Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

Horoscope : দিনটোৰ ৰাশিফল

publisher by publisher
December 3, 2022
in Spirituality
Reading Time: 1 min read
0
Horoscope:দিনটোৰ ৰাশিফল
1
SHARES
10
VIEWS
ShareShareShareShare

Horoscope :

মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোন সংযোগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযোগ। বিবাহৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৭।

ADVERTISEMENT

বৃষ : পুৱা ১০টাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল। আৰ্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্ৰেমত বাধা। দাম্পত্যত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

RelatedPosts

Horoscope : দিনটোৰ ৰাশিফল

Horoscope : দিনটোৰ ৰাশিফল

Horoscope : দিনটোৰ ৰাশিফল

মিথুন : গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্রমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। ধনত ভাল। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কর্কট : কর্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব। মামলা-মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা নাৰীৰ শুভ দিন। বিদ্যাত যত্ন কৰক। শুভ ৰং বগা, শুভ সংখ্যা ১।

সিংহ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আৰ্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্ৰেমত আৱেগিকতা বর্জনীয়। পিতাৰ আৰোগ্য লাভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

কন্যা : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

তুলা : আৰ্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব। প্ৰেমত দুঃশ্চিন্তা। ঘৰুৱা মজলীয়া। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।

বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কর্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। আর্থিকত মজলীয়া অগ্রগতি। নিবনুৱা শুভ। শুভ ৰং সোণালী, শুভ সংখ্যা-৮।

ধনু : নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভ কৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ক্রীম, শুভ সংখ্যা ১।

মকৰ : ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ল’ব। শুভ ৰং বগা, শুভ সংখ্যা ৭।

কুম্ভ :কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। বিদ্যাৰ্থীৰ বাবে দিনটো বেয়া নহ’ব। প্ৰেমত প্ৰণয়ত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ২।

মীন : কোনো সংবাদত মিশ্ৰত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাতো ভালে নাযাব। দাম্পত্যত ভবা মতে সুখী নহ’ব। শৰীৰ মধ্যম। শুভ ৰং চকলেট ৰং, শুভ সংখ্যা ৮।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Horoscopetoday
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: