Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bihar Liqour Death:সুৰা নিষিদ্ধ বিহাৰত অঘটন !

বিশাক্ত সুৰা সেৱন কৰি কৰুণ মৃত্যুক সাবটিলে ৬৩জনে,গোপনে সুৰা বেহা কৰি অহা শতাধিকক আটক আৰক্ষীৰ

publisher by publisher
December 16, 2022
in India, News
Reading Time: 2 mins read
0
Bihar Liqour Death:সুৰা নিষিদ্ধ বিহাৰত অঘটন !
1
SHARES
10
VIEWS
ShareShareShareShare

Bihar Liqour Death:

সুৰামুক্ত বিহাৰ কৰাৰ লক্ষ্যৰে নিতীশ কুমাৰ চৰকাৰে সুৰা নিষিদ্ধ ঘোষণা কৰিছিল যদিও সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ সুৰা ব্যবসায়ীৰে ৷ ইতিমধ্যে এই সুৰা সেৱন কৰি মৃত্যু হৈছে অৰ্ধ শতাধিক লোক ৷

ADVERTISEMENT

WhatsApp Image 2022 12 16 at 16.09.39 1বিগত সপ্তাহত ৰাজ্য খনৰ চাপৰা আৰু বৈশালী জিলাত বিশাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু ঘটে ১৭ জনকৈ লোকে ৷ শেহতীয়া খবৰ অনুসৰি অকল চাপৰা জিলাতে এই পৰ্যন্ত মৃত্যু হৈছে ৬০ জন লোকৰ ৷

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

শেহতীয়াকৈ সাৰণ জিলাত বিশাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হয় ৬ জনকৈ লোকৰ৷ সুৰা ট্ৰেজেডিৰ মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। বৰ্তমানলৈ ৬৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ। আনহাতে বিষাক্ত সুৰা সেৱন কৰি বৰ্তমানেও অৰ্ধ শতাধিক লোক চিকিৎসালয়ত হৈছে ভৰ্তি ৷

এই ঘটনাৰ তীব্ৰ জোকাৰণি সৃষ্টি কৰে ৰাজ্যৰ সৰ্বত্ৰে ৷ আনকি ইয়াৰ প্ৰভাৱ পৰে বিহাৰ বিধানসভাত ৷ আজি ৰাজ্য বিধানসভাত বিৰোধী দল বিজেপিৰ বিধায়ক সকলে বিশাক্ত সুৰাত মৃত্যু সন্দৰ্ভত নিতীশ চৰকাৰক দায়ী কৰি চৰকাৰৰ পদত্যাগৰ দাবী কৰে ৷

WhatsApp Image 2022 12 16 at 16.09.39ইয়াকে লৈ শাসক জে ডি ইউ – আৰ জেডি আৰু বিজেপি বিধায়কৰ মাজত বিধানসভা মজিয়াত হতাহতি পৰ্যন্ত হয় ৷ বিজেপি বিধায়ক সকলে হাতত চকী দাঙি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে ৷

আনহাতে বিশাক্ত সুৰাত মৃত্যুৰ সংখ্যা বাঢ়ি যোৱাত চৰকাৰৰ থৰকাছুটি হেৰুৱাইছে ৷  সুৰাৰ গোপন বেহাৰ স’তে জড়িত থকাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ হোৱাৰ ইংগিত পোৱাৰ পিছতে আৰক্ষীয়ে চলাই বিভিন্ন স্থানত অভিযান ৷

অভিযানত আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰিছে ১২৬গৰাকী লোকক । একেদৰে সাৰণ জিলাত তালাচী চলাই জব্দ কৰে চাৰি হাজাৰ লিটাৰ দেশীয় অবৈধ সুৰা ৷

বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুপৰীয়ালৈকে চিকিৎসাধীন হৈ থকা লোক সকলৰ মাজৰ পৰা মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে ৷

চাপৰা,বৈশালী আৰু সাৰণ জিলাত বিশাক্ত সুৰাত মৃত্যু সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসন চিন্তাম্বিত হৈ পৰিছে ৷ সুৰা ট্ৰেজেডীক লৈ নীতিশ কুমাৰ চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতা বুলি অভিহিত কৰিছে সৰ্বসাধাৰণ জনতাই ৷

ইতিমধ্যে চৰকাৰে নিজৰ ভাৱমূৰ্ত্তি উজ্জ্বল কৰাৰ মানসেৰে ৰাজ্য খনৰ আবকাৰী বিভাগৰ যুটীয়া সচিব নিৰঞ্জন কুমাৰ আৰুো যুটীয়া আবকাৰী আয়ুক্ত কৃষ্ণ পাছৱানক তদন্ত দায়িত্ব অৰ্পণ কৰে ৷

দায়িত্ব পোৱাৰ পিছতে দুই শীৰ্ষ আমোলাই সাৰণ জিলাৰ মশ্ৰাক আৰক্ষী থানাত উপস্থিত হৈ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে পঞ্জীভূক্ত গোচৰৰ তদন্ত আৰম্ভ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharLiqour Death
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d