Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Taliban regime : আফগানিস্তানত শান্তি ৰক্ষাত সম্পূৰ্ণ ব্যর্থ নেকি তালিবান ? তেওঁলোকৰ কর্তৃত্ব পৃথক হৈছে নেকি ?

publisher by publisher
October 1, 2022
in International, News
Reading Time: 1 min read
0
Taliban regime : আফগানিস্তানত শান্তি ৰক্ষাত সম্পূৰ্ণ ব্যর্থ নেকি তালিবান ? তেওঁলোকৰ কর্তৃত্ব পৃথক হৈছে নেকি ?
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Donald Trump:ফ্ল’ৰিডা বিমান বন্দৰৰ নাম ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ কৰিলে সলনি

বিগত বছৰৰ ২৬ আগষ‌ট । মাত্র ১১ দিন পূৰ্বে আফগানিস্তানত নতুনকৈ ক্ষমতা দখল কৰিছে তালিবান বাহিনীয়ে । আমেৰিকান সেনা সম্পূৰ্ণভাৱে আফগানিস্তান এৰি যোৱাৰ পূৰ্বে দেশ এৰাৰ হেতা-উপৰা লাগিছিল জনসাধাৰণৰ মাজত । হঠাৎ আত্মঘাতী বিস্ফোৰণত ক‍ঁপি উঠিছিল কাবুলৰ হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰ । আমেৰিকান সেনাসহ সেই আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ১৮২ জনৰ । যিসকলৰ ভিতৰত অধিকাংশ‌ই আছিল আফগান নাগৰিক । তাৰ পাছৰ পৰা ধাৰাবাহিকভাৱে এটাৰ পাছত এটা আক্ৰমণত ৰক্তাক্ত হয়েছে আফগানিস্তানের মাটি। বিশেষ করে নিশানা কৰা হৈছে ছিয়া মছজিদসমূহ । ফলত নিৰীহ আফগান নাগৰিকসকলে প্রাণ হেৰুৱাইছে ।

ADVERTISEMENT

অধিকাংশ ক্ষেত্রতেই অভিযোগৰ লক্ষ্য ইছলামিক ষ্টেটৰ খোৰাছন (আইএছ-কে) শাখাৰ দিশে । শাসক তালিবানে মুখত বাৰে বাৰে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণত থকাৰ কথা ক’লেও শাসনৰ দ্বিতীয় পৰ্যায়ত সমগ্ৰ দেশত তেওঁলোক শান্তি ৰক্ষাত সম্পূৰ্ণ ব্যর্থ হৈছে নেকি ? লাহে লাহে তেওঁলোকৰ কর্তৃত্ব পৃথক হৈছে নেকি ? এই প্রশ্ন আকৌ উত্থাপন হৈছে কাবুলৰ শিক্ষা প্রতিষ্ঠানত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ।

আফগান ৰাজধানীত ‘কাজ এডুকেছন চেন্টাৰ’ নামে এখন শিক্ষা প্রতিষ্ঠানত আত্মঘাতী আক্ৰমণত মৃত্যু হৈছে প্ৰায় ১৯ জন ছাত্র-ছাত্রীৰ । তালিবান চৰকাৰে নিহতৰ সংখ্যা ১৯ বুলি দাবী কৰিলেও প্ৰকৃত সংখ্যা শতাধিক বুলি দাবী কৰিছে এজন সাংবাদিকে । বিস্ফোৰণৰ সময়ত এই শিক্ষা প্রতিষ্ঠানত প্রচুৰ ছাত্র-ছাত্রী পৰীক্ষা দি আছিল । ফলত নিহতৰ সংখ্যা বাঢ়িব বুলি শংকা । শিক্ষা প্রতিষ্ঠানত এই আক্ৰমণৰ পাছতেই ক্ষোভিত হৈছে সমগ্ৰ বিশ্ব । বহু দেশেই সামাজিক মাধ্যমত এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে । তালিকাত আছে ইৰান, নৰৱে, আমেৰিকাৰ দৰে দেশ ।

আফগান চৰকাৰৰ তৰফৰ পৰাও এই আক্ৰমণক তীব্ৰ সমালোচনা কৰা হৈছে । তালিবান চৰকাৰৰ মুখপাত্র জবিউল্লা মুজাহিদে টুইটাৰত এই আক্ৰমণক ‘ভয়ানক’ বুলি উল্লেখ কৰিছে । ‘হাই কাউন্সিল ফৰ নেছনেল ৰিকনচিলিয়েছন’-ৰ প্রাক্তন প্ৰধান আব্দুল্লাই কয়, ‘‘এই আক্ৰমণৰ বাবে যিসকল দায়ী, তেওঁলোক প্ৰকৃততে দেশত শান্তি আৰু উন্নয়নৰ বিৰোধী ।’’

আমেৰিকান ‘চার্জ দ্য’ফেয়াৰ্ছ’ কেৰেন ডেকাৰে টুইটাৰত লিখিছে, ‘‘আমেৰিকাই আজিৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে । এইদৰে ছাত্র-ছাত্রী ভর্তি এখন গৃহক সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য কৰা লজ্জাজনক ঘটনা । সকলো শিক্ষাৰ্থীৰে শান্তিত পঢ়া-শুনা কৰাৰ অধিকাৰ আছে ।’’

ছাউথ এছিয়ান টেৰ’ৰিজম প’র্টেল বা এছএটিপি-ৰ পৰিসংখ্যা অনুযায়ী, কেৱল চলিত বছৰতেই আফগানিস্তান জুৰি ২০৭টা সন্ত্রাসবাদী আক্ৰমণ হৈছে । য’ত মৃত্যু হৈছে কমেও ডেৰশজনৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Afghanistan BlastTalibanUSA
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d