Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰঙিয়াত ৪০ বিঘা মাটি কিনি ৮৫ বিঘা জলাহ ভূমি বেদখল কৰি ১২৫ বিঘাত জয়ন্তৰ ফাৰ্ম

publisher by publisher
July 5, 2025
in Assam, News
Reading Time: 1 min read
0
ৰঙিয়াত ৪০ বিঘা মাটি কিনি ৮৫ বিঘা জলাহ ভূমি বেদখল কৰি ১২৫ বিঘাত জয়ন্তৰ ফাৰ্ম
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Police Torture In Golokganj: গোলোকগঞ্জত আক্ৰাছুৰ জোঁৰ সমদলকাৰীক ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ দিছপুৰ

Gir-Gai Scam:গৰু চোৰ মৰ্দাবাদ’ ধ্বনিত উত্তাল ৰাজ্য

Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

Jayanta Malla Baruah:✒️মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পৰিয়ালৰ কোম্পানী ‘জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেড’-এ অকল তেজপুৰতেই নহয়, একেদিনাই ৰঙিয়াতো ৪০ বিঘা ম্যাদীপট্টাৰ মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে। আনকি এই ৪০ বিঘা মাটিৰ স’তে সংলগ্ন হৈ থকা কমেও ৮৫ বিঘা জলাহ ভূমি মন্ত্ৰী মল্লবৰুৱাৰ পৰিয়ালে বেদখল তথা ধনবল-বাহুবল প্রয়োগ কৰি পৰিয়ালৰ কোম্পানীৰ নামত কুক্ষিগত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অধীনৰ পাণ্ডুৰি মৌজাৰ কুমতিবাৰী ৰাজহ গাঁৱত মন্ত্রী মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা মালিকানাধীন কোম্পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাতি নাতি দূৰৈত। দূৰৈত উল্লিখিত প্রায় ৪০ বিঘা ম্যাদীমাটি ক্ৰয় কৰাৰ লগতে বেদখল কৰি ৰখা ৮৫ বিঘা মাটিসহ মুঠ ১২৫ বিঘা মাটিত বিশাল বশাল ফার্ম হাউছ নির্মাণ কৰাৰ অভিযোগ উঠিছে।

ফলত সৌ সিদিনা বিজেপি লৈ অহাৰ পাছত এটাও বেয়া কাম কৰা নাই বুলি দম্ভালি মৰা মন্ত্রী বৰুৱাই পৰিয়ালৰ এটাৰ পাছত আন এটা বৃহৎ পৰিমাণৰ মাটি ক্ৰয় আৰু দখলৰ তথ্য পোহৰলৈ অহা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে।

এই সন্দর্ভত কালি বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ আৰু দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰী বৰুৱা পৰিয়ালে বেদখল কৰি ৰখা ৮৫ বিঘা চৰকাৰী ভূমিত শীঘ্ৰে উচ্ছেদ চলাবলৈ দাবী জনাইছে।

একেদিনাই কোনকেইটা দাগত মাটি ক্ৰয় কৰিছিল মন্ত্রী পত্নী মালিকানাধীন কোম্পানীয়ে

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালৰ কোম্পানী ‘জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেড’ৰ নামত এদিনতে পুনৰ ৩৯ বিঘা তিনি কঠা ১৬ লেচা ভূমি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ পাণ্ডুবি মৌজাৰ কুমতিবাৰী ৰাজহ গাঁৱত ২০২৩ৰ ২৬ এপ্রিলত একেটা দিনতে উল্লিখিত পৰিমাণৰ মাটিৰ মালিকীস্বত্ব লাভকৰিছিল জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৱে।

এই কোম্পানীটোৰ পৰিচালন সঞ্চালক হ’ল মন্ত্ৰী বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা আৰু সঞ্চালক হ’ল ক্রমে মন্ত্ৰীৰ জীয়ৰী তৃণ তৃণাবৃতা বুজৰবৰুৱা আৰু আন এজন সঞ্চালক হ’ল জেহিৰুল ইছলাম। এই জেহিৰুল ইছলামৰ নামতে জেএমবি একুরা এগ্রো প্রাইভেট লিমিটেডৰ হৈ উল্লিখিত মাটি ক্রয় কৰা হৈছে।

