Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Demonetisation: বিমুদ্ৰাকৰণৰ ছবছৰ পাছত ৰাইজৰ হাতত থকা নগদ ধনৰ পৰিমাণ বৃদ্ধি

publisher by publisher
January 4, 2023
in India, News
Reading Time: 3 mins read
0
Demonetisation: বিমুদ্ৰাকৰণৰ ছবছৰ পাছত ৰাইজৰ হাতত থকা নগদ ধনৰ পৰিমাণ বৃদ্ধি
1
SHARES
13
VIEWS
ShareShareShareShare

Demonetisation :

নগদবিহীন অৰ্থনীতিৰ পোষকতা কৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। বজাৰত প্ৰচলিত মুদ্ৰা নিষিদ্ধ কৰা প্রধানমন্ত্ৰীৰ আচম্বিত সিদ্ধান্তৰ ছবছৰ পাছতো এতিয়াও বজাৰত নগদ ধনেই ৰজা ।

ADVERTISEMENT

চৰকাৰী তথ্যই দাঙি ধৰিছে যে ৰাইজৰ হাতত নগদৰ পৰিমাণ যোৱা ছবছৰত প্ৰায় দুগুণ হৈছে। ২০২২ৰ ২৩ ডিচেম্বৰৰ বজাৰত প্ৰচলিত নগদ ধনৰ মূল্য অৰ্থাৎ ৰাইজৰ হাতত জমা থকা নগদৰ মূল্য হয় ৩২.৪২ লাখ কোটি।

RelatedPosts

Supreme Court Judgement : কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ !

এই তথ্য প্রকাশ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। ২০১৬ৰ ন নৱেম্বৰত এহেজাৰ আৰু পাঁচশটকীয়া নোট বাতিলৰ পূৰ্বে বজাৰত প্রচলিত নগদ ধনৰ মূল্যৰ পৰিমাণ আছিল ১৭.১৪ লাখ কোটি টকা।

ক’লা ধন ৰোধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজৰ অংশৰূপে এই ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিছিল প্রধানমন্ত্রী মোদীয়ে। বিমুদ্ৰাকৰণৰ পাছত প্রচলিত মুদ্ৰাৰ মূল্য বজাৰত হৈছিল ন লাখ কোটি।

২০১৭ৰ ছয় জানুৱাৰীৰ স’তে তুলনা কৰিলে তিনিগুণ অথবা ২৬০ শতাংশ বৃদ্ধি পাইছে প্রচলিত মুদ্ৰাৰ পৰিমাণ। ২০১৬ৰ চাৰি নৱেম্বৰৰ স’তে তুলনা কৰিলে এই বৃদ্ধিৰ পৰিমাণ হ’ব ৮৩ শতাংশ।

২০১৬ত সকলোকে হতচকিত কৰা সিদ্ধান্তৰ পাছত কেন্দ্ৰীয় চৰকাৰে ৰাইজক নিষিদ্ধ নোট ওভতাই দিবলৈ নির্দিষ্ট সময় বান্ধি দিছিল। ৰাইজে ঘূৰাই দিয়া সমুদায় ধনৰ মূল্য আছিল ১৫.৩ লাখ কোটি।

অর্থাৎ ২০১৬ৰ আঠ নৱেম্বৰত বজাৰত প্রচলিত মুঠ নগদ ধন ১৫.৪ লাখ কোটিৰ ৯৯.৩ শতাংশ ঘূৰাই দিয়া হৈছিল। বিমুদ্ৰাকৰণৰ দৰে আচম্বিত পদক্ষেপে দেশৰ অৰ্থনীতিৰ গতি হ্ৰাস কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

একে সময়তে ৰাইজক কঠিনতাৰ সন্মুখীন কৰাৰ অভিযোগ আছে। পৰৱৰ্তী পৰ্যায়ত বাতিল হোৱা নোটৰ ঠাইত নতুন পাঁচশ আৰু দুহেজাৰ টকা বজাৰত মেলি দিয়া হয় যদিও এহেজাৰ্টকীয়া নোট পুনৰ বজাৰলৈ নাহিল।

চলিত সংসদ অধিবেশনত এক লিখিত প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৭ৰ মাৰ্চত বজাৰত প্ৰচলিত নোটৰ মূল্য ২০ শতাংশ হ্রাস পাই ১৩.১ লাখ কোটি হয় যদিও তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে ঊর্ধ্বমুখী হৈছে নোটৰ মূল্য।

