Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar FIFA World cup 2023 : আৰ্জেণ্টিনাৰ এই দিনত মোৰ দেউতা থকা হ’লে অত্যন্ত সুখী হ’লহেতেন : মাৰাডোনাৰ পুত্ৰৰ আৱেগভৰা মন্তব্য 

publisher by publisher
December 17, 2022
in International, News
Reading Time: 1 min read
0
Qatar FIFA World cup 2023 : আৰ্জেণ্টিনাৰ এই দিনত মোৰ দেউতা থকা হ’লে অত্যন্ত সুখী হ’লহেতেন : মাৰাডোনাৰ পুত্ৰৰ আৱেগভৰা মন্তব্য 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Qatar FIFA World cup 2023 :

আৰ্জেণ্টিনাই ১৯৮৬ত শেষবাৰৰ বাবে বিশ্বকাপ ফুটবল জিকিছিল । ইয়াৰ পিছত ২০১৪ বৰ্ষত ফাইনেল পাইছিল যদিও শেষ পৰ্যায়ত তৃতীয় স্থানতে থমকি ৰৈছিল আৰ্জেণ্টিনাৰ ফুটবল দলটো ।

ADVERTISEMENT

দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ ১৮ ডিচেম্বৰত বিশ্বকাপ দখলৰ যুজত নামিব । এই অৱস্থাত কিংবদন্তি ফুটবলৰ সম্ৰাট মাৰাডোনা জীৱিত থকা হ’লে সুখী হ’লহেতেন বুলি এক আৱেগভৰা মন্তব্য কৰিছে তেওঁৰ পুত্ৰ মাৰাডোনা চিনাগাৰে ।

১৯৮৬ত ইটালিৰ নেপলেচ চহৰত জন্ম হৈছিল মাৰাডোনা চিনাগাৰৰ যাৰ পিতৃয়ে আৰ্জেণ্টিনাক বিশ্বকাপ জয়ৰ সোৱাদ দিছিল । তাৰ কিছু মাহৰ পিছৰে পৰা দীৰ্ঘদিনৰ দিনৰ বাবে মাৰাডোনাৰ সৈতে যোগাযোগ বিচ্চিন্ন হৈ আছিল তেওঁৰ ।

২০০৪ৰ পিছত তেওঁ পিতৃৰ সৈতে কথা পতাৰ সৌভাগ্য লাভ কৰিছিল । অৱশ্যে মাৰাডোনাই পুত্ৰৰ সৈতে যোগাযোগ ৰখাৰ চেষ্টা কৰিছিল । শেষৰ সময়ত ক্ৰমে দুই পিতৃ-পুত্ৰৰ সম্পৰ্কও ভাল হৈ আহিছিল ।

সেই চিনাগাই এতিয়া আৰ্জেণ্টিনা ফাইনেল পোৱাত আনন্দ প্ৰকাশ কৰি পিতৃ মাৰাডোনাক মনত পেলাই কৈছে, ’’ মই নিশ্চিত যে, দেউতা জীয়াই থকা হ’লে আৰ্জেণ্টিনাক লৈ অত্যন্ত সুখী হ’লহেতেন । এই সময়ত সঁচাকৈয়ে আৰ্জেণ্টিনাই খুব ভাল খেলিছে ।‘’

যদিও চিনেগা ইটালিত বাস কৰে, তথাপি পিতৃসূত্ৰে আৰ্জেণ্টিনাৰ কাৰণে তেওঁ সদায় ভাল ফল কামনা কৰি আহিছে ।

কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাৰ প্ৰতিখন খেল তেওঁ উপভোগ কৰি আহিছে । এই সন্দৰ্ভত তেওঁ আৰু কৈছে যে , মই আৰ্জেণ্টিনাৰ সকলো খেল চাই আছো । মই ভাবো আৰ্জেণ্টিনাৰ এই জাৰ্চিত তৃতীয় এটা তৰা সংযোগ হওঁক । ছেলেৰা খুব ভাল খেলিছে , দেশৰ বাবে নিজৰ সৰ্বোচ্চ দিছে । আশা কৰো এইবাৰ ভাল কিবা এটা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Diego JrFIFA World Cup 2023Samrat Maradona
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d