Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Double Murder Case : শংকৰী দেক হত্যা কৰি তেজৰ দাগ কেনেকৈ পৰিষ্কাৰ কৰিছিল বন্দনাই ?

publisher by publisher
February 25, 2023
in News, Assam
Reading Time: 2 mins read
0
Guwahati Double Murder Case : শংকৰী দেক হত্যা কৰি তেজৰ দাগ কেনেকৈ পৰিষ্কাৰ কৰিছিল বন্দনাই ?
2
SHARES
23
VIEWS
ShareShareShareShare

Guwahati Double Murder Case :

দেশ কঁপাই যোৱা দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ পূৰ্বেই মহানগৰীত সংঘটিত হোৱা শংকৰী দে আৰু তেওঁৰ পুত্ৰ অমৰজ্যোতি দেৰ হত্যাকাণ্ডৰ অভিযুক্তই হত্যাৰ প্ৰমাণ নোহোৱা কৰিবলৈ কি পন্থাৰ আশ্ৰয় লৈছিল তাৰ সন্ধান লাভৰ বাবে তদন্তকাৰী আৰক্ষীয়ে হাবাথুৰি খাইছে।

ADVERTISEMENT

সামাজিক মাধ্যম ফেচবুকত সক্ৰিয় ২৭ বছৰীয়া যুৱতী শ্ৰদ্ধাৰ ফেচবুকৰ প’ষ্ট বন্ধ হোৱাৰ বাবেই পোহৰলৈ আহে লোমহর্ষক ঘটনাটো। শংকৰী-অমৰজ্যোতি দেৰ হত্যাকাণ্ডৰ ঘটনাৰ ক্ষেত্ৰতো ভুক্তভোগীৰ ফোন বন্ধ হৈ থকা বাবেই পোহৰলৈ আহিল এই বীভৎস ঘটনা।

RelatedPosts

Car Fire in Noonmati:মহানগৰীৰ নুনমাটিৰ ৰাজপথত নিশা দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন

Guwahati :মহানগৰীৰ নুনমাটিৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয় সমীপত পথ দুৰ্ঘটনা

Deadbody Recovered In Noonmati:নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

শংকৰী দেৰ হত্যাকাণ্ডও শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ দৰেই অতি নিখুঁত পৰিকল্পনাৰে সংঘটিত কৰিছিল অভিযুক্ত বন্দনা কলিতাই। শাহু শংকৰীৰ দেৰ হত্যাৰ পাছত মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ ফলত নিগৰি অহা তেজৰ স্ৰোত কিদৰে নোহোৱা কৰিলে বন্দনা আৰু সহযোগীয়ে?

তেজৰ দাগ মচিবলৈ কিবা ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰিছিল নেকি? এনেবোৰ এতিয়া বিভিন্ন মহলত পাকঘূৰণি খাইছে।
তথ্য অনুসৰি শাহু শংকৰী দেক হত্যা কৰাৰ পূৰ্বে আৰু পাছতো চান্দমাৰিৰ চিত্ৰবন পথত থকা যোগমায়া এনক্লেভলৈ সঘন যাতায়াত কৰিছিল বোৱাৰী বন্দনাই।

আৰক্ষী সূত্ৰত প্ৰকাশ যে আইনৰ ছাত্ৰী বন্দনাই সকলো দিশ তন্ন তন্নকৈ চালি জাৰি ৰচিছিল হত্যাৰ নিখুঁত পৰিকল্পনা। অৱশ্যে অপৰাধীয়ে সদায়ে এটা ‘ক্লু’ এৰি থৈ যায় বুলি কোৱা হয়।

যাৰ বাবে আজি আৰক্ষীৰ জালত পৰিল বন্দনা। পৰিকল্পনা মৰ্মেই ২৬ জুলাইৰ বিয়লি প্রায় পাঁচ বজাত শাহুক নৃশংসভাৱে হত্যা কৰিছিল অভিযুক্তই। বিগত বৰ্ষৰ জুলাই আৰু আগষ্টত বন্দনাই যোগমায়া এপার্টমেণ্টলৈ সঘনাই অহা-যোৱা কৰাটো প্ৰত্যক্ষ কৰিছিল স্থানীয় আৱাসীয়ে।

অৱশ্যে সাত মাহৰ পাছত এই ঘটনা পোহৰলৈ অহাৰ বাবে হত্যাকাণ্ডৰ আগদিনা আৰু পাছদিনা বন্দনা এপার্টমেণ্টলৈ গৈছিল নে নাই সেই বিষয়ে নির্দিষ্ট তাৰিখ মনত পেলাব পৰা নাই আৱাসীয়ে। অৱশ্যে উক্ত দুমাহত বন্দনাই লক্ষ্যণীয়ভাৱে এপার্টমেণ্টলৈ আহিছিল বুলি আজি তথ্য সদৰী কৰে স্থানীয় আৱাসীয়ে।

