Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

    গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Train Blast in Pakistan : পাকিস্তানৰ ৰে’লত ভয়ংকৰ বিস্ফোৰণ

জাফৰ এক্সপ্ৰেছত সংঘটিত বিস্ফোৰণত থিতাতে নিহত দুজন

publisher by publisher
February 16, 2023
in News, International
Reading Time: 2 mins read
0
Train Blast in Pakistan : পাকিস্তানৰ ৰে’লত ভয়ংকৰ বিস্ফোৰণ
2
SHARES
17
VIEWS
ShareShareShareShare

Train Blast in Pakistan :

তীব্ৰ অৰ্থ সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ পাকিস্তানত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ৷ কুৱেটা চহৰ অভিমুখী জাফৰ এক্সপ্ৰেছ ৰে’ল খনত হোৱা বিস্ফোৰণত প্ৰায় দুজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে চাৰিজন গুৰুত্বৰভাৱে আহত হয় ৷

ADVERTISEMENT

পেছোৱাৰৰ পৰা কুৱেটালৈ গৈ থকা পথত জাফৰ এক্সপ্ৰেছ খন চিচাভাটনি ৰে’লৱে ষ্টেচনৰ মাজেৰে যোৱাৰ সময়তে সংঘটিত হয় ভয়াৱহ বিস্ফোৰণটো ৷

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

WhatsApp Image 2023 02 16 at 18.05.49যাত্ৰীবাহী ট্ৰেইন খনৰ ইকনমি ক্লাছৰ ছয় নম্বৰ ডবাত সংঘটিত এই বিস্ফোৰণত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন চাৰি যাত্ৰী গুৰুত্বৰভাৱে আহত হয় ৷আহত সকলক ততাতৈয়াকৈ চিচাভাটনি চিকিৎসালয়ত ভৰ্তি কৰে ৰে’ল আৰক্ষীয়ে।

বিস্ফোৰণটি কেনেকৈ হ’ল আৰু কোনে কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও পাক আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

মনকৰিবলগীয়া যে,কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি বিস্ফোৰণ ঘটা এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা।ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপত জাফৰ এক্সপ্ৰেছত সংঘটিত হৈছিল আন এক বিস্ফোৰণ ৷

বিস্ফোৰণত আহত হৈছিল প্ৰায় আঠজনকৈ যাত্ৰী। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে, বিস্ফোৰণটি ইমানেই ভয়ংকৰ আছিল যে বিস্ফোৰণৰ পাছতে ট্ৰেইন খনৰ দুটা ডবা লাইনচ্যুত হৈছিল ৷

শেহতীয়াকৈ তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱা পাকিস্তানত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই পাক চৰকাৰৰ বাবে আন প্ৰত্যাহ্বান হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 2 Killed4 InjuredPakistanQuetta-peshawar Train ExplosionTrain Blast
publisher

publisher

Related Posts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 
News

বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
News

গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d