Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Lionel Messi : বিশ্বকাপ জিনাৰ পিছত ফুটবলৰ ৰাজপুত্ৰ লিঅ’নেল মেছীৰ বৃহৎ ঘোষণা

মই এতিয়াই অৱসৰ নলওঁ, ২০২৬ত পুনৰ বিশ্বকাপত ভাগ লোৱা অভিলাষ পুহি ৰাখিছো

publisher by publisher
December 19, 2022
in News, Sports
Reading Time: 2 mins read
0
Lionel Messi : বিশ্বকাপ জিনাৰ পিছত ফুটবলৰ ৰাজপুত্ৰ লিঅ’নেল মেছীৰ বৃহৎ ঘোষণা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ত কি কি আছে জানেনে?

মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

Lionel Messi :

বিশ্বৰ ফুটবল অনুৰাগীৰ চৰম উৎকণ্ঠাৰ অন্ত পেলাই কাটাৰ বিশ্বকাপত চেম্পিয়ন হ’ল আৰ্জেণ্টিনা। ২০১৮ ৰ চেম্পিয়ন ফ্ৰান্সক পৰাভূত কৰি বিশ্বজয় কৰিলে মেছীৰ ফুটবল সেনানীয়ে।

ADVERTISEMENT

উল্লেখ্য যে ফাইনেললৈ ক্ৰমাৎ আগবাঢ়ি যোৱাৰ সময়ত উৰা বাতৰি বিয়পি পৰিছিল কাটাৰ বিশ্বকাপেই মেছিৰ শেষখন বিশ্বকাপ ৷ আৰ্জেণ্টিনাৰ হৈ আৰু কেতিয়াও ফুটবল প্ৰেমী দেখা নাপাব মেছিক৷বিদায় ল’ব তেওঁ ৷

কিন্তু ৩৫ বছৰীয়া মেছিয়ে দেওবাৰে ফ্ৰান্সৰ বিৰুদ্ধে এক স্পন্দনশীল ফাইনেলত তেওঁৰ দেশক গৌৰৱলৈ লৈ যোৱাৰ পিছত উৰা বাতৰিবোৰ দৃঢ়তাৰে বন্ধ কৰি দিছিল। ২০২৬ চনত পৰৱৰ্তী বিশ্বকাপ ঘূৰি অহাৰ সময়ত মেছিৰ বয়স ৩৯ বছৰ হ’ব।খেলৰ পিছৰ এক সাক্ষাৎকাৰত মেছিয়ে কয়,’এয়া যিকোনো লোকৰ শৈশৱৰ সপোন।মই ভাগ্যৱান যে মই এই কেৰিয়াৰত সকলো খিনি অৰ্জন কৰিছো।

আনকি ফুটবলৰ নতুন ৰাজপুত্ৰজনে কয়, মই জানিছিলো ঈশ্বৰে মোক বিশ্বকাপ উপহাৰ দিব।এয়া মোৰ বিশ্বাস আছিল।কিয় জানো মোৰ বাৰে বাৰে ভাৱ হৈছিল যে বিশ্বকাপ আমিয়ে জিকিম।

মই ঈশ্বৰক ধন্যবাদ দিও, তেওঁ মোক সকলো দিলে। মই আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ পৰা অৱসৰ ল’বলৈ নাযাওঁ। মই আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধিয়ে বিশ্বকাপ চেম্পিয়ন হিচাপে খেলি থাকিব বিচাৰো। সকলো ঠিকেই থাকিলে ২০২৬ ত মই পুনৰ বিশ্বকাপত অংশ ল’ম ৷

কাটাৰ বিশ্বকাপ ট্ৰফি হাতত লোৱাৰ পিছতে বিশ্বৰ কোটি কোটি মেছি অনুগামী সকল উৎসাহিত হৈ পৰিছে ৷ তেওঁলোকৰ প্ৰিয় ফুটবলাৰ জনে নলয় অৱসৰ৷ পুনৰ খেলব বিশ্বকাপ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FIFAFootballLionel MessiQatar World Cup 2022rgentina
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d