হত্যাৰ বলি হোৱা শংকৰী দেৰ ফ্লেটৰ বাথৰূমত তেজৰ দাগ ফৰেনচিকৰ দলে উদ্ধাৰ কৰিছিল। এই মুহূৰ্তত প্ৰশ্নটো হৈছে যে হত্যাকাণ্ডত শংকৰী দেৰ শৰীৰৰ পৰা ওলোৱা তেজ বাথৰূমেৰে গৈ নলাত প্ৰকৃততে পৰিছিল নে নাই?

নে এই তেজ কোনো ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি নোহোৱা কৰিলে অভিযুক্তই। স্থানীয় লোকে এনেবোৰ সন্দেহৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। স্বাভাৱিকতে মানুহৰ শৰীৰ টুকুৰা টুকুৰকৈ কটাৰ পাছত যেতিয়া কটা যথেষ্ট পৰিমাণৰ ৰক্তক্ষৰণ হয় আৰু সেই তেজ যদি নলাত পৰিলেহেঁতেন তেন্তে স্থানীয় লোকে প্রত্যক্ষ কৰিলেহেঁতেন।

‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, যোগমায়া ফ্লেটৰ ভূমি মহলাত তথা পার্কিং স্থানৰ চৌপাশেৰে এটা নলা বৈ গৈছে। ছটা ফ্লেটৰ আৱাসীয়ে ব্যৱহাৰ কৰা পানী এই নলাত পৰে। সমান্তৰালভাৱে নলাৰ কাষে কাষে আৱাসীসকলে কাপোৰ মেলি দিয়ে।

যোগমায়া এপার্টমেণ্টৰ সন্মুখত আন এটা এপার্টমেণ্ট আছে আৰু দুয়োটাৰ মাজত থকা বেৰৰ কাষৰে শংকৰী দেই ব্যৱহাৰ কৰা বাথৰূমৰ পানী গৈ চৌহদৰ ভিতৰত থকা নলাত পৰে।

চৌহদৰ ভিতৰৰ পৰা নলাৰে এই পানী গৈ সন্মুখৰ ডাঙৰ নলাত পৰে। স্থানীয় লোকে সদৰী কৰা অনুসৰি, বৰষুণ নথকা অৱস্থাত এদিন সন্মুখৰ নলাটোত পানীৰ পৰিমাণ স্বাভাৱিক দিনবোৰতকৈ বৃদ্ধি পাইছিল৷ অৱশ্যে তেওঁলোকে এই ক্ষেত্ৰত দিন-মাহ মনত পেলাব নোৱাৰিলে যদিও সন্দেহ প্রকাশ কৰে যে যদি শংকৰী দেক হত্যা কৰি মৃতদেহতো বাথৰূমৰ ভিতৰত কটা হৈছিল, তেন্তে বাথৰূমৰ নলাৰে তেজ অহাটো স্বাভাৱিক।

এজন লোকৰ শৰীৰৰ পৰা হোৱা বৃহৎ পৰিমাণৰ ৰক্তক্ষৰণ পানীৰে যদি উটুৱাই দিয়া হয় তেন্তে ই গোট মৰাৰ সম্ভাৱনা থাকে। শংকৰী দেৰ পানীৰ টেংকীৰ ক্ষমতা মাত্র পাঁচশ লিটাৰহে বুলি আৱাসীসকলে মন্তব্য কৰি কয় যে যদি পানী মাৰি তেজ উটুৱাই দিয়া হৈছিল, তেন্তে ইমান কম পৰিমাণৰ পানীৰে এই কার্য সম্ভৱপৰ নাছিল।

হয়তো বন্দনাই পানীৰ মটৰৰ ছুইচ দিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি যাব পৰা নাছিল আৰু সেয়েহে এপার্টমেণ্টলৈ সঘনাই গৈছিল আৰু প্ৰয়োজনীয় পানী মটৰৰ ছুইচ দি সংগ্ৰহ কৰিছিল বুলিও আৱাসীসকলে সন্দেহ প্ৰকাশ কৰে।

উল্লেখ্য যে কাতি বিহুৰ সময়লৈ এপার্টমেণ্টলৈ সঘন অহা-যোৱা কৰিছিল বন্দনাই। আৱাসীসকলে সন্দেহ প্ৰকাশ কৰে যে যদি তেজ বাথৰূমেৰে উটুৱাই দিয়া হৈছিল তেন্তে পাছদিনা নলাৰে ভাহি যোৱা প্ৰত্যক্ষ কৰিব লাগিছিল;
কিন্তু কোনেও নলাৰ পানী ৰঙা হৈ থকা পৰিলক্ষিত কৰা নাছিল।

