Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

২৮ বিদেশী পৰ্যটকক ধুবুৰীত উষ্ম আদৰণি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু জিলা প্ৰশাসনৰ , অসমত নদী পৰ্যটনৰ এক বৃহৎ সম্ভাৱনা আছে কিয়নো ব্ৰহ্মপুত্ৰ নদীয়ে বিভিন্ন বিশিষ্ট পৰ্যটনস্থলীক সংযুক্ত কৰে: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

publisher by publisher
February 17, 2023
in India, Assam, News, Tourism
Reading Time: 3 mins read
0
Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ
6
SHARES
60
VIEWS
ShareShareShareShare

Ganga Vilas – World’s longest River Cruise – Enters Assam :

বিশ্বৰ সৰ্ববৃহৎ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ ‘এম ভি গংগা বিলাস‘ বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি আজি বিয়লি ধুবুৰী পায়হি ৷
ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতীমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ আনে ৷

ADVERTISEMENT

ইয়াৰ পাছতে বিদেশী পৰ্যটক সকলক পৰ্যটন আৰু জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷

RelatedPosts

Police Torture In Golokganj: গোলোকগঞ্জত আক্ৰাছুৰ জোঁৰ সমদলকাৰীক ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ দিছপুৰ

ৰঙিয়াত ৪০ বিঘা মাটি কিনি ৮৫ বিঘা জলাহ ভূমি বেদখল কৰি ১২৫ বিঘাত জয়ন্তৰ ফাৰ্ম

Gir-Gai Scam:গৰু চোৰ মৰ্দাবাদ’ ধ্বনিত উত্তাল ৰাজ্য

WhatsApp Image 2023 02 17 at 18.35.55 1আনহাতে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অসমৰ বাবে এয়া এক ঐতিহাসিক দিন য’ত ২৮ জন বিদেশী পৰ্যটকে ৰিভাৰ ক্ৰুজৰ অভিজ্ঞতাৰ জৰিয়তে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব।

মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে ,অসমত নদী পৰ্যটনৰ এক বৃহৎ সম্ভাৱনা আছে কিয়নো ব্ৰহ্মপুত্ৰ নদীৰে বিভিন্ন পৰ্যটনস্থলী যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, মা কামাখ্যা মন্দিৰ আদিক সংযোগ কৰে আৰু পৰ্যটকসকলে নদী পৰ্যটনৰ সৈতে অসমৰ সামগ্ৰিক নৌৰ্সগিক সৌন্দৰ্য্যও চাব পাৰে তাৰোপৰি ই অসমৰ এক বাবে গৌৰৱৰ মুহূৰ্ত য’ত বিদেশী পৰ্যটকে এই সুন্দৰ দৃশ্যপট প্ৰত্যক্ষ কৰিবলৈ আগবাঢ়ি আহিছে ।

উল্লখ্য যে,ইমিগ্ৰেছন কাউন্টাৰত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয়৷ জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোঁচ ৰাজবংশী লোক নৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে৷ পৰ্যটকসকলে বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী চাই আপ্লুত হয় ৷

পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা-পনাৰে আপ্যায়ন কৰোৱা হয়৷ ইয়াৰ পিছতে পৰ্যটকৰ দলটো পুনৰ এম ভি প্ৰতীমাত উঠি এম ভি গংগা বিলাসলৈ ৰাওনা হয় ৷

তাতে তেওঁলোকে নিশাটো কটাব ৷ কাইলৈ পুৱা তেওঁলোক পুনৰ ঘাটলৈ আহি বাছেৰে আশাৰিকান্দি গাঁৱলৈ যাব ৷
আশাৰিকান্দিত টেৰাকটা শিল্প চোৱাৰ লগতে ইয়াৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰো বুজ লব ৷ তাৰ পিছতে পৰ্যটকৰ দলটোৱে ধুবুৰী টাউনত থকা গুৰুদ্বাৰ টেগ বাহাদুৰ ছাহেবজী আৰু ভিক্টোৰিয়া উদ্যান ভ্ৰমণ কৰিব ৷

দিনৰ প্ৰায় ১০ বজাত পৰ্যটকৰ দলটো এম ভি গংগা বিলাসত উঠি গোৱালপাৰা অভিমুখে ৰাওনা হ’ব ৷ স্মতৰ্ৱ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যোৱা ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা এক মাৰ্চত উপস্থিত হ’বগৈ ডিব্ৰুগড়ত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Enters AssamGanga Vilas CruiseJayanta Malla BaruahTourism MinisterWorld’s longest River Cruise
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d