তথ্য অনুসৰি, অসম চৰকাৰৰ ৰাজহ বিভাগৰ জৰীপ হোৱা গাঁৱৰ জমাবন্দীত উল্লেখ আছে যে ২০২৩ৰ ২৬ এপ্রিলত অর্থাৎ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসম মন্ত্রীসভাত স্থান লাভ কৰাৰ পাছত জেএমবি একুৱা এগ্রো প্রাইভেট লিমিটেডৰ নামত ৰঙিয়াৰ কুমতিবাৰী গাঁৱত পট্টা নম্বৰ সাতৰ দাগ নম্বৰ ১৪৬, ১৪৫, ৩০০, ৩০২, ৩০১, ৬২৮, ৬২৬ আৰু ২৪৯ দাগৰ ক্ৰমে এক বিঘা ১০ লেচা; পাঁচ বিঘা তিনি কঠা ১০ লেচা; এক বিঘা দুই কঠা দুই লেচা; এক কঠা ১০ লেচা; তিনি বিঘা এক কঠা; এক কঠা আঠ লেচা আৰু এক বিঘা দুই কঠা ১৭ লেচাসহ সর্বমুঠ ১৩ বিঘা দুকঠা ১৭ লেচা মাটি ক্রয় কৰিছে।

তদুপৰি একেখন গাঁৱৰে পট্টা নম্বৰ ১১ৰ দাগ নম্বৰ ২৪৭ত এক বিঘা, ২৪৬ দাগত এক বিঘা দুই কঠা, ২৪৫ দাগত এক বিঘা এক কঠা, ১৭৩ দাগত চাৰি কঠা, ১৭৪ দাগত দুই কঠা আৰু ৩০ নম্বৰ দাগত চাৰি বিঘাসহ সর্বমুঠ ১০ বিঘা এক কঠা মাটি ক্রয় কৰিলে।

একেদৰে ১৩ নম্বৰ পট্টাৰ দাগ নম্বৰ ক্ৰমে ৪১৫৩ ১২ লেচা, ৬৩৩ দাগত দুকঠা দুই লেচাসহ সর্বমুঠ দুকঠা ১৪ লেচা মাটি ক্ৰয় কৰাৰ উপৰি পট্টা নম্বৰ ২৩ৰ দাগ নম্বৰ ২৫২ত এক বিঘা তিনি কঠা ১৮ লেচা, দাগ নম্বৰ ৪৪৯ত দুকঠা ১৫ লেচা, দাগ নম্বৰ ২৫১ত এক বিঘা এক কঠা তিনি লেচা, দাগ নম্বৰ ১৬৬ত চাৰি কঠা ১৬ লেচা, দাগ নম্বৰ ১৬৫ত এক কঠা ১৫ লেচাসহ সৰ্বমুঠ চাৰি বিঘা চাৰি কঠা ১৭ লেচা মাটি ক্রয় কৰে।

তদুপৰি ২৫ নম্বৰ পট্টাৰ দাগ নম্বৰ ৩২২ত তিনি বিঘা পাঁচ লেচা, দাগ নম্বৰ ৩২১ত দুবিঘা একঠাসহ সর্বমুঠ পাঁচ বিঘা একঠা পাঁচ লেচা মাটি ক্রয় কৰাৰ লগতে পুনৰ একেখন গাঁৱৰে ৪৩ নম্বৰ পট্টাৰ দাগ নম্বৰ ৩২৫ত এক কঠা ১০ লেচা, দাগ নম্বৰ ৩১৬ত তিনি বিঘা চাৰি কঠা ১৬ লেচা, দাগ নম্বৰ ১৯০৩ ১৪ লেচা, দাগ নম্বৰ ২৩৫ত দুকঠা চাৰি লেচা, দাগ নম্বৰ ২২৭ত দুকঠা ন লেচাসহ সর্বমুঠ পাঁচ বিঘা একঠা ১৩ লেচা মাটি ক্রয় কৰে।

অর্থাৎ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানীটোৱে এইদৰে একেদিনাই ৰঙিয়াৰ কুমতিবাৰীত ক্রয় কৰে ৩৯ বিঘা তিনি কঠা ১৬ লেচা ম্যাদীপট্টাৰ মাটি।

