Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Boko : ভূমিৰ গৰাকী হৈও হাজিৰা কৰিছে আৰু বেদখলকাৰীয়ে খেতিৰে কটাইছে স্বচ্ছল জীৱন

publisher by publisher
December 22, 2022
in News, Assam
Reading Time: 2 mins read
0
Boko : ভূমিৰ গৰাকী হৈও হাজিৰা কৰিছে আৰু বেদখলকাৰীয়ে খেতিৰে কটাইছে স্বচ্ছল জীৱন
2
SHARES
19
VIEWS
ShareShareShareShare

Boko :

IMG 20221218 135056 1‘আমাৰ মাটি আমাক ঘূৰাই দিয়ক’, ‘বেদখলকাৰীক উচ্ছেদ কৰক’, ‘দালালগিৰি বন্ধ কৰক’, ‘দালালৰ স’তে প্ৰশাসনৰ মিতিৰালি বন্ধ কৰক’ আদি শ্ল’গানেৰে ক্ষোভ প্ৰকাশ কৰিলে একাংশ স্থানীয় লোকে।

ADVERTISEMENT

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ বিটুটাৰী ৰাজহ গাঁৱত বুধবাৰে একাংশ লোকে নিজ নিজ ভূমি আৱণ্টন বিচাৰি চৰকাৰক সকীয়াই দিয়ে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বকোত ১১৪ সংখ্যক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন

এসময়ৰ বিটুটাৰী ৰাজহ গাঁৱৰ বাসিন্দা বৰ্তমান ছয়গাঁৱৰ কাৱৈমাৰীত বসবাস কৰি থকা লক্ষী দাসে (৫৬) দুখ প্ৰকাশ কৰি কয় যে পলাশবাৰী সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ অধীনৰ নিজৰ নিজৰ ম্যাদী ভূমি ওভতাই পাবলৈকে একাংশ লোকে এইদৰে প্রতিবাদ সাৱ্যস্ত কৰিবলগীয়া হ’ল।

১৯৮০৩ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছিল পঞ্চায়তটোৰ ভেৰভেৰি, বনিয়াপাৰা, বিটুটাৰী, কান্দুলিমাৰী, জাৰাপাৰা, পানীখাইতী, বাঘৰদিয়া ৰাজহ গাঁওকেইখন।

ইয়াৰ ভিতৰত ভেৰভেৰি, বনিয়াপাৰা, বিটুটাৰী, কান্দুলিমাৰী ৰাজহ গাঁও চাৰিখনৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত ২০১৫ৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে বুলি অভিযোগ কৰে লক্ষী দাসে।

তেওঁলোকে কয় যে দালালৰূপী চহৰ আলী, খৈয়বৰ আলী, প্রাণেশ্বৰ কলিতা আদি কে’বাজনো ধুৰন্ধৰ লোকৰ নেতৃত্বত খিলঞ্জীয়াৰ ভূমিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰি বসবাস কৰি আছে।

একেদৰে খহনীয়া ৰাজহ গাঁৱৰ অঞ্চলত গাঁওবুঢ়াৰ দায়িত্বপ্রাপ্ত হজৰত আলী (৭০)য়ে কয় যে ১৯৮০ত ব্ৰহ্মপুত্ৰৰ বুকুত আপোন ঘৰ-বাৰী হেৰুৱাই স্থানীয় খিলঞ্জীয়া পট্টাধাৰী লোকসকল স্থানান্তৰিত হৈ ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানা আৰু ছয়গাঁও আৰক্ষী থানাৰ অধীনৰ বিভিন্ন প্রান্তত বসবাস কৰিবলগীয়া হৈছিল।

