Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ganga Vilas : কোনে ক’লে ছুইজাৰলেণ্ডতকৈ কোনোগুণেই কম নহয় অসমৰ প্ৰাকৃতিক দৃশ্য ?

publisher by publisher
February 22, 2023
in Assam, India, News
Reading Time: 1 min read
0
World’s Longest River Cruise Enters Guwahati :গুৱাহাটীত প্ৰৱেশ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসে
2
SHARES
17
VIEWS
ShareShareShareShare

Ganga Vilas :

ছুইজাৰলেণ্ডতকৈ কোনো গুণে কম নহয় অসমৰ প্ৰাকৃতিক দৃশ্য। সঁচাকৈয়ে প্ৰকৃতিৰ ভিন্ন ৰূপ-লাৱণ্যৰে চহকী অসম।

ADVERTISEMENT

মঙলবাৰে শক্তিপীঠ কামাখ্যা ধাম পৰিদৰ্শন কৰি হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে দেৱী কামাখ্যাৰ ওচৰত সেৱা জনাই এনেদৰে অসমৰ প্ৰশংসাত পঞ্চমুখ হ’ল ছুইজাৰলেণ্ডৰ পৰা অহা একাংশ পর্যটক।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

মধ্য ভাৰতৰ পৰা নদী পথেৰে প্ৰথমবাৰলৈ অসমক সংযোজিত কৰিবলৈ অহা বিলাসী ক্রুজ ‘গংগা বিলাস’ৰ যাত্ৰী বিদেশী পর্যটকসকলে মঙলবাৰে শক্তিপীঠ কামাখ্যাধাম আৰু ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰি প্রাচীন অসমৰ ভাস্কর্য শিল্প দেখি অভিভূত হৈ পৰে।

পাণ্ডু ঘাটত জাহাজতে নৈশ যাপনৰ অন্তত মঙলবাৰে পুৱা তিনিখনকৈ বাহনেৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পোনতে কামাখ্যা মন্দিৰ আৰু তাৰ পাছত সংগ্ৰহালয় পৰিদৰ্শন কৰোৱা হয় পর্যটকসকলক।

কামাখ্যা দেৱালয়ত পৰ্যটকসকলক মন্দিৰ পৰিচালনা সমিতিয়ে উষ্ম আদৰণি জনায়। কামাখ্যা দৰ্শনৰ পাছতে অসম ৰাজ্যিক সংগ্ৰহালয়ত উপস্থিত হোৱা ২৮ জনীয়া পৰ্যটকৰ দলটোৱে অসমৰ ইতিহাস বিজড়িত প্রাচীন সম্পদসমূহ পৰিদৰ্শন কৰি আপ্লুত হয়।

পর্যটকসকলে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয়, ‘দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত ষ্টেনগান, মেচিনগান, ৰকেট আদি দেখি তবধ মানিছো।

সেই তাহানিতে জাপানী সৈন্যসকলে উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা ৰবৰেৰে প্ৰস্তুত কৰা বিশেষ জেকেট আৰু মাস্ক প্রত্যক্ষ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ কথা সুঁৱৰিব পাৰিছো।’

ইফালে, অসমত কটোৱা বিগত চাৰিটা দিনৰ অভিজ্ঞতাৰ প্ৰসংগত ছুইজাৰলেণ্ডৰ পৰা অহা বয়োজ্যেষ্ঠ পৰ্যটক পিটাৰে কয়, ‘অসমবাসীৰ আতিথ্যই আমাক বিমুগ্ধ কৰিছে। গুৱাহাটী চহৰখন ভবাতোকৈ বেছি ধুনীয়া।

ইণ্টাৰনেটৰ জগতখনত সততে প্রত্যক্ষ কৰা অসমখনৰ প্ৰাকৃতিক দৃশ্য বাস্তৱ ক্ষেত্ৰত আৰু অধিক মনোমোহা। এতিয়া আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰতে উপস্থিত হ’বলগীয়া কাজিৰঙা দৰ্শনৰ বাবে।

হয়তো আমাৰ বাবে এই যাত্রা হ’ব এক চিৰস্মৰণীয় যাত্রা।’ ক্রমাগতভাৱে ৪৩ দিন ধৰি এমভি গংগা বিলাসেৰে যাত্রা অব্যাহত ৰখা বিদেশী পর্যটকৰ দলটোক কঢ়িয়াই অনা জাহাজখনে উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ক্ৰমে বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগৰ লগতে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছে।

এই সুদীৰ্ঘ যাত্ৰাত জাহাজখনে অতিক্রম কৰিছে ২৭খনকৈ নদ-নদী। আজি পৰ্যটকৰ দলটোৱে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত প্রত্যক্ষ কৰি অভিভূত হয় আহোম মুদ্ৰাৰ লগতে নগা মুদ্রা, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাসমূহৰ লগতে আন বিভিন্ন মূল্যৱান প্রাচীন সম্পদ।

নৰনাৰায়ণৰ ৰূপৰ মুদ্ৰা, ১৭৮০ৰ পৰা ১৭৯৫ খ্ৰীষ্টাব্দলৈ অসমৰ শিৱসাগৰকে ধৰি বিভিন্ন স্থানত প্রচলিত গৌৰীনাথ সিংহৰ মুদ্ৰা, বিভিন্ন ভাস্কর্য শিল্প, প্রাচীন কালত ব্যৱহাৰ হোৱা শিলালিপি আদি প্রাচীন সম্পদসমূহ কেমেৰাৰে ফটো মাৰি স্মৃতি লৈ যাবলৈ তৎপৰ হৈ পৰে পৰ্যটকসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGanga Vilas Cruise
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d