Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

‘’ স্বাস্থ্য সম্পদ ‘’ Dengue Prevention : চিকিৎসকে আগবঢ়াইছে ডেংগু মহৰ পৰা বচাৰ উপায় , জানিবলৈ পঢ়ক :

samimsultana by samimsultana
November 29, 2022
in Health
Reading Time: 4 mins read
0
‘’ স্বাস্থ্য সম্পদ ‘’  Dengue Prevention : চিকিৎসকে আগবঢ়াইছে ডেংগু মহৰ পৰা বচাৰ উপায় , জানিবলৈ পঢ়ক :
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Dengue Prevention :

ৰাজ্যজুৰি ডেংগু ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে । এনে সময়ত কেনেকৈ আমি এই ডেংগু ৰোগ প্ৰতিৰোধ কৰিব পাৰো , সেইবিষয়ে সচেতন হোৱাতো খুবেই প্ৰয়োজন হৈ পৰিছে ।

ADVERTISEMENT

ডেংগু এটা ভাইৰাছজনিত অসুখ । ইয়াৰ একমাত্ৰ কাৰণ হৈছে , এডিছ ইজিপ্টাই মহ । এই মহে কামোৰাৰ ফলত শৰীৰত ডেংগু ৰোগ হ’ব পাৰে । বৰ্তমান ডেংগু এক নিদাৰুণ সমস্যা হৈ পৰিছে সকলোৰে বাবে । এইক্ষেত্ৰত আমাৰ ৰোগ সম্পৰ্কে জ্ঞান নথকা বাবেও ই অধিক জটিল হৈ পৰিছে ।

ডেংগু ভাইৰাছৰ কে’বাটাও ভাগ আছে । এক , দুই , তিনি আৰু চাৰি নম্বৰ । এই চাৰিটা ভাগেই বৰ্তমান মানুহক আক্ৰান্ত কৰিছে । ইয়াৰোপৰি ডেংগুৰ এই প্ৰতিটো ভাইৰাছে না-না ধৰণে মানুহক আক্ৰমণ কৰি আহিছে । ইয়াৰ প্ৰতিটো ভাগেই চিন্তাৰ কাৰণ ।

এইক্ষেত্ৰত কলকতাৰ বিশিষ্ট চিকিৎসক ডা: ৰুদ্ৰজিৎ পালে কৈছে যে , বৰ্তমান ডেংগু খুবেই বাঢ়ি গৈ আছে । এই ৰোগত আক্ৰান্ত হ’লে অতিপাত জ্বৰ , গাৰ বিষ , মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে । ডেংগু জ্বৰ বেছিকৈ হ’লে মূৰত হিম’ৰাইজ হোৱাৰ সম্ভাৱনা থাকে ।

এনে সময়ত দ্ৰুত চিকিৎসাৰ দৰকাৰ । অন্যথা মৃত্যু পৰ্যন্ত হ’ব পাৰে । ডা: পালে আৰু কৈছে যে , ডেংগু মহে কামোৰাৰ কোনো নিৰ্দিষ্ট সময় নাই । দিনৰ ভাগতো আপোনাক এই মহে কামুৰিব পাৰে ।

সাধাৰণতে মেলেৰীয়া মহে ৰাতিৰ ভাগত কামোৰে । কিন্তু ডেংগি মহে আপোনাক দিনৰ ভাগতো কামুৰিব পাৰে । অৰ্থাৎ ৰাতিপুৱা , গধূলি যিকোনো সময়তে ডেংগি মহে আপোনাক কামুৰিব পাৰে ।

ডা: পালৰ মতে , বৰ্তমান আমাৰ মাজত প্ৰচুৰ ডেংগু ৰোগী আছে । এবাৰ যদি আপোনাক এডিছ মহে কামুৰিছে , তেন্তে এই ভাইৰাছ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিবই । পুনৰ এই মহে আন এজন সুস্থ মানুহক কামুৰিলে এই ৰোগ ততালিকে বিয়পি পৰে ।
আপোনাৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰিলে, কিমান দিনৰ পিছত লক্ষণ দেখা দিব পাৰে !
আপোনাৰ শৰীৰত এই ভাইৰাছ এবাৰ প্ৰৱেশ কৰিলে অতি দ্ৰুত বেগত বিয়পি পৰে ।

অৰ্থাৎ জীৱাণু প্ৰৱেশ কৰাৰ লগে লগে দুই বা সাতদিনৰ ভিতৰত আপোনাৰ শৰীৰত ইয়াৰ লক্ষণে দেখা দিব । লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চপা উচিত ।

ডেংগু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ডা: পালে কিছুমান পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শসমূহ হৈছে ,

১/ মহৰ ধূপ বা তেল ব্যৱহাৰ কৰা উচিত ।
২/ মহ দূৰ কৰাৰ ক্ৰিম ব্যৱহাৰ কৰক ।
৩/ দুৱাৰ-খিৰিকি পাৰিলে বন্ধ ৰখাৰ ব্যৱস্থা কৰক ।
৪/ হাত-ভৰি ধাকি ৰখাৰ ব্যৱস্থা কৰক ।
৫/ ঘৰৰ কাষত পানী জমা হ’বলৈ নিদিব ।
৬/ ফ্ৰিজৰ পিছফালে জমা হৈ থকা পানী পৰিষ্কাৰ কৰক ।
৭/ আপুনি বাস কৰা অঞ্চলটোৰ আশে-পাশে পানী জমা হৈ থাকিলে প্ৰশাসনক জনাওঁক ।
৮/ মহ মাৰিবৰ বাবে ডিডিটি পাউদাৰ , ধোঁৱা আদি ব্যৱহাৰ কৰক ।

যিহেতু ডেংগু হৈছে এক ভয়ংকৰ ৰোগ । ৰোগৰ লক্ষণ দেখা দিলে লগে লগে পৰীক্ষা কৰাৰ দৰকাৰ । যদিও জ্বৰ কমাবলৈ সাধাৰণ পেৰাচ্যুটাম’ল খালেই হয় । তথাপি এই ৰোগে আপোনাৰ মগজুত আক্ৰমণ কৰিলে মগজুৰ ৰক্তক্ষৰণ হৈ আপোনাক মৃত্যুমুখলৈ ঠেলি দিব পাৰে । গতিকে এই ৰোগৰ লক্ষণে দেখা দিলে , কেতিয়াও অৱহেলা নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে ।
বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবে যুগুত কৰা হৈছে । কোনো ৰোগত আক্ৰান্ত হ’লে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ চাপিব লাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Medical ColleaeDengue PreventionHealth
samimsultana

samimsultana

Related Posts

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
Assam

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d