একাংশই চৰকাৰী আৱণ্টন পোৱা ভূমিত আৰু আন একাংশই নিজাববীয়াকৈ বসবাস কৰিবলৈ বাধ্য হৈছিল। ‘প্রায় ৫০ বিঘা ভূমি প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে হেৰুৱাইছিল মহাবাহুৰ বুকুত। ২০১০-১১ত ব্ৰহ্মপুত্ৰৰ বুকু পুনৰ চৰপৰাত স্থানীয় খিলঞ্জীয়া লোকসকলে নিজৰ নিজৰ পট্টাৰ ভূমি আৱণ্টন পোৱাৰ বাবে ৰাজহ চক্ৰ বিষয়া, জিলা উপায়ুক্তৰ কাষ চাপি আহিছে।’ এইদৰে কয় গাঁওবুঢ়া আলীয়ে৷

তেওঁলোকে অভিযোগ কৰে যে সেই সময়ৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি, জিলা উপায়ুক্ত বিনোদ ছেছনে মাটি জোখ-মাখ কৰে যদিও প্রকৃত পট্টাদাৰসকলে আজিলৈ নিজৰ ভূমি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷আনকি বৰ্তমানলৈকে ৮০ শতাংশ লোকে বেদখলকাৰীৰ কবলত থকা ভূমিৰ খাজনা দি আছে বুলিও গাঁওবুঢ়াজনে ব্যক্ত কৰে।

দেশৰ স্বাধীনতা আন্দোলনৰ আগৰ পৰাই ককা, আজো ককাৰ দিনৰ বংশধৰ ক্ৰমে বনিয়াপাৰা ৰাজহ গাঁৱৰ মছলিম আলী (৪৭), তমিজ আলী (৫৫), বিটুটাৰীৰ পদ্মৰাগ দাস (৭০), বনিয়াপাৰাৰ তমিজ আলী (৫৫), যতীন পাঠক (৬০), বিটুটাৰীৰ নিৰেন দাসে (৬৮) কয় যে মহাবাহুৰ বুকুত নিজৰ নিজৰ ঘৰ-বাৰী, খেতিমাটি হেৰুওৱাৰ ফলত ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অধীনৰ ছাটাবাৰীত ৰাজ্য চৰকাৰে ভূমি আৱণ্টন দিছিল৷

একেদৰে জামবাৰীৰ মিলনপুৰ গাঁৱত চৰকাৰে ১৯৮১ত ৰাজ্য চৰকাৰে ৭৪টা পৰিয়ালক ভূমি আৱণ্টন দিছিল। আন একাংশই ছয়গাঁও থানাৰ অন্তৰ্গত কান্দুলিমাৰীৰ সমীপৰ পানীখাইতীত বসবাস কৰি আছে।

একেদৰে আলুখুন্দা, মাকেলী, বিহদিয়া, চৌধুৰীঘাট, ভেৰভেৰীত সিঁচৰতি হৈ আছে বহু জন। কোনোৱে আনকি পলাশবাৰী সমষ্টিৰ বঙৰা, ৰাণী মাটিয়া পাহাৰ, মির্জা, বিজয়নগৰ, সৰপাৰা, হালিগাঁওকে আদি কৰি বিভিন্ন অঞ্চলত বসবাস কৰি আছে।

টকাৰ বিনিময়ত একাংশ খিলঞ্জীয়া দালালৰূপী লোকেও সন্দেহযুক্ত নাগৰিকসকলক ভূমি বেদখল কৰি থকাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে বুলি ক্ষোভিত প্রতিবাদকাৰীসকলে কয়।

‘বিঘাই বিঘাই ভূমি থকাৰ পাছতো আজিৰ অৱস্থাত খিলঞ্জীয়াসকলৰ একাংশই হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আনহাতে, অবৈধ সন্দেহযুক্ত নাগৰিকসকলে খেতি কৰি স্বচ্ছল জীৱন অতিবাহিত কৰি আছে।’

এই ভাষ্য ক্ষুব্ধ লোকসকলৰ। ৰাজহ আদায় দিয়া ম্যাদী মাটিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰি অহা কার্যত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈছে স্থানীয় লোকসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBokoPalashbari
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d