Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মৰিগাঁৱত বালি মাফিয়াৰ প্ৰকৃতি ধ্বংস অভিযান

মেচিনেৰে কলং-কপিলী-কিলিং নৈৰ বুকুত অবৈধ বালি খননৰে বালি মাফিয়াই দিনে নিশাই চলাইছে সন্ত্ৰাস

publisher by publisher
September 13, 2022
in Assam, News
Reading Time: 1 min read
0
মৰিগাঁৱত বালি মাফিয়াৰ প্ৰকৃতি ধ্বংস অভিযান
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

– মৰিগাঁও জিলাৰ কলং-কপিলী-কিলিং বুকুত বালি মাফিয়াই দিনে নিশাই মেচিনৰ সহায়ত অবৈধ বালি খননেৰে ধ্বংস যজ্ঞ চলোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ মৰিগাঁও জিলাখনতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্যৰ বনজ সম্পদৰ ওপৰত চলি থকা অবাধ লুণ্ঠনৰাজৰ লগতে বনজ সম্পদক কেন্দ্ৰ কৰি চলি থকা ছিণ্ডিকেট , দূৰ্নীতি , অনিয়মৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা কঠোৰ স্থিতি আৰু ঘোষণাৰ এক বিপৰীত ছবিহে পৰিস্ফুট হৈছে সমগ্ৰ মৰিগাঁও জিলাত । এক কথাত কবলৈ গ’লে ৰাজনৈতিক নেতাৰ আৰ্শীবাদত বলিয়ান হৈ একাংশ বন আৰু বালি মাফিয়াই বিনাদ্বিধাই চলাই নিছে অবৈধ ভাৱে  বনজ সম্পদৰ ধ্বংসযজ্ঞ ।ফলস্বৰূপে ৰাজ্য চৰকাৰে ব্যাপক হাৰত ৰাজহ হেৰুৱাব লগা হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।জিলা খনৰ নদী সমূহৰ ভিতৰত ঘাইকৈ কলং ,কপিলী, কিলিং নদীৰ বক্ষত জধে মধে অবৈধভাৱে মেচিন বহুৱাই দিনে -নিশাই বালি খননকাৰ্য্য চলাই  থকা স্বত্তেও ৰাজ্য চৰকাৰৰ বিয়াগোম বনবিভাগে ধৃতৰাষ্টৰ ভূমিকা পালন কৰা বুলি জিলাখনৰ সচেতন মহলে কটাক্ষ কৰিছে । প্ৰাপ্ত তথ্য মতে, জিলাখনৰ কদমতলিৰ পৰা মায়ঙৰ দিপ্ৰাং, ঠেংভঙালৈকে নৈৰ বক্ষ উদাৰি অতি কমেও  ১৬ ৰ ২০টাকৈ স্থানত চলাই থকা অবৈধ বালি খনন কাৰ্য্যৰ লগতে পবিতৰা অভয়াৰণ্য খনৰ নাতি দূৰৈতো নদীৰ বুকুত মেচিন বহুৱাই অসাধুচক্ৰই বিনাবাধাই ইচ্ছামতে খনন কাৰ্য্য চলাই বালি সৰবৰাহ কৰি আহিছে ।খবৰ মতে জিলাখনৰ বহা ,দিপ্ৰাং ,ঠেংভঙা আৰু বৰজাৰিত থকা অবৈধ বালি মহল কেইটাৰ পৰাই বন বিভাগৰ নাকৰ আগেয়েই দৈনিক ২৫ -৩০খন পৰ্য্যন্ত বালিৰ ট্ৰাক গুৱাহাটী , জাগীৰোড , মৰিগাঁৱৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈয়ে আছে । অভিযোগ মতে, বিভাগীয় অনুমোদন নোহোৱাকৈ স্থাপন কৰা এই সমূহ বালিমহলৰ পৰা বালি সৰবৰাহ কৰা ট্ৰাক সমূহৰো অধিকাংশৰে নাই চালান । ইয়াৰে আকৌ কিছুমানে বন বিভাগৰ লগত বুজা-বুজিৰ চুক্তি কৰি পুৰণি ম্যাদ ওকলা চালানকে ব্যৱহাৰ কৰাৰো জোৰদাৰ অভিযোগ উঠিছে । ৰাজ্য চৰকাৰ খনৰ এটা বিয়াগোম বন বিভাগৰ অবৰ্তমানত  কিদৰে সম্ভৱ হৈছে নদীত অবৈধ বালি খনন ,চালানহীনভাৱে বালি সৰবৰাহৰ দৰে অনৈতিক কাৰ্য্য। ফলশ্ৰুতিত ৰাজ্য চৰকাৰ খনেও দৈনিক হেৰুৱাব লগা হৈছে দৈনিক বৃহৎ পৰিমাণৰ ৰাজহ। তাকলৈ জিলাখনৰ মচেতন মহল আৰু প্ৰকৃতি প্ৰেমীয়ে প্ৰশ্ন উত্থাপন কৰিছে। ইফালে, জিলা খনৰ নৈ পৰীয়া ৰাইজে কৰা অভিযোগ অনুসৰি একালৰ শিহুৰ মুক্ত বিচৰণ স্থলী ,জলকেলিৰ অপূৰ্ব দৃশ্য মান  কলং ,কপিলী ,কিলিঙত দিনে -নিশাই চলোৱা মেচিনৰ শব্দ ,অহৰহ লানি নিছিগা বালি ,শিল কঢ়িওৱা ট্ৰাক সমূহে নিদ্ৰাহৰন কৰাৰ লগতে সংশ্লিষ্ট অঞ্চল সমূহত প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰাৰ সমান্তৰালভাৱে স্বাভাৱিক শান্তিৰ পৰিবেশ বিঘ্নিত কৰিছে । শাসকীয় দলৰ একাংশ নেতা -পালিনেতাৰ ছত্ৰছায়াতে মৰিগাঁৱত নিৰৱিচিন্নভাৱে মাফিয়া গিৰি ,প্ৰাকৃতিক সম্পদৰ ধ্বংস অভিযান চলি আছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMORIGAON
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d