Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

    Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

    Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

    Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

    Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

    Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Tripura Swearing-in Ceremony: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মানিক সাহাই

মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় কনৰাড চাংমা আৰু নেফিঅ ৰিঅয়ে

publisher by publisher
March 8, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Tripura Swearing-in Ceremony: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মানিক সাহাই
1
SHARES
8
VIEWS
ShareShareShareShare

Tripura Swearing-in Ceremony:

প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত ল’লে মানিক সাহাই ৷

ADVERTISEMENT

আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মানিক সাহাই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

RelatedPosts

Human Rights Commission Member Selection Committee Meeting:জনতা ভৱনত অসম মানৱ অধিকাৰ আয়োগৰ সদস্য বাছনি সমিতিৰ বৈঠক

New Ips Officer Meet Cm:নৱ নিযুক্ত ৯ আই পি এছ বিষয়াৰে মতবিনিময় মুখ্যমন্ত্ৰীৰ

Bengaluru – Mysuru Expressway : ছ’দিন পূৰ্বে উদ্ধোধন কৰিছিল মোদীয়ে, এক ৰাতিৰ বৰষুণত ডুবিল আঠ হেজাৰ কোটিৰ সেই ৰাস্তা

WhatsApp Image 2023 03 08 at 13.06.00উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে কংগ্ৰেছ আৰু চিপিআই(এম)ৰ নেতৃত্বত বিৰোধী দলসমূহে ৷

মনকৰিবলগীয়া যে, ত্ৰিপুৰাৰত দ্বিতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যা গৰিষ্ঠা পোৱাৰ পাছতে শাসনাধিষ্ঠ বিজেপি দলটোৱে মুখ্যমন্ত্ৰী কোন হ’ব ৷

WhatsApp Image 2023 03 08 at 13.07.16ইয়াকে লৈ আগৰতলাত আৰম্ভ হৈছিল ব্যাপক জল্পনা কল্পনা ৷ মুখ্যমন্ত্ৰীৰ ৰেছত আগবাঢ়িছিল কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক ৷ আনকি দলৰ হাইকামাণ্ডেও ৰাজ্য খনৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে ভৌমিকৰ নামটোতে মোহৰ মৰাৰ সম্ভাৱনা প্ৰকট হৈছিল ৷

কিন্তু ৬ ছয় মাৰ্চত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে মানিক সাহাৰ নাম ঘোষণা কৰে ৷ তাৰ পাছতে বিজেপি বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে সাহাক নেতা হিচাপে নিৰ্বাচিত কৰে।

স্মতৰ্ৱ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুখনকৈ উত্তৰ পূবৰ ৰাজ্যৰ নতুন চৰকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল ৷

মঙলবাৰে পুৱা ভাগত প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হৈ তাৰ পৰা হেলিকপ্তাৰৰে ৰাওনা হয় মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ ৷

WhatsApp Image 2023 03 08 at 13.06.34 1তাত দ্বিতীয় বাৰৰ বাবে এন পি পি – বিজেপি সহ কেইবাটাও দলৰ জোটবন্ধনৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহা কনৰাৰ্ড চাংমাৰ সহ কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

WhatsApp Image 2023 03 08 at 14.25.00তাৰ পৰা পোনে পোনে ৰাওনা হয় নাগালেণ্ডৰ ৰাজধানী কোহিমালৈ ৷ কোহিমাৰ কেপিটেল কালছাৰেল হলতেