Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Double Murder Case : শংকৰী দেক হত্যা কৰি তেজৰ দাগ কেনেকৈ পৰিষ্কাৰ কৰিছিল বন্দনাই ?

publisher by publisher
February 25, 2023
in Assam, News
Reading Time: 2 mins read
0
Guwahati Double Murder Case : শংকৰী দেক হত্যা কৰি তেজৰ দাগ কেনেকৈ পৰিষ্কাৰ কৰিছিল বন্দনাই ?
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Car Fire in Noonmati:মহানগৰীৰ নুনমাটিৰ ৰাজপথত নিশা দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন

Guwahati :মহানগৰীৰ নুনমাটিৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয় সমীপত পথ দুৰ্ঘটনা

Deadbody Recovered In Noonmati:নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Guwahati Double Murder Case :

দেশ কঁপাই যোৱা দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ পূৰ্বেই মহানগৰীত সংঘটিত হোৱা শংকৰী দে আৰু তেওঁৰ পুত্ৰ অমৰজ্যোতি দেৰ হত্যাকাণ্ডৰ অভিযুক্তই হত্যাৰ প্ৰমাণ নোহোৱা কৰিবলৈ কি পন্থাৰ আশ্ৰয় লৈছিল তাৰ সন্ধান লাভৰ বাবে তদন্তকাৰী আৰক্ষীয়ে হাবাথুৰি খাইছে।

ADVERTISEMENT

সামাজিক মাধ্যম ফেচবুকত সক্ৰিয় ২৭ বছৰীয়া যুৱতী শ্ৰদ্ধাৰ ফেচবুকৰ প’ষ্ট বন্ধ হোৱাৰ বাবেই পোহৰলৈ আহে লোমহর্ষক ঘটনাটো। শংকৰী-অমৰজ্যোতি দেৰ হত্যাকাণ্ডৰ ঘটনাৰ ক্ষেত্ৰতো ভুক্তভোগীৰ ফোন বন্ধ হৈ থকা বাবেই পোহৰলৈ আহিল এই বীভৎস ঘটনা।

শংকৰী দেৰ হত্যাকাণ্ডও শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ দৰেই অতি নিখুঁত পৰিকল্পনাৰে সংঘটিত কৰিছিল অভিযুক্ত বন্দনা কলিতাই। শাহু শংকৰীৰ দেৰ হত্যাৰ পাছত মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ ফলত নিগৰি অহা তেজৰ স্ৰোত কিদৰে নোহোৱা কৰিলে বন্দনা আৰু সহযোগীয়ে?

তেজৰ দাগ মচিবলৈ কিবা ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰিছিল নেকি? এনেবোৰ এতিয়া বিভিন্ন মহলত পাকঘূৰণি খাইছে।
তথ্য অনুসৰি শাহু শংকৰী দেক হত্যা কৰাৰ পূৰ্বে আৰু পাছতো চান্দমাৰিৰ চিত্ৰবন পথত থকা যোগমায়া এনক্লেভলৈ সঘন যাতায়াত কৰিছিল বোৱাৰী বন্দনাই।

আৰক্ষী সূত্ৰত প্ৰকাশ যে আইনৰ ছাত্ৰী বন্দনাই সকলো দিশ তন্ন তন্নকৈ চালি জাৰি ৰচিছিল হত্যাৰ নিখুঁত পৰিকল্পনা। অৱশ্যে অপৰাধীয়ে সদায়ে এটা ‘ক্লু’ এৰি থৈ যায় বুলি কোৱা হয়।

যাৰ বাবে আজি আৰক্ষীৰ জালত পৰিল বন্দনা। পৰিকল্পনা মৰ্মেই ২৬ জুলাইৰ বিয়লি প্রায় পাঁচ বজাত শাহুক নৃশংসভাৱে হত্যা কৰিছিল অভিযুক্তই। বিগত বৰ্ষৰ জুলাই আৰু আগষ্টত বন্দনাই যোগমায়া এপার্টমেণ্টলৈ সঘনাই অহা-যোৱা কৰাটো প্ৰত্যক্ষ কৰিছিল স্থানীয় আৱাসীয়ে।

অৱশ্যে সাত মাহৰ পাছত এই ঘটনা পোহৰলৈ অহাৰ বাবে হত্যাকাণ্ডৰ আগদিনা আৰু পাছদিনা বন্দনা এপার্টমেণ্টলৈ গৈছিল নে নাই সেই বিষয়ে নির্দিষ্ট তাৰিখ মনত পেলাব পৰা নাই আৱাসীয়ে। অৱশ্যে উক্ত দুমাহত বন্দনাই লক্ষ্যণীয়ভাৱে এপার্টমেণ্টলৈ আহিছিল বুলি আজি তথ্য সদৰী কৰে স্থানীয় আৱাসীয়ে।

হত্যাৰ বলি হোৱা শংকৰী দেৰ ফ্লেটৰ বাথৰূমত তেজৰ দাগ ফৰেনচিকৰ দলে উদ্ধাৰ কৰিছিল। এই মুহূৰ্তত প্ৰশ্নটো হৈছে যে হত্যাকাণ্ডত শংকৰী দেৰ শৰীৰৰ পৰা ওলোৱা তেজ বাথৰূমেৰে গৈ নলাত প্ৰকৃততে পৰিছিল নে নাই?

