Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Cm Visit Golaghat:গোলাঘাটত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন ,ঐতিহাসিক ৰহধলা পথাৰত জুটি ল'লে ৰবাব টেঙাৰ

publisher by publisher
December 9, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Cm Visit Golaghat:গোলাঘাটত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
0
SHARES
4
VIEWS
ShareShareShareShare

Cm Visit Golaghat:

পাঁচ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচী অনুসৰি আজি দিনজোৰা ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গোলাঘাট জিলাত ৷

ADVERTISEMENT

WhatsApp Image 2022 12 09 at 17.15.44মুখ্যমন্ত্ৰী গৰাকীয়ে ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, নতুন প্ৰকল্পসমূহে ঐতিহাসিক জিলাখনক অসমৰ এক অন্যতম প্ৰগতিশীল জিলা হিচাপে চিহ্নিত কৰিব ৷

RelatedPosts

Cm Tweet : শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

WhatsApp Image 2022 12 09 at 17.15.44 1৬৩১ কোটি টকা ব্যয় সাপেক্ষে বগৰিজেঙৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য প্ৰকল্প সমূহে ভাৰত মাতৃৰ বীৰ পুত্ৰ কুশল কোঁৱৰ আৰু জিণ্টু গগৈৰ গৃহ জিলাখনৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ পূৰামাত্ৰাই সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই গোলাঘাট চহৰৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ এটি অনুষ্ঠানত অংশ লৈ দুপৰীয়া ঐতিহাসিক ৰহধলা পথাৰত উপস্থিত হৈ ধান কাটি থকা দাৱনি আৰু স্থানীয় মহিলা সকলৰ স’তে মতবিনিময় কৰে ৷

WhatsApp Image 2022 12 09 at 17.15.44 2পথাৰতে মহিলা সকলে প্ৰস্তুত কৰা ৰবাবটেঙাৰ জুটি লৈ একেলগে দুপৰীয়া আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আটাইকেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰীসকল ক্ৰমে অজন্তা নেওগ,অতুল বৰা,কেশৱ মহন্ত,নন্দিতা গাৰ্লোচা,বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন,ভৱেন ভৰালী সহ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Ajanta NeugAtul BoraCm Himanta Biswa SarmaCm Visit GolaghatKeshab MahantaNandita Garlosa
publisher

publisher

Related Posts

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: