Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

publisher by publisher
December 1, 2022
in News, International
Reading Time: 3 mins read
0
Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—
2
SHARES
24
VIEWS
ShareShareShareShare

Polygamy :

ব্ৰাজিলৰ মডেল আৰ্থাৰ ও উৰচো । প্ৰথমবাৰৰ বাবে ২০২১ চনত আন্ত:জাৰ্তিক খবৰৰ শিৰোনাম দখল কৰিছিল এই মডেল যুৱকজনে । আৰ্থাৰে একেলগে ন গৰাকীকৈ যুৱতীক বিয়া কৰাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

ADVERTISEMENT

0 PAY Man with EIGHT wives now plans to have KIDS and says its first come first served as one partne 1উল্লেখ্য যে , ব্ৰাজিলৰ এটা চাৰ্চত আৰ্থাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰিছিল । নিজৰ এই বহুগামী সম্পৰ্কক মহা ধুমধামেৰে উদযাপন কৰি আৰ্থাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল ।

RelatedPosts

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Pele’s Wake Ceremony : উৰেনিশা উজাগৰে থাকিল ব্ৰাজিল !

Brazil – Argentina : ২৩ জানুৱাৰীত মুখামুখি হ’ব ব্ৰাজিল-আৰ্জেন্টিনা

images 2ন গৰাকী পত্নীক লৈ সংসাৰ কৰা আৰ্থাৰক অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী পত্নীয়ে এৰি থৈ যায় । আতৰি যোৱা পত্নীগৰাকীয়ে প্ৰথমে এই বহুগামী বিবাহত সন্মতি প্ৰদান কৰিছিল যদিও পিছত এই সম্পৰ্কক লৈ মোহভংগ হয় আৰু আৰ্থাৰক এৰি দিয়াটোকে ঠিৰাং কৰে ।

0f863839 491d 4ca9 9959 a2a3250dcab5ইয়াৰ পিছত আৰ্থাৰে আঠ গৰাকী পত্নীলৈ এই বৃহৎ সংসাৰখন আগবঢ়াই নিছিল । এই বৃহৎ পৰিয়ালটো ৰাখিবৰ কাৰণে আৰ্থাৰে ব্ৰাজিলৰ জোঁ পেচ’ৰা চহৰত এটা প্ৰাসাদোপম অট্টালিকা সাজি উলিয়াইছে । এই ৩৬ বছৰীয়া আৰ্থাৰে আঠ গৰাকী স্ত্ৰীক লৈ সুখৰ সংসাৰ কৰি আছিল যদিও বৰ্তমান এই বৃহৎ সংসাৰখনলৈ যেন অশান্তিৰ ছায়া নামি আহিছে ।

f0759b5c f134 4d14 b912 e7c60f25760fখবৰ অনুসৰি , সম্প্ৰতি এই আঠ পত্নীৰ মাজৰে চাৰি গৰাকী পত্নীয়ে আৰ্থৰৰ লগত বিবাহ বিচ্ছেদ কৰিছে । উভয়পক্ষৰ মাজত বহুগামী সম্পৰ্ক , দৈনন্দিন দিনযাপন সংক্ৰান্তৰ না-না বিষয়ৰ মতবিৰোধ হোৱাৰ বাবেই তেওঁলোকে এই সম্পৰ্কৰ পৰা মুক্তি বিচাৰে । অৱশ্যে উভয়পক্ষৰ সন্মতি সাপেক্ষে এই বিবাহ বিচ্ছেদ সম্পন্ন হয় ।

downloadএই বিষয়ত আৰ্থাৰে কয় যে , এই মূহুৰ্তত তেওঁৰ পত্নী মাত্ৰ চাৰিজনী । তেওঁৰ লগতে এই চাৰি পত্নী বৰ্তমান ব্ৰাজিলৰ সেই বিশাল ঘৰখনত বাস কৰিছে ।

images 3এই বিষয় লৈ বহুবাৰ সাংবাদিকে সাক্ষাৎকাৰ লৈছিল আৰ্থাৰৰ । তেওঁৰ বহুগামী জীৱনক লৈ সকলোৰে থকা কৌতুহলৰ বাবে আৰ্থাৰে কৈছিল যে , একাধিক পত্নীৰ লগত এনেকৈ জীৱন নিৰ্বাহ কৰাটো সকলোৰে লগত মিলি থকাটো ইমানো কঠিন নহয়।

722f9b9aa5কিন্তু আৰ্থাৰৰ চাৰি পত্নীৰ লগত কিয় বিচ্ছেদ হ’ল ? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছিল যে ,প্ৰথম অৱস্থাত এই বহুগামী বৈবাহিক সম্পৰ্ক স্থাপন কৰোতে না-না কথা শুনিবলগীয়া হৈছিল ।

1326242 fotojet 2022 04 05t210627.598তেওঁৰ পত্নীসকলক সকলোৱে ঠাট্টা কৰিছিল আৰু যেতিয়া এই কথাবোৰ শুনো মনটো অত্যন্ত বেয়া হৈ গৈছিল । সমাজৰ এনে সমালোচনাৰ মাজত নিজৰ জীৱনটোত জীয়াই থকাটো যথেষ্ট সন্দিহান হৈ উঠিছিল ।

images 9তেনে সময়ত তেওঁ পত্নীসকলৰ লগত সকলো কথা আলোচনা কৰি এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছিল । এনেদৰে আলোচনাৰ মাধ্যমেৰে তেওঁ চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

oito3আৰ্থাৰে আৰু কৈছিল ,’’ আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল । শান্তিৰে আমি এই সম্পৰ্কৰ অৱসান কৰিছিলো । প্ৰত্যেকে প্ৰত্যেকৰ লগত অনুভূতিৰ ভাগ-বতৰা কৰিছিলো । মুক্ত ভালপোৱাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ এনেদৰেই হোৱা উচিত।‘’

images 6

চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ আৰ্থাৰে বিচাৰিছিলেনে ? আচলতে আৰ্থাৰে বহুবাৰ এই প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল । প্ৰতিবাৰে অৱশ্যে একেটাই উত্তৰ আছিল যে , তেওঁ কেতিয়াও এগৰাকী পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে ।

0 Jam Press JMP190350তেওঁক একাধিক সংগীৰ প্ৰয়োজন । এনে সময়ত আৰ্থাৰে নিশ্চয়কৈ নতুন সংগীৰ অনুসন্ধান কৰিছিল । কিন্তু পুনৰ বিয়া কৰাবলৈ তেওঁ প্ৰস্তুত হয় নে নহয় , সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাছিল এই ব্ৰাজিলিয়ান মডেলজনে । কিন্তু বিবাহ নকৰালেও আৰ্থাৰৰ সংগীৰ যে প্ৰয়োজন সেইকথা তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ।

images 8কেৱল বহুগামী সম্পৰ্কৰ বাবেই নহয় , সংগী বিচৰাৰ অন্য এটা কাৰণো আছিল তেওঁৰ । আৰ্থাৰে কৈছিল ,তেওঁৰ বিশাল ঘৰটো সকলো সময়তে পৰিপূৰ্ণ হৈ থকটো তেওঁ বিচাৰে । যিহেতু এই বিশাল ঘৰটোত এটা এটা কোঠাত বৃহৎ আকাৰৰ বিছনা আছে । বিবাহ বিচ্ছেদৰ পিছত এই সকলো বিছনা খালী হৈ পৰিল ।

images 7

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arthur O UrsoBrazilModelPolygamy
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d