Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahti Traffic Dcp Strictly Warns :৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীবাসীৰ বাবে আৰক্ষীৰ ১০ টা নিয়ম !

publisher by publisher
December 29, 2022
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Guwahti Traffic Dcp Strictly Warns :৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীবাসীৰ বাবে আৰক্ষীৰ ১০ টা নিয়ম !
3
SHARES
32
VIEWS
ShareShareShareShare

Guwahti Traffic Dcp Strictly Warns:

সমাগত ৩১ ডিচেম্বৰ আৰু এক জানুৱাৰীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ আৰক্ষীয়ে যান – বাহন চালকৰ বাবে বলবৎ কৰিছে কেতবোৰ নীতি- নিয়ম ৷

ADVERTISEMENT

দহটা নিয়ম ভংগ কৰা সকলে সন্মুখিব হ’ব লাগিব আৰক্ষীৰ কঠোৰ শাস্তিৰ ৷

RelatedPosts

Guwahati Traffic Police:আজিৰ পৰা পুনৰ সলনি হ’ল মহানগৰ যান-বাহন আৰক্ষীৰ ইউনিফর্ম

Guwahati Traffic Police:গুৱাহাটী যান-বাহন আৰক্ষীৰ পোছাকৰ ৰং পুনৰ হ’ব সলনি

Vladimir Putin:পশ্চিম বিশ্বক ধমক দি পুটিনে ক’লে, অতি বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব

মহানগৰ আৰক্ষীৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মনে আজি এক সংবাদমেলযোগে সদৰি কৰে নতুন নিয়মাৱলী :

মহানগৰীৰ ৰাজপথত অনুজ্ঞাপত্ৰবিহীনভাৱে চলাব নোৱাৰিব যানবাহন ৷

সুৰামত্ত হৈ চলাব নোৱাৰিব যানবাহন। একেদৰে পিকনিক স্পটৰ পৰা আহোতেও খাই আহিব নোৱাৰিব সুৰাপান ৷
যানবাহন চলোৱা সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ৷

আনহাতে বাৰ, ক্লাৱ,ৰেষ্টুৰেণ্ট,শ্বপিং মল আৰু পাকিং এৰিয়াত চিচিটিভি কেমেৰা লগোৱা বাঞ্ছনীয় ৷ একেদৰে থাকিব লাগিব পৰ্যাপ্ত পোহৰৰ ৷

নৈশভাগত চলোৱা বাহত সমূহত থাকিব লাগিব প্ৰয়োজনীয় লাইট ৷
বনভোজস্থলীত সুৰাপান কিনা-বেচাত নিষেধাজ্ঞাৰ লগতে সুৰাপানটো বাধাৰোপ ৷

কোনো এট পৰিয়ালে এখন বাহনৰ বিপৰীতে দুই -তিনিখন বাহন ব্যৱহাৰ কৰাব নোৱাৰিব ৷

নিৰ্ধাৰিত কৰি দিয়াৰ পথৰ বিপৰীতে আন পথত গাড়ী চলোৱাত বাধাৰোপ ৷ অন্যৰ্থাই ভৰিব লাগিব
জৰিমনাৰ ৷
কোনো আৰক্ষীয়ে নাগৰিকক বেয়া ব্যৱহাৰ কৰিলে তৎক্ষণাত অভিযোগ দিয়ক সংশ্লিষ্ট আৰক্ষী নিৱেশ বা যানবাহন আৰক্ষীৰ উপায়ুক্তক ৷

উল্লিখিত দিনকেইটাত শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মহানগৰ যানবাহন আৰক্ষীৰ ৷

 সংবাদমেলত মহানগৰ যানবাহন আৰক্ষীৰ উপায়ুক্ত(ডি চি পি) হিৰণ্য কুমাৰ বৰ্মনে উল্লেখ কৰে যে চলিত ডিচেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ লৈ সুৰাপান কৰা গাড়ী চলোৱা ৩৭৫ জনক জৰিমনা বিহিছে আৰক্ষীয়ে ৷ এনেলোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Against Drunk DrivingDcp Hiranya Kr.BarmanGuwahati Traffic PoliceStrictly Warns
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d