Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি

কে'বখনো গ্ৰন্থ উন্মোচন

publisher by publisher
December 27, 2022
in News, Assam
Reading Time: 4 mins read
0
AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি
4
SHARES
35
VIEWS
ShareShareShareShare

AATSA :

“অসমৰ সহস্ৰাধিক চাহ জনগোষ্ঠী ৰাইজক বৃহৎ ছাতিৰ তলত আৱৰি ৰাখিছে অসমীয়া পৰিচয়ে । অসমীয়া আমাৰ মুখৰ ভাষা । অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আমাৰ প্ৰাণ স্পন্দন, সংযোগৰ মূল সেঁতু ।

ADVERTISEMENT

অসমীয়া ভাষাত কবিতা, প্ৰৱন্ধ, সাহিত্য সৃষ্টি কৰিছোঁ, অসমীয়া হিচাপে পৰিচয় দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই নিছোঁ”, গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত সমন্বয়ৰ বাৰ্তাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মহাৰজত জয়ন্তীৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিকসকলৰ সমাৰোহ আৰু কবি সন্মিলনত অংশগ্ৰহণ কৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি, বিশিষ্ট লেখক সঞ্জয় কুমাৰ তাঁতীয়ে এনেদৰে মন্তব্য কৰে ।

RelatedPosts

 Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক 

Leaders of six ethnic groups angry over non-tribalisation: জনজাতিকৰণ ! প্ৰতাৰণাৰ ১১ বছৰ

Diliapidated Roads In Golaghat :গোলাঘাটৰ বৰজান-ৰতনপুৰ সংযোগী মূল পথৰ বিধ্বস্ত ৰূপত অতিষ্ঠ ৰাইজ- শিক্ষাৰ্থী

বিশিষ্ট লেখক, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° মাণিক শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সমাৰোহত তেওঁ আৰু কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজস্ব ভাষা আছে । সেইদৰে অসমৰ চাহ জনগোষ্ঠীৰো বৰ্ণিল সাংস্কৃতিক সম্পদ আছে, উপাদান আছে । তেনে অমূল্য উপাদানসমূহ বুটলি আনি সাহিত্যৰ জৰিয়তে ডাঙি ধৰিব পাৰিলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অধিক শক্তিশালী হ’ব, তৰাম্বিত হ’ব ।

8f7a3e4c 2ece 461d bee9 5ab2026f55c0কিন্তু অসমৰ চাহ জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ নিখুঁট বিশ্লেষণৰ দ্বাৰা ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এতিয়াও ওপৰুৱাকৈ বিহংগম দৃষ্টিৰেহে চৰ্চা কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত চাহ জনগোষ্ঠীৰ মাটিৰ সাহিত্য সৃষ্টি কৰাত যেন বিফল হৈছে । চাহ জনগোষ্ঠীৰ নিজা লিপি, ব্যাকৰণ নাই বুলি উল্লেখ কৰি আজি পৰ্যন্ত চাহ জনগোষ্ঠীৰ এখন ইতিহাস গ্ৰন্থ ৰচনা নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি লেখক, সাহিত্যিক, সংগঠনসমূহক এনে গধুৰ দায়িত্ব গ্ৰহণ কৰাৰ তেওঁ মুকলি আহ্বান জনায় ।

সমাৰোহ উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি প্ৰাপক জয়ন্ত মাধৱ বৰাই অসমীয়া সাহিত্য, সংস্কৃতি, জাতি গঠন প্ৰক্ৰিয়াত অসমৰ চাহ জনগোষ্ঠীৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে ।

94f89f52 ff1f 43c0 b3f6 2dd00c09cc59“অসমৰ ইমূৰৰ পৰা সিমূৰ চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিক, কবিক একেখন মঞ্চত এনেদৰে একত্ৰিত কৰি আটছাই এক মহৎ আৰু বিৰল বাৰ্তা প্ৰেৰণ কৰা বুলি সমাৰোহৰ সঞ্চালক ড° মাণিক শইকীয়াই নিজস্ব অভিমত ব্যক্ত কৰে । ই আটছাৰ মহাৰজত জয়ন্তীৰ বিশেষ সফলতা বুলিও মন্তব্য কৰে তেওঁ ।

উক্ত অনুষ্ঠানতে বিশিষ্ট কবি প্ৰতিমা ৰাজৱাৰৰ কাব্যগ্ৰন্থ ‘বিমুদ্ৰাৰ পৃথিৱী’ উন্মোচন কৰে লেখক, সাহিত্যিক সুশীল কুৰ্মীয়ে । আটছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন জীৱন আৰু কৰ্ম শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয় ।

বিভিন্ন নৃত্য, সাংস্কৃতিক কাৰ্যসূচীৰে আজি মুখৰিত হৈ পৰে পৰিৱেশ । সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই ।

কাইলৈ গোলাঘাট নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AATSAAssam Tea GardenGolaghat
publisher

publisher

Related Posts

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d