Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ajmal Foundation : সৰ্বভাৰতীয় পৰ্য্যায়ত উজলি উঠিল আজমল !

আজমল ফাউণ্ডেচনে আজুৰি আনিলে সোণৰ বঁটা আৰু আনটো ব্ৰঞ্জৰ বঁটা

publisher by publisher
December 8, 2022
in India, News
Reading Time: 2 mins read
0
Ajmal Foundation : সৰ্বভাৰতীয় পৰ্য্যায়ত উজলি উঠিল আজমল !
6
SHARES
59
VIEWS
ShareShareShareShare

Ajmal Foundation :

নতুন দিল্লীৰ অনুষ্ঠিত নৱম চি.এছ. আৰ সন্মিলন বঁটা-২০২২ নামৰ বিশেষ অনুষ্ঠান আয়োজন কৰা হয় । “ৰাষ্ট্ৰ নিৰ্মাণত চি.এছ.আৰৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত হৈছিল আলোচনা , অৱশেষত দিল্লীৰ National CSR Summit & CSR TIMES এই আজমল ফাউণ্ডেচনক প্ৰদান কৰিলে দুটাকৈ বঁটা ।

WhatsApp Image 2022 12 08 at 17.29.12এটা সোণৰ আৰু আনটো ব্ৰঞ্জৰ । শৈক্ষিক জগতত আজমল সুপাৰ ৪০ পদক্ষেপত সোণৰ বঁটা আৰু আজমল জীৱিকা নিৰ্বাহ আচঁনিত ব্ৰঞ্জৰ বঁটা |

ADVERTISEMENT

অসমজুৰি খ্যাতি লাভ কৰা হোজাইৰ অগ্ৰণী সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচনে শৈক্ষিক ক্ষেত্ৰখনত এক নৱজাগৰণ সূচনা কৰি চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও আজমল ছুপাৰ ৪০ৰ জৰিয়তে ইতিহাস সৃষ্টি কৰাত সোণৰ বঁটাৰে সন্মানিত কৰা হয় আজমল ফাউণ্ডেচনক ।

RelatedPosts

10 richest candidates in assam assembly elections:অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা শীৰ্ষৰ ১০ ধনী প্ৰাৰ্থী

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

Asaduddin Owaisi:অসমলৈ আহিব হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছী

উল্লেখযোগ্য যে আজমল ফাউণ্ডেচনৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহে ৰাজ্যৰ শীৰ্ষ স্থান দখল কৰি ইতিমধ্যে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। বিগত তিনটা বছৰতে আজমল ছুপাৰ ৪০ৰ জৰিয়তে ৩৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীক চিকিৎসক আৰু ইঞ্জিনীয়াৰ বনাবলৈ সক্ষম হয় |

ইয়াৰ উপৰিও আজমল ফাউণ্ডেচনৰ বিশেষ আঁচনি “আজমল জীৱিকা নিৰ্বাহ আঁচনি”ৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে ব্ৰঞ্জৰ বঁটা আৰু এখনি মান পত্ৰৰে সন্মানিত কৰে ।

আজমল ফাউণ্ডেচনে হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক দক্ষতা বিকাশৰে প্ৰশিক্ষণ দি সংস্থাপন দিবলৈ সক্ষম হৈছিল , লগতে বহুতো দুখীয়া অসহায় লোকক জীৱিকা নিৰ্বাহ কৰিবলৈ জীৱিকাৰ পথ বিচাৰি বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আজমল ফাউণ্ডেচনে।

আজমল ফাউণ্ডেছনে এই সোণ আৰু ব্ৰঞ্জৰ বঁটা লাভ কৰাত আজমল পৰিয়াল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক মহাম্মদ ছিৰাজুদ্দিন আজমলৰ লগতে সঞ্চালক ড° খচৰুল ইছলামে অভিনন্দন জ্ঞাপন কৰে ।

বঁটা দুয়োটা আজমল ফাউণ্ডেচনৰ হৈ মহা প্ৰৱন্ধক ড ° এম আৰ এইচ আজাদে নতুন দিল্লীৰ এই বিশেষ অনুষ্ঠানত গ্ৰহণ কৰে । সামাজিক ন্যায় আৰু শক্তিকৰণৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক সহ লোকসভাৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে অনুষ্ঠানটিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AwardBadaruddin AjmalNational CSR Summit & CSR TIMESnew delhiNine Csr CnferenceSirajuddin Ajmal
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d