নে এই তেজ কোনো ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি নোহোৱা কৰিলে অভিযুক্তই। স্থানীয় লোকে এনেবোৰ সন্দেহৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। স্বাভাৱিকতে মানুহৰ শৰীৰ টুকুৰা টুকুৰকৈ কটাৰ পাছত যেতিয়া কটা যথেষ্ট পৰিমাণৰ ৰক্তক্ষৰণ হয় আৰু সেই তেজ যদি নলাত পৰিলেহেঁতেন তেন্তে স্থানীয় লোকে প্রত্যক্ষ কৰিলেহেঁতেন।

‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, যোগমায়া ফ্লেটৰ ভূমি মহলাত তথা পার্কিং স্থানৰ চৌপাশেৰে এটা নলা বৈ গৈছে। ছটা ফ্লেটৰ আৱাসীয়ে ব্যৱহাৰ কৰা পানী এই নলাত পৰে। সমান্তৰালভাৱে নলাৰ কাষে কাষে আৱাসীসকলে কাপোৰ মেলি দিয়ে।

যোগমায়া এপার্টমেণ্টৰ সন্মুখত আন এটা এপার্টমেণ্ট আছে আৰু দুয়োটাৰ মাজত থকা বেৰৰ কাষৰে শংকৰী দেই ব্যৱহাৰ কৰা বাথৰূমৰ পানী গৈ চৌহদৰ ভিতৰত থকা নলাত পৰে।

চৌহদৰ ভিতৰৰ পৰা নলাৰে এই পানী গৈ সন্মুখৰ ডাঙৰ নলাত পৰে। স্থানীয় লোকে সদৰী কৰা অনুসৰি, বৰষুণ নথকা অৱস্থাত এদিন সন্মুখৰ নলাটোত পানীৰ পৰিমাণ স্বাভাৱিক দিনবোৰতকৈ বৃদ্ধি পাইছিল৷ অৱশ্যে তেওঁলোকে এই ক্ষেত্ৰত দিন-মাহ মনত পেলাব নোৱাৰিলে যদিও সন্দেহ প্রকাশ কৰে যে যদি শংকৰী দেক হত্যা কৰি মৃতদেহতো বাথৰূমৰ ভিতৰত কটা হৈছিল, তেন্তে বাথৰূমৰ নলাৰে তেজ অহাটো স্বাভাৱিক।

এজন লোকৰ শৰীৰৰ পৰা হোৱা বৃহৎ পৰিমাণৰ ৰক্তক্ষৰণ পানীৰে যদি উটুৱাই দিয়া হয় তেন্তে ই গোট মৰাৰ সম্ভাৱনা থাকে। শংকৰী দেৰ পানীৰ টেংকীৰ ক্ষমতা মাত্র পাঁচশ লিটাৰহে বুলি আৱাসীসকলে মন্তব্য কৰি কয় যে যদি পানী মাৰি তেজ উটুৱাই দিয়া হৈছিল, তেন্তে ইমান কম পৰিমাণৰ পানীৰে এই কার্য সম্ভৱপৰ নাছিল।

হয়তো বন্দনাই পানীৰ মটৰৰ ছুইচ দিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি যাব পৰা নাছিল আৰু সেয়েহে এপার্টমেণ্টলৈ সঘনাই গৈছিল আৰু প্ৰয়োজনীয় পানী মটৰৰ ছুইচ দি সংগ্ৰহ কৰিছিল বুলিও আৱাসীসকলে সন্দেহ প্ৰকাশ কৰে।

উল্লেখ্য যে কাতি বিহুৰ সময়লৈ এপার্টমেণ্টলৈ সঘন অহা-যোৱা কৰিছিল বন্দনাই। আৱাসীসকলে সন্দেহ প্ৰকাশ কৰে যে যদি তেজ বাথৰূমেৰে উটুৱাই দিয়া হৈছিল তেন্তে পাছদিনা নলাৰে ভাহি যোৱা প্ৰত্যক্ষ কৰিব লাগিছিল;
কিন্তু কোনেও নলাৰ পানী ৰঙা হৈ থকা পৰিলক্ষিত কৰা নাছিল।