ৰঙিয়াত ৪০ বিঘা ম্যাদীমাটি ক্রয়-৮৫ বিঘা জলাহ ভূমি বেদখল মন্ত্ৰী জয়ন্ত মল্ল পৰিয়ালৰ

ইফালে, এই প্রায় ৪০ বিঘা মাটি ক্ৰয় কৰাৰ উপৰি মন্ত্ৰী বৰুৱাৰ পৰিয়ালৰ কোম্পানীয়ে সংশ্লিষ্ট অঞ্চলত ৮৫ বিঘা জলাশয়ৰ ভূমি বেদখল কৰি ৰাখিছে বুলি অভিয়োগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে।

তেওঁ কয়, ‘বিজেপিলৈ অহাৰ পাছত মন্ত্ৰী বৰুৱাই কোনো বেয়া কাম কৰা নাই বুলি কৈছিল; কিন্তু তেওঁৰ মন্ত্ৰিত্বৰ কাৰ্যকালত তেজপুৰৰ পাছত ৰঙিয়াত ইমান মাটি কিদৰে ক্ৰয় কৰিলে। যদিও ৪০ বিঘা মাটি ক্ৰয়ৰ কথা কোৱা হৈছে; কিন্তু তাত মুঠ মাটি আছে ১২৫ বিঘা। তেওঁৰ পৰিয়ালৰ প্ৰথমে তাত ১০৭ বিঘা আছিল আৰু চৰকাৰী মাটি ক্রমান্বয়ে দখল কৰি গৈ ১২৫ বিঘা হৈছেগৈ। চৰকাৰী মাটি মানে নন ক্রেডেস্টেল জলাশয়ৰ মাটি। বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ এই অংশ তথা এখন গাঁৱৰ গোটেই পথাৰখনেই তেওঁ ক্ৰয় কৰি লৈছে। অর্থাৎ ইয়াৰ ৪০ বিঘা মাটি ক্ৰয় কৰাৰ বিপৰীতে বাকী ৮৫ বিঘা চৰকাৰী নন ক্রেডেষ্টেল জলাহ ভূমি মন্ত্রী বৰুৱাই বেদখল কৰি ৰাখিছে।’

ইয়াতহে উচ্ছেদ কৰিব লাগে বুলি মুখ্যমন্ত্রীক আহ্বান জনাই বিধায়ক গগৈয়ে কয়, ‘আপোনৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা মাটি বেদখলকাৰী। তেওঁ নন ক্রেডেস্টেল ৮৫ বিঘা চৰকাৰী মাটি বেদখল কৰিছে। এতিয়া ২৪ ঘণ্টাৰ ভিতৰত এই চৰকাৰী ভূমি বেদখলমুক্ত কৰি দেখুওৱাক।’

কংগ্ৰেছৰ দিনত লুটি-পুতি খোৱাকেইজন এতিয়া বিজেপিৰ হর্তা-কর্তা-বিধাতা

আনহাতে, প্রসংগত বিধায়ক গগৈয়ে কয়, ‘নলবাৰীখন আৰএছএছৰ ঘাটি বুলি জনা যায়। বশিষ্ঠ বুজৰবৰুৱা, উমেশ চক্রবর্তী, ভূপেশ শর্মা আদি বাঘা বাঘা আৰএছএছ নেতাৰ ঘৰ হৈছে নলবাৰীত। যি আৰএছএছে কৈ থাকে যে তেওঁলোকে স্বচ্ছ-নিকা প্রশাসন তৈয়াৰ কৰিবৰ কাৰণে কাম কৰে, ৰামৰাজ্য প্ৰতিষ্ঠাৰ বাবে কাম কৰে, সেই ৰাম ৰাজ্যৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই প্রায় ৪০ বিঘা মাটিৰ ম্যাদীপট্টা একে দিনাৰ ভিতৰতে সংগ্ৰহ কৰিছে আৰু ৮৫ বিঘা চৰকাৰী মাটি বেদখল কৰি ৰাখিছে।’

