Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gold Atm In Hyderabad : টকাৰ পাছত এইবাৰ এটিএমৰ পৰা ওলাব সোণ !

publisher by publisher
December 6, 2022
in India, News
Reading Time: 1 min read
0
Gold Atm In Hyderabad : টকাৰ পাছত এইবাৰ এটিএমৰ পৰা ওলাব সোণ !
1
SHARES
5
VIEWS
ShareShareShareShare

Gold Atm In Hyderabad :

এটিএমৰ পৰা টকা,গাখীৰ ,পানী আৰু শস্য ওলোৱাৰ বিষয়ে আপুনি নিশ্চয় জ্ঞাত ৷ কিন্ত এইবাৰ এটিএমৰ পৰা ওলাব সোণ৷

ADVERTISEMENT

ক’ত এই ব্যৱস্থা কৰা হৈছে জানো আহক৷ দেশৰ প্ৰথমটো গল্ড এটিএম মুকলি হ’ল তেলেংগানাৰ নিজামৰ চহৰ হাইদৰাবাদত ৷ এতিয়া এনে সুবিধাৰ জৰিয়তে আপুনি ৰিয়েল টাইম গল্ড এটিএমৰ পৰা উলিয়াব পাৰিব সোণৰ মুদ্ৰা ৷

RelatedPosts

খুচৰো সংকট দূৰ কৰিবলৈ নতুন উদ্যোগ

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

Elon Musk’s Starlink:ভাৰতত অচিৰেই আৰম্ভ হ’ব ‘ষ্টাৰলিংক’ৰ ইণ্টাৰনেট সেৱা

071e1284 177a 418b af57 b4f554f63171উল্লেখ্য যে সোণ ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়ত জড়িত দেশৰ প্ৰখ্যাত সোণ বিক্ৰেতা গোষ্ঠী গোল্ডচিকাৰ চিইঅ’ চি তৰুজৰ সদৰি কৰা মতে, দিনটোৰ ২৪ ঘণ্টাই উপলব্ধ হোৱা এই ৰিয়েল টাইম এটিএম ব্যৱহাৰ কৰি গ্ৰাহকে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। একেদৰে এই এটিএমত সোণৰ মূল্য পোনপতীয়াকৈ আপডেট দিয়া হ’ব।

e2d54a02 c187 4fb3 8f52 98e3b15db85cগল্ড কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া তৰুজৰে উল্লেখ কৰা মতে শীৰ্ঘে তেলেংগানা কৰিমনগৰ, ৱাৰংগল আৰু পেড্ডাপল্লী, ৱাৰংগলতো গল্ড এটিএম উপলব্ধ হ’ব । সমগ্ৰ ভাৰতত প্ৰায় ৩,০০০ টা গল্ড এ টি এম অহা দবছৰৰ ভিৰতত স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীত গাখীৰ এটি এম, উত্তৰ প্ৰদেশত মিনাৰেল ৱাটাৰ এ টি এম,শেহতীয়াকৈ দেশৰ প্ৰথমটো সেউজ এ টি এম মুকলি হয় হাৰিয়ানাৰ ওদ্যোগিক চহৰ গুৰগ্ৰামত ৷

হাৰিয়ানাৰ উপ- মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাই শস্য এ টি এম টো মুকলি কৰি মন্তব্য কৰিছিল যে চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰা গ্ৰাহক সকলে এই ব্যৱস্থাৰ জৰিয়তে খাদ্য সামগ্ৰী কিনিব পাৰিব৷জোখ-মাখৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা উদ্থাপিত অভিযোগ ক্ৰমাৎ নাইকীয়া হ’ব বুলি বুলি বিশ্বাস কৰে উপ- মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ATMgoldHyderabadindia
publisher

publisher

Related Posts

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d