সেই তেজ অভিযুক্ত বন্দনাই কিদৰে নোহোৱা কৰিলে? উল্লেখ্য যে শ্রদ্ধা ৱাকাৰৰ মৃতদেহ ৩৫ টুকুৰাকৈ কটাৰ পাছত অভিযুক্ত আফতাবে প্রমাণ নষ্টৰ উদ্দেশ্যে মজিয়াৰ তেজৰ দাগ মচিবলৈ ৰাসায়নিক পদাৰ্থৰ উপৰি ২০ হেজাৰ লিটাৰ পানী ব্যৱহাৰ কৰিছিল আৰু তেওঁ যাতে সন্দেহৰ আওতালৈ নাহে তাৰ বাবে শ্ৰদ্ধাৰ কেডিট কাৰ্ডৰ বিল দি অহাৰ উপৰি ই’নষ্টাগ্রাম একাউণ্টৰ পৰা প’ষ্ট প্ৰকাশ কৰি আহিছিল।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ চাৰি মাহৰ পাছত অর্থাৎ ১৮ অক্টোবৰ তথা কাতি বিহুত বন্দনা কলিতাই শাহু শংকৰী দেৰ এপার্টমেণ্টলৈ গৈছিল। উক্ত দিনা সন্ধিয়া বন্দনাই তুলসী তলত চাকিও দিছিল।

একেদৰে দুৱাৰৰ সন্মুখত দ’ম বান্ধি থকা বাতৰি কাকতৰ বিলো বন্দনাই বহন কৰিছিল। কোনোৱে যাতে সন্দেহ নকৰে তাৰ বাবে বিভিন্ন মঠ-মন্দিৰ পৰিভ্ৰমণ কৰি স্বামী-শাহুৰ হৈ প্ৰাৰ্থনা জনাইছিল, পূজাৰো আয়োজন কৰিছিল।

আনহাতে, স্বামী অমৰজ্যোতিক কিয় আৰু কিদৰে হত্যা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এই হত্যাকাণ্ড অতি নিখুঁতভাৱে সংঘটিত কৰিছিল বন্দনা আৰু আন দুই ধৃতই। অৱশ্যে এই নিখুঁত পৰিকল্পনাৰ মাজতো কিছুমান ব্লু বন্দনাই এৰি থৈ গৈছিল।

চৰ্চা অনুসৰি সংশ্লিষ্ট আৰক্ষীয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰা হ’লে নিৰুদ্দেশৰ খবৰ লাভৰ সময়তে এই ঘটনা পোহৰলৈ অহাৰ পূৰ্ণ অৱকাশ আছিল। বিশেষকৈ শংকৰী দেৰ ম’বাইল ফোন, যোগমায়া এপার্টমেণ্টত থকা ফ্লেটৰ চাবি, এটিএম কার্ড আদি বন্দনাৰ লগতে আছিল।

এই দিশসমূহক লৈ হয়তো আৰক্ষীয়ে প্রশ্ন উত্থাপন নকৰাৰ বাবেই এই ঘটনা পোহৰলৈ অহা নাছিল আৰু সম্প্ৰতি পোহৰলৈ আহিল যদিও বিভিন্ন কথাৰে বন্দনাই তদন্তকাৰী বিষয়াক সময়ে সময়ে ভুল তথ্য প্ৰকাশ কৰিও তদন্ত বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মন কৰিবলগীয়া যে শ্ৰদ্ধাৰ হত্যাকাণ্ডত পানী ব্যৱহাৰৰ বাবে বিদ্যুতৰ বিল অতিৰিক্তভাৱে তিনিশ টকা বৃদ্ধি পাইছিল যদিও শংকৰী দেৰ হত্যাকাণ্ডৰ ঘটনা পানীৰ বিদ্যুতৰ বিল হ্ৰাসহে পায়।

সূত্র অনুসৰি, জুনত যোগমায়া এনক্লেভৰ পানীৰ ব্যৱহাৰত বিদ্যুতৰ বিল আহিছিল ৩৫৭ টকা আৰু জুলাইত ইয়াৰ বিল আহিছিল ২৪৭ টকা। ফলত এই হত্যাকাণ্ডৰ পাছত প্ৰমাণ নাইকিয়া কৰিবলৈ বন্দনাই তেজ ধুবলৈ পানী নে অন্য কিবা ব্যৱহাৰ কৰিছিল সেয়া সময়ত আৰক্ষীত তদন্তহে পোহৰলৈ আহিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bandana Kalita deyGuwahati Double Murder CaseNoonmati
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d