সেই তেজ অভিযুক্ত বন্দনাই কিদৰে নোহোৱা কৰিলে? উল্লেখ্য যে শ্রদ্ধা ৱাকাৰৰ মৃতদেহ ৩৫ টুকুৰাকৈ কটাৰ পাছত অভিযুক্ত আফতাবে প্রমাণ নষ্টৰ উদ্দেশ্যে মজিয়াৰ তেজৰ দাগ মচিবলৈ ৰাসায়নিক পদাৰ্থৰ উপৰি ২০ হেজাৰ লিটাৰ পানী ব্যৱহাৰ কৰিছিল আৰু তেওঁ যাতে সন্দেহৰ আওতালৈ নাহে তাৰ বাবে শ্ৰদ্ধাৰ কেডিট কাৰ্ডৰ বিল দি অহাৰ উপৰি ই’নষ্টাগ্রাম একাউণ্টৰ পৰা প’ষ্ট প্ৰকাশ কৰি আহিছিল।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ চাৰি মাহৰ পাছত অর্থাৎ ১৮ অক্টোবৰ তথা কাতি বিহুত বন্দনা কলিতাই শাহু শংকৰী দেৰ এপার্টমেণ্টলৈ গৈছিল। উক্ত দিনা সন্ধিয়া বন্দনাই তুলসী তলত চাকিও দিছিল।

একেদৰে দুৱাৰৰ সন্মুখত দ’ম বান্ধি থকা বাতৰি কাকতৰ বিলো বন্দনাই বহন কৰিছিল। কোনোৱে যাতে সন্দেহ নকৰে তাৰ বাবে বিভিন্ন মঠ-মন্দিৰ পৰিভ্ৰমণ কৰি স্বামী-শাহুৰ হৈ প্ৰাৰ্থনা জনাইছিল, পূজাৰো আয়োজন কৰিছিল।

আনহাতে, স্বামী অমৰজ্যোতিক কিয় আৰু কিদৰে হত্যা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও এই হত্যাকাণ্ড অতি নিখুঁতভাৱে সংঘটিত কৰিছিল বন্দনা আৰু আন দুই ধৃতই। অৱশ্যে এই নিখুঁত পৰিকল্পনাৰ মাজতো কিছুমান ব্লু বন্দনাই এৰি থৈ গৈছিল।

চৰ্চা অনুসৰি সংশ্লিষ্ট আৰক্ষীয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰা হ’লে নিৰুদ্দেশৰ খবৰ লাভৰ সময়তে এই ঘটনা পোহৰলৈ অহাৰ পূৰ্ণ অৱকাশ আছিল। বিশেষকৈ শংকৰী দেৰ ম’বাইল ফোন, যোগমায়া এপার্টমেণ্টত থকা ফ্লেটৰ চাবি, এটিএম কার্ড আদি বন্দনাৰ লগতে আছিল।

এই দিশসমূহক লৈ হয়তো আৰক্ষীয়ে প্রশ্ন উত্থাপন নকৰাৰ বাবেই এই ঘটনা পোহৰলৈ অহা নাছিল আৰু সম্প্ৰতি পোহৰলৈ আহিল যদিও বিভিন্ন কথাৰে বন্দনাই তদন্তকাৰী বিষয়াক সময়ে সময়ে ভুল তথ্য প্ৰকাশ কৰিও তদন্ত বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মন কৰিবলগীয়া যে শ্ৰদ্ধাৰ হত্যাকাণ্ডত পানী ব্যৱহাৰৰ বাবে বিদ্যুতৰ বিল অতিৰিক্তভাৱে তিনিশ টকা বৃদ্ধি পাইছিল যদিও শংকৰী দেৰ হত্যাকাণ্ডৰ ঘটনা পানীৰ বিদ্যুতৰ বিল হ্ৰাসহে পায়।

সূত্র অনুসৰি, জুনত যোগমায়া এনক্লেভৰ পানীৰ ব্যৱহাৰত বিদ্যুতৰ বিল আহিছিল ৩৫৭ টকা আৰু জুলাইত ইয়াৰ বিল আহিছিল ২৪৭ টকা। ফলত এই হত্যাকাণ্ডৰ পাছত প্ৰমাণ নাইকিয়া কৰিবলৈ বন্দনাই তেজ ধুবলৈ পানী নে অন্য কিবা ব্যৱহাৰ কৰিছিল সেয়া সময়ত আৰক্ষীত তদন্তহে পোহৰলৈ আহিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bandana Kalita deyGuwahati Double Murder CaseNoonmati
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d