Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Pele , Maradona : মাৰাডোনাই কৈছিল ; পেলে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ

publisher by publisher
December 31, 2022
in News, International, Sports
Reading Time: 2 mins read
0
Pele , Maradona : মাৰাডোনাই কৈছিল ; পেলে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

Pele , Maradona :

২০০০ চনত ফিফা বিশ্বকাপ সংস্থাই পেলেক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে অভিহিত কৰিছিল । কিন্তু এই বিষয়টো লৈ মাৰাডোনাৰ ভক্তগণে তীব্ৰ বিৰোধিতা কৰা দেখা গৈছিল ।

ADVERTISEMENT

মাৰাডোনাই নিজেও এই বিৰোধী দলৰ পক্ষত আছিল । কিন্তু পাছত মাৰাডোনাই এইকথা মানি লৈছিল যে, সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল কিংবদন্তি পেলে ।

RelatedPosts

Great Footballer Pele Passes Away : বৰ্ষৰ শেষত দু:খবৰ : ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ :

FIFA World Cup 2022 : ফিফাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২০২২ৰ বিশ্ব ৰেংকিং

Lionel Messi : বিশ্বকাপ জিনাৰ পিছত ফুটবলৰ ৰাজপুত্ৰ লিঅ’নেল মেছীৰ বৃহৎ ঘোষণা

একাংশ অনুৰাগীয়ে আজিও এই শ্ৰেষ্ঠত্বক লৈ প্ৰশ্ন উঠোৱা দেখা যায় । একাংশই পেলেক শ্ৰেষ্ঠ বুলি অভিহিত কৰাৰ সমান্তৰালকৈ আন একাংশই আক’ মাৰাডোনাক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে অভিহিত কৰি আহিছে ।

এই সমূহ সমালোচনাৰ উৰ্ধত কিন্তু মাৰাডোনাই নিজেই এই বিতৰ্কৰ অন্ত পেলাই কৈছিল , ” পেলে হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ ।” আচলতে ইয়াৰ পাছত আৰু কোনো বিতৰ্কৰ অৱকাশ নাই । পেলে হৈছে একমাত্ৰ ফুটবলাৰ ,যি তিনিবাৰকৈ বিশ্বকাপ জয় কৰিছিল ।

মাৰাডোনাই এইকথা সদায় স্বীকাৰ কৰি আহিছে । কিছু বছৰ পূৰ্বে এক টিভি সাক্ষাৎকাৰত পেলেৰ লগত নিজক তুলনা কৰি আৰ্জেন্টিনাৰ কিংবদন্তি মাৰাডোনাই কৈছিল,মাৰাডোনা মাৰাডোনাই ।

পেলে হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ । আমি এজন সাধাৰণ খেলুৱৈ। আমি কেতিয়াও পেলেক অতিক্ৰম কৰিব নোৱাৰো ।

এই সাক্ষাৎকাৰৰ পাছত সকলোৱে কৈছিল পেলে আৰু মাৰাডোনাৰ মাজত ভাল সম্পৰ্ক নাই । বিশেষকৈ মাৰাডোনাই কেতিয়াও পেলেক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নামানে ।

কিন্তু মাৰাডোনাৰ অনুৰাগীৰ এই চিন্তা অমূলক আছিল । যিহেতু এই দুই কিংবদন্তি ফুটবলাৰৰ খুবেই ভাল সম্পৰ্ক আছিল । বিভিন্ন সময়ত দুয়োজনৰ একেলগে থকা ফটোবোৰ দেখিলেই বুজা যায় যে দুয়োজনৰ মাজত যথেষ্ট ভাল সম্পৰ্ক আছিল । আনহে নালাগে দুয়োজনৰ মাজত গভীৰ শ্ৰদ্ধাও আছিল ।

উল্লেখ্য যে, এই দুই ফুটবলাৰে আজিলৈকে কেতিয়াও বিপক্ষে খেলা নাছিল । যেতিয়া মাৰাডোনাই খেলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ,সেইসময়ত পেলেই ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

১৯৭০ চনত পেলেই বিশ্বকাপ জয় কৰাৰ পাছত ফুটবলক বিদায় জনাইছিল আৰু মাৰাডোনাই ১৯৮২ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত অংশ লৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diego MaradonaFIFAPele
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d