Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Senior Supreme Court Lawyer Upamanyu Hazarika :ভিত্তিবছৰ ১৯৫১ নে ১৯৭১ নে নতুনকৈ নিৰ্ধাৰিত২০১১ : জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা হাজৰিকা

publisher by publisher
January 20, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Senior Supreme Court Lawyer Upamanyu Hazarika :ভিত্তিবছৰ ১৯৫১ নে ১৯৭১ নে নতুনকৈ নিৰ্ধাৰিত২০১১ : জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা হাজৰিকা
1
SHARES
13
VIEWS
ShareShareShareShare

Senior Supreme Court Lawyer Upamanyu Hazarika :

১৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়লত সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ নে ১৯৫১ হ’ব, তাক লৈ হ’ব শুনানি৷ যি অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু সদায় তথাকথিত খিলঞ্জীয়াৰ পক্ষত থকা ৰাজ্যিক বিজেপি চৰকাৰে আৰু কেন্দ্রীয় চৰকাৰে কিন্তু স্পষ্টভাৱে ১৯৭১ ৰ পক্ষত শপতনামা দাখিল কৰিছে।

ADVERTISEMENT

ইতিমধ্যেই এই শুনানি আৰু হব লগীয়া নিৰ্ণয়কক ভিত্তিহীন কৰিবলৈ আগবাঢ়িছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই, মিছন বসুন্ধৰাৰ যোগেৰে ২০১১ চনলৈকে অহা বিদেশীক ভূমিৰ পট্টা আবন্টন কৰি । ফলত এটা নতুন ভিত্তি বর্ষ ২০১১ চন ধাৰ্য কৰিলে।
উল্লেখযোগ্য যে ভিত্তিবর্ষৰ ক্ষেত্ৰত বিজেপি,অগপ,আছু, আমছু,AIUDF সমস্বৰে ১৯৭১ৰ পক্ষত । ১৯৭১ ৰ পক্ষত প্ৰথম শপত নামা অসম চৰকাৰে দাখিল কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কৰ্যকালত, তেখেত যেতিয়া কংগ্ৰেছ চৰকাৰৰ অসম চুক্তিৰ ৰূপায়ন মন্ত্ৰী আছিল । আজি এক প্ৰেছ বিবৃতিত এই গুৰুত্বৰ অভিযোগ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷

RelatedPosts

Ulfa Assam[I} :সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি

Asom Sattra Mahasabha : ধৰ্মান্তৰকৰণ বিৰোধী আইনআৰু সত্ৰৰ ভূমি পুনৰ উদ্ধাৰৰপ্ৰচেষ্টালৈঅসম চৰকাৰক পূৰ্ণ সমৰ্থন অসম সত্ৰ মহাসভাৰ

Ulfa-Independent Press release : আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস উপলক্ষে সেনাধ্যক্ষ পৰেশ অসমৰ সাংগাঠনিক বক্তব্য

হাজৰিকাই বিবৃতিটোত আৰু কয় যে, তাৰ পিছত ২০১৭ৰ ১মাৰ্চত বৰ্তমান বিজেপি চৰকাৰে ১৯৭১ চনৰ পক্ষত বিস্তৃত ৫১ পৃষ্ঠাৰ লিখিত মতামত দাখিল কৰিছিল AIUDF আৰু আমছুৰ লগত সুৰ মিলাই ।

তাত প্ৰথমতে,কোৱা হৈছে যে প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ উলঙ্ঘন হোৱা নাই । যদিও প্ৰভাৱ পেলাইছে সেইয়া সামান্য ,চৰকাৰৰ যুক্তি এই ধৰণৰ যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে যি ধৰণৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাই সেই একে ধৰণেৰে প্ৰব্ৰজনেও পেলাই। এইটো এটা নাভূত নাশ্ৰুত কথা ।

সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে ৰাজ্যত জনসংখ্যাৰ কোনো সালসলনি নহয়, কিন্তু প্ৰব্ৰজনৰ ফলত নতুন ভোটাৰ অন্তৰ্ভুক্ত হয় আৰু সেই ভোটাৰে নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব আৰু নিশ্চয়কৈ গুৰুতৰ প্ৰভাৱ পেলাব । যাৰ ফলশ্ৰুতিত আজি AIUDF ৰ আবিৰ্ভাৱ হৈছে।

