱা যায়। নিয়মিতৰূপে জিা খালে ওজন কমে। বেছি খাদ্য খোৱাৰ ফলত হোৱা অস্বস্তিৰ পৰা জিৰা পানীয়ে সকাহ দিয়ে।

download 4 2ইলাচি

ইলাচিত আছে টর্পিন, টপিনিনোল, ছিনিওল, এচিটেট, টপিনিল আদি নানা ধৰণৰ ৰাসায়নিক উপাদান। এই সকলোবোৰ উপাদান শৰীৰৰ চর্বি নাশত অতিশয় উপকাৰী। ফলত শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব নোৱাৰে।

images 4 6চফগুটি

যিকোনো বিয়া-সবাহত তামোলৰ স’তে চফগুটি দিয়াৰ পৰম্পৰা আছে। এই চফগুটি আমাৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। ই যকৃতৰ সুস্থতাৰ বাবেও উপকাৰী। ইয়াৰ উপৰি চফগুটি মাউথ ফ্রেশ্বনাৰ ৰূপেও অতি কাৰ্যকৰী। এইবিধ মছলাই ক্ষুধাবোধ হ্রাস কৰে। ফলত স্বাভাৱিকভাৱে ওজন নিয়ন্ত্রণত থাকে।

images 6 5দালচিনি

ওজন কমোৱাত দালচিনিও অতি কাৰ্যকৰী। দালচিনি নিয়মিতৰূপে খালে ক্ষুধাৰ তাড়না কমে। কেৱল সেয়াই নহয়, দালচিনিয়ে শৰীৰত জমা হোৱা মেদ নাশ কৰাতো সহায় কৰে। শৰীৰৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেয়ে মধুমেহৰ ৰোগীৰ বাবে দালচিনি অতি উপকাৰী।ইয়াৰ উপৰি পেটৰ ৰোগ, ইনফ্লুৱেঞ্জা, টাইফয়েড, যক্ষ্মা আৰু কৰ্কট প্ৰতিৰোধতো দালচিনি অতি কাৰ্যকৰী।

download 2 2

কেঁচা জলকীয়া

কেঁচা জলকীয়াত থাকে একজেলিক এচিড, কিউনিক এচিড, এমিন’ এচিড, এস্কার্বিক এচিড, ছািিনক এচিড, চিকিমিক এচিড, ফ’লিক এচিড, চাইট্রিক এচিড, মেলিক এচিড, মেলানিক এচিড, আলফা-এমিন, কেন্সিডিনা, কে’টিন্স, ক্রিপ্টোকেনচিন, ফ্লেভনয়েড্‌ছ প্রভৃতি। এইবোৰ উপাদানে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। লগতে কেঁচা জলকীয়াৰ কেপচিচিন উপাদানে ক্ষুধাও নিয়ন্ত্ৰণ কৰে। গৱেষণাত দেখা গৈছে যে কেঁচা জলকীয়াই মেটাবলিজম বৃদ্ধি কৰি অতিৰিক্ত কেলৰি নাশ কৰাত সাহায্য কৰে।

download 1 6হালধি,

হালধিক অন্যতম মহৌষধি বুলিয়ে কোৱা হয়। হালধিৰ বিশেষ গুণটো হৈছে ই চর্বি কোষ সৃষ্টি হ’বলৈ নিদিয়ে। ফলত ওজন নিয়ন্ত্রণত থাকে।

download 3 3

আদা

আদাতো অনেক ঔষধি গুণ আছে। পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আদা অতি উপকাৰী। ই পাচনতন্ত্ৰত জমা হৈ থকা খাদ্য পৰিষ্কাৰকৰি দিয়াৰ ফলত চর্বি জমা হ’ব নোৱাৰে ৷ চৰ্বি জমা নহ’লে স্বাভাৱিকৰূপেই ওজন নিয়ন্ত্ৰণত থাকিব৷ ইয়াৰ উপৰি আদাৰ ৰসে শৰীৰত জমা হৈ থকা চর্বি দূৰ কৰাতো সহায় কৰে।

download 5 2

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsCinnamonCuminElaichiGingerHealthTurmeric
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d