Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jongal Balahu Garh Visit Cm : ৰহাৰ ঐতিহাসিক জোঙাল বলহ গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

জোঙালবলহু পৰ্যটন ক্ষেত্ৰ'ৰ নিৰ্মাণৰ ভূমি পুজন কাৰ্যসূচীত অংশগ্ৰহণ

publisher by publisher
January 3, 2023
in News, Assam
Reading Time: 1 min read
0
Jongal Balahu Garh Visit Cm : ৰহাৰ ঐতিহাসিক জোঙাল বলহ গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Jongal Balahu Garh Visit Cm :

ef9d924b 260e 411f 9211 2b3ce3ec9a64দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আজি দুপৰীয়া উপস্থিত হয় নগাঁৱৰ ৰহাত ৷ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা ঐতিহাসিক জোঙাল বলহ গড় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰে ৷

ADVERTISEMENT

a13af1f1 cd90 4801 8f36 e9a187603e91ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে’ জোঙালবলহু পৰ্যটন ক্ষেত্ৰ’ৰ নিৰ্মাণৰ ভূমি পুজন কাৰ্যসূচী অংশগ্ৰহণ কৰে ৷ এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়,তিৱাসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জোঙাল বলহু দিৱসৰ আজি এই পৱিত্ৰ ক্ষণত মই বীৰযোদ্ধা গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

64ec1568 7011 43e9 b87c 12f8a02b6e77তিৱা ৰজাসকলৰ ভিতৰত অন্যতম জোঙাল বলহুৱে ৰাজকীয় শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক আৰু আধ্যাত্মিক জীৱনধাৰাৰ যি পৰিৱৰ্তন সাধন কৰিছিল তাৰ দ্বাৰা কেৱল এই জনগোষ্ঠীয়েই নহয় বৰঞ্চ সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনে এক নতুন প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে ৷

005c87b6 b8bc 4484 9e5d b6cd92fb978eঅসমীয়া জাতিসত্তা নিৰ্মাণত অসমৰ নৃগোষ্ঠীয় জনগোষ্ঠীসমূহৰ লোক-পৰম্পৰা, সাংস্কৃতিক জীৱনশৈলী আৰু তেওঁলোকৰ সম্পদৰাজিয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে৷ এই জনগোষ্ঠীসমূহৰ ৰাজকীয় শাসন ব্যৱস্থা, জনমুখী সেৱা আৰু আন জনহিতকৰ ব্যৱস্থাৰাজিয়ে একো একোটা জনগোষ্ঠীৰ উত্তৰণৰো মাপকাঠী হৈ পৰিছিল৷

সেই দিশৰ পৰা তিৱা ৰাজকীয় শাসন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ আজি নগাঁও জিলাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি গৌৰৱবোধ কৰে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

শৰ্মাই আৰু কয় যে জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিলে আমাৰ নতুন প্ৰজন্মই তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য জীৱনগাথা, বৰ্ণিল সাংস্কৃতিক জীৱনবোধৰ বিষয়ে জানিবলৈ অধিক সুবিধা লাভ কৰিব৷ এই প্ৰকল্পটো সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰিবলৈ পৰ্যটন বিভাগক আহ্বান জনায় ৷

অনুষ্ঠানত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, বিধায়কত্ৰয় ৰমাকান্ত দেউৰী,শশীকান্ত দাস আৰু ৰূপক শৰ্মা, অসম পৰ্যটন উন্নয়ম নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে গণ্য-মান্য লোকসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaJongal Balahu Garh
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d