চৰকাৰে দিয়া এই যুক্তি কিন্তু ২০০৫ চনত উচ্চতম ন্যায়ালয়ে সৰ্বানন্দ সোণোৱালৰ গোচৰত দিয়া ৰায়দানৰ বিৰুদ্ধে । সেই ৰায়দানত এইটো স্পষ্টৰূপত কোৱা হৈছে যে অবিৰত প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়া নিজৰ ৰাজ্যত সংখ্যালঘু হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি যুক্তিৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাতো খিলঞ্জীয়া ৰক্ষা কৱচ বুলি ঢোল কোবাই ফুৰিছে সেই যুক্তি অবান্তৰ। এনে প্ৰক্ৰিয়াই কোনো বিদেশী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰে । কোনোবা সমষ্টিত যদি বিদেশী ভোটাৰ কমে বা হ্ৰাস পায় তেন্তে আন সমষ্টিত বিদেশী ভোটাৰৰ সংখ্যা বৃদ্ধি হব। মুঠতে বিদেশী ভোটাৰৰ সংখ্যা ৰাজ্যিক স্তৰত একে থাকিব।

দ্বিতীয়তে অসমত অবৈধ প্ৰব্ৰজনকাৰীয়ে জন্ম দিয়া লৰা ছোৱালীক নাগৰিকত্ব দিয়াটো সমৰ্থন কৰিছে। ইয়াৰ ফলত অসমৰ খিলঞ্জীয়াৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক (?) চিন আহিল।

তৃতীয়তে,এটা অদ্ভুত কথা কোৱা হৈছে যে এনে কোনো তথ্য নাই যত বিদেশী নাগৰিক ভোটাৰ হৈছে। উচ্চতম ন্যায়ালয়ে পূৰ্বৰ তিনিটা ৰায়দানত উল্লেখ কৰিছে যে বাংলাদেশী আগ্ৰাসনত অসমৰ থলুৱা মানুহ বহু কেইখন জিলাত সংখ্যালঘু হৈছে।

চৰকাৰৰ মতে এই বৃহৎ সংখ্যক বাংলাদেশীক ভোটাধিকাৰ প্ৰদান কৰাৰ ফলত অসমৰ থলুৱা মানুহৰ ৰাজনৈতিক অধিকাৰ উলংঘন হোৱা নাই ।

চতুৰ্থতে,মতামতত যুক্তি দিয়া হৈছে যে অসম চুক্তি কৰি অসমে আন ৰাজ্যৰ তুলনাত ২৩ বছৰৰ অধিক বিদেশীৰ বোজা লোৱাত ৰাজ্যলৈ শান্তি উভতি আহিলে। সেইটো স্থিতি আমছু আৰু AIUDF ৰ আছিল । তাৰ মানে অসম চৰকাৰ প্ৰব্ৰজনৰ সমৰ্থনত।

উচ্চতম ন্যায়ালয়ে শুনানিৰ পিছত ৰায়দান দিব ১৯৭১ বা ১৯৫১ ৰ পক্ষত। কিন্তু মিছন বসুন্ধৰাৰ জৰিয়তে আৰু ১১ নৱেম্বৰ ২০২২ চনৰ অধিসূচনা অনুসৰি ২০১১ চনলৈকে বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ বেদখলত থকা চৈধ্যলাখ বিঘা PGR ভূমি আবন্টন দিব।

বসুন্ধৰা আঁচনিৰ যোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নতুন নাগৰিকত্ব প্ৰদান কৰা ভিত্তিবর্ষ ২০১১ চন সৃষ্টি কৰিলে।বিজেপি চৰকাৰত মন্ত্ৰী হৈ থকাৰ অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ ১৯৫১ চনৰ পক্ষত স্পষ্ট মতামত প্ৰকাশ কৰিছিল ।

কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁক না ৫১ লাগে না ৭১ লাগে, এটা নতুন ভিত্তি বর্ষ ২০১১ চন নিজেই ধাৰ্য কৰিলে। ইয়াত বিজেপি,অগপৰ নেতাৰ ভূমিকাই কেবাটাও প্ৰশ্ন উত্থাপন কৰে।

যদি CAA প্ৰণয়ন কৰি ২০১৯ লৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব পাৰে, তাৰ বিনিময়ত বৰ্তমান চৰকাৰে ১৯৫১ কিয় সমৰ্থন কৰিব নোৱাৰে ? ১৯৫১ চনৰ NRC টো ভিত্তি কৰি খিলঞ্জীয়াৰ বাবে ভূমি,চাকৰি,বেপাৰ, সম্পদ,ইত্যাদি সংৰক্ষিত কিয় কৰিব নোৱাৰে ?

এতিয়া অসম চুক্তি আৰু উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে গৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লুকাভাকু কৰি অতি চতুৰতাৰে পুনৰ ২০১১ চন নতুন ভিত্তিবর্ষ সৃষ্টি কৰিবলৈকে অসমৰ ৰাইজে তেওঁলোকক জনাদেশ দিছিল নেকি বুলি বিজেপি চৰকাৰ খনক তীৰ্যক মন্তব্যৰে থকাসৰকা কৰে অধিবক্তা হাজৰিকাই ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Press releaseSenior Supreme Court LawyerUpamanyu Hazarika
publisher

publisher

Related Posts

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
Assam

Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: