Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

ৰাজ্যজুৰি আৰক্ষীৰ মাৰাথন অভিযান,গোচৰ ৰজু ৪০০৪টা

publisher by publisher
February 3, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত
4
SHARES
40
VIEWS
ShareShareShareShare

Assam Against Child Marriage:

বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰী কঠোৰ স্থিতিৰ পাছতে বৃহস্পতিবাৰে নিশাৰে পৰা ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান ৷

ADVERTISEMENT

নাবালিকা কিশোৰীক অবৈধভাৱে বিয়া কৰোৱা স্বামীক মুখ্যমন্ত্ৰীয়ে আটক কৰাৰ নিৰ্দেশৰ পাছতে নিশাৰে পৰা আৰম্ভ হোৱা অভিযানত আৰক্ষীৰ জালত পৰিছে বাৰ শতাধিক যুৱক ৷

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Delhi:মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উদ্থাপন কৰি বিপদত পৱন খেড়া !

একেদৰে গুৱাহাটী মহানগৰীটো আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে ৫৪ জন লোকক ৷ মহানগৰীৰ তিনিখনকৈ থানাত ৰজু হোৱা গোচৰৰ সংখ্যা ১৯২টা ৷

দিছপুৰ, বশিষ্ট আৰু হাতীগাওঁ থানাত ৰজু কৰা হৈছে সৰ্বাধিক গোচৰ৷ সেই অনুসৰি আৰক্ষীয়ে যোৱা নিশাৰে পৰা চলোৱা অভিযানত এই পৰ্যন্ত দিছপুৰ থানাত দুজন,বশিষ্টত ছয়জন আৰু হাতীগাঁও থানাত ১৪ জন অবৈধ স্বামীক আটক কৰিবলৈ সক্ষম হৈছে ৷

দিছপুৰ থানাৰ জালত পৰিছে ৩০ জন অবৈধ স্বামী ৷ এই থানাত পঞ্জীভূক্ত বাল্য বিবাহৰ ৰজু হোৱা গোচৰৰ সংখ্যা ৬০ টা ৷

আনহাতে ৰাজ্যব্যাপি অব্যাহত থকা আৰক্ষীৰ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা দুজন৷ এই জিলাৰ পৰা আটক কৰা অবৈধ স্বাম সংখ্যা ৬০ ৷চৰাইদেও জিলাৰ পৰা ৪৯ জন,গোলাঘাটত ১৩, বৰপেটাত ১৫, কলগাছিয়াত ১৭, যোৰহাটত ২৫,বঙাইগাঁওৰ যোগীঘোপাত ২১, শিৱসাগৰত ১০ , গহপুত ৪৬ অভয়াপুৰীৰ পৰা ১৪,ওদালগুৰিৰ পৰা দুজন, কামৰূপ গ্ৰাম্যৰ হাজোৰ পৰা ১২,চিৰাংত ৪০,নগাঁও জিলাৰ কামপুৰৰ পৰা ৫ ,জুৰীয়াৰ পৰা ১১গৰাকীকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ্য যে,নগাঁও জিলাৰ ৰূপহীহাটত ট্ৰেভেলাৰ বাছ বুকিং কৰি কেৰলালৈ পলাবলৈ বিছৰা ৩০ জন অবৈধ স্বামীক নিশাৰ বাছৰ পৰা আটক কৰা হয় ৷

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যজুৰি চলোৱা অভিযানত আৰক্ষীৰ জালত পৰা অবৈধ স্বামীৰ সংখ্যা বৃদ্ধি পায় ১২৮৫ জনলৈ ৷ একেদৰে ৰেজিষ্টাৰ হোৱা গোচৰৰ সংখ্যা হৈছেগৈ ৪০০৪ টা ৷

বৰ্তমানেও অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিয়ান অব্যাহত আছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Against Child MarriageAssam Police RaidCm Himanta Biswa SarmaCMODGP Assam
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d