বশিষ্ঠ বুজৰবুৰুৱাক উদ্দেশি তেওঁ কয়, ‘আপোনাৰ ৰামৰাজ্যৰ এই যিজন ৰাৱণ, তেওঁৰ বিৰুদ্ধে কিবা পদক্ষেপ হ’বনে?’ যি সময়ত অসমৰ মহিলাক ১,২৫০ টকা দিম বুলি, আত্মসহায়ক গোটক ১০ হেজাৰ টকা দিম বুলি মুখ্যমন্ত্রীয়ে কৈ আহিছে, সেই সময়ত মন্ত্রী বৰুৱাই একেদিনাই ৪০ বিঘা মাটি ক্ৰয় কৰিবলৈ আৰু ১২৫ বিঘা মাটিত বিশাল ফার্ম হাউছ কৰিবলৈ ক’ত টকা পালে বুলি বিধায়ক গগৈয়ে প্রশ্ন তুলি মুখ্যমন্ত্রীক উদ্দেশি কয়, ‘বেদখলকাৰী মন্ত্ৰী বৰুৱাৰ পৰা ৮৫ বিঘা চৰকাৰী মাটি কাঢ়ি আনিবনে?’ আৰএছএছৰ নেতাসকলে মুখ খোলক বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘জয়ন্ত মল্লই বিজেপিৰ দিনত বেয়া কাম কৰা নাই বুলি যি চিঞৰ বাখৰ কৰিছিল, এতিয়া তেওঁ স্বেচ্ছাই পদত্যাগ কৰিব লাগে, অন্যথা মন্ত্ৰীৰ পৰা খেদি দিব লাগে। কংগ্ৰেছৰ দিনত লুটি-পুতি খোৱা আটাইতকৈ দুষ্ট মানুহকেইজন এতিয়া বিজেপিৰ হর্তা-কর্তা-বিধাতা। তাৰ পাছত তেওঁলোকে দীনদয়াল উপাধ্যায়, শ্যামপ্রসাদ মুখার্জী, অটল বিহাৰী বাজপেয়ীৰ নামতো কেনেকৈ মুখত লৈ থাকে মই আচৰিত হওঁ।’ উল্লেখ্য যে এই দিনটোতেই মন্ত্রী বৰুৱাই গুৱাহাটীত বহু মাটি ক্রয় কৰিছিল বুলি বিধায়ক গগৈয়ে মন্তব্য কৰি কাইলৈ তথ্য ৰাজহুৱা কৰিব বুলি কয়।

এইদৰে ভূ-সম্পত্তি গঢ়াৰ ধন জেজেএমৰ, পৰ্যটন নে গুৱাহাটী উন্নয়নৰ পৰা?

ইফালে, ২০২১ৰ নিৰ্বাচনী শপতনামা অনুসৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী বা পৰিয়ালৰ নামত নাই কোনো কৃষিভূমি; কিন্তু মন্ত্ৰী হোৱাৰ পাছতে বৰুৱাৰ পত্নীয়ে কোম্পানীৰ নামত ৰঙিয়াত ক্রয় কবে ৩৯ বিঘা তিনি কঠা ১৬ লেচা মাটি। একেদৰে মন্ত্রী পত্নীয়ে তেজপুৰত ক্ৰয় কৰিছে ৩৬ বিঘা অকৃষিভূমি। অর্থাৎ, এতিয়ালৈকে পোহৰলৈ অহা তথ্য অনুসৰি মন্ত্ৰী হোৱাৰ পাছত মন্ত্রী পত্নী ডেকা বৰুৱাই ৭৫ বিঘা তিনি কঠা ১৬ লেচা মাটি ক্ৰয় কৰিছে বুলি ৰাইজৰ দলে উল্লেখ কৰি কয়, ‘জয়ন্ত মল্ল বৰুৱাই মন্ত্রীৰূপে দায়িত্ব গ্রহণ কৰিছে ২০২২ৰ জুনত। মন্ত্ৰী হোৱাৰ তিনি বছৰৰ ভিতৰত মন্ত্ৰী বৰুৱাই পৰিয়ালৰ নামত এইদৰে গঢ়ি তুলিছে সম্পত্তিৰ পাহাৰ। স্বাভাৱিকতে প্রশ্ন উত্থাপন হ’ব ক’ৰ পৰা আহিছে এইদৰে ভূ-সম্পত্তি গঢ়াৰ ধন? জেজেএমৰ পৰা নে পর্যটন বিভাগৰ পৰা? নে গুৱাহাটী উন্নয়নৰ পৰা?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jayanta Malla Baruah
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d