২০১৮ৰ ৩১ মাৰ্চত এই নগদ ধনৰ মূল্য ৩৭.৬ শতাংশ বৃদ্ধি হৈ ১৮.০৩ লাখ কোটি হয় আৰু ২০১৯ৰ মাৰ্চলৈ ২১.১০ লাখ কোটিলৈ বৃদ্ধি পায়। ক্রমাগতভাৱে ২০২০ৰ মাৰ্চত ২৪.২ লাখ কোটি,২০২১ৰ মাৰ্চত ২৮.২৬ লাখ কোটি আৰু ২০২২ৰ ৩১ মাৰ্চত ৩১.০৫ লাখ কোটিলৈ বৃদ্ধি পায়।

ইপিনে, ২০২২ৰ দুই ডিচেম্বৰত বজাৰত প্ৰচলিত নোটৰ মূল্য ইয়াৰ পূৰ্বৱৰ্তী বৰ্ষতকৈ প্ৰায় সাত শতাংশ বৃদ্ধি হৈ ৩১.২ লাখ কোটি হয়। কেৱল মূল্যই নহয়, প্রচলিত নোটৰ পৰিমাণো বৃদ্ধি পাইছে।

তথ্য অনুসৰি, পৰিমাণ ৯০,২৬৬ নিযুতৰ পৰা ২০২২ৰ ৩১ মাৰ্চলৈ ১,৩০,৫৩৩ নিযুত হয়। সম্প্রতি বজাৰত উপলব্ধ আছে ২৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ আৰু ২০০০ টকাৰ নোট।

ভাৰতত নগদবিহীন অর্থনীতিলৈ পৰিৱৰ্তন কৰাৰ বাবে ২০১৬ৰ বিমুদ্ৰাকৰণ নীতি বিভিন্ন বিশেষজ্ঞই সমালোচনা কৰিছিল। অৰ্থনীতিত নগদ ধনৰ ব্যৱহাৰ ক্ৰমাগত বৃদ্ধি পাবলৈ ধৰিছে।

নতুন আৰু অধিক সুবিধাজনক লেনদেনৰ ডিজিটেল বিকল্পসমূহ জনপ্ৰিয় হৈছে যদিও নগদৰ ব্যৱহাৰো বাঢ়িছে। মন কৰিবলগীয়া যে ক’ভিডকালত ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ বৃদ্ধি পায়।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৰ্থনীতিবিদৰ শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে ধন আদায় ব্যৱস্থাৱলী নোটৰ ব্যৱহাৰৰ অংশ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ৮৮ শতাংশৰ পৰা ২০২১-২২ত ২০ শতাংশলৈ হ্ৰাস পাইছে আৰু ২০২৬-২৭ত ১১.১৫ শতাংশলৈ হ্রাস পাব বুলি পূর্বানুমান প্রকাশিত হৈছে।

ফলশ্রুতিত ২০১৫ৰ ১১.২৬ শতাংশ ডিজিটেল লেনদেনৰ পৰিমাণ ২০২১-২২ত ৮০.৪ শতাংশ হৈছে। ২০২৬-২৭ত এছবিআইৰ প্ৰতিবেদন মতে, ই হ’ব ৮৮ শতাংশ। পূৰ্বৰ তথ্যৰ ভিত্তিত দেখা যায় যে সম্প্ৰতি ক্রয়-বিক্ৰয়ৰ খণ্ডত সর্বদা গ্রহণযোগ্য লেনদেনৰ ধৰণ হৈছে নগদ ধনৰ ব্যৱহাৰ।

সেইদৰে সৰু সৰু ৰেস্তোৰাঁ আৰু দোকানবোৰত ৰছিদ নোহোৱাকৈ নগদ ধনৰ ব্যৱহাৰ ব্যাপকভাৱে অব্যাহত আছে। বিমুদ্ৰাকৰণৰ ফলত প্ৰচলিত মুদ্ৰাৰ পৰিমাণ ২০১৭ৰ ছয় জানুৱাৰী পর্যন্ত ৮,৯৯,৭০০ কোটিলৈ হ্রাস পায় আৰু ইয়াৰ ফলত বেংকিং ব্যৱস্থাৱলী উদ্বৃত্ত টকাৰ মূল্য বৃহৎ পৰিমাণে বৃদ্ধি পায়।

ই আৰবিআইলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনে। মন কৰিবলগীয়া যে ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায়দানত কয় বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ভুল নাছিল৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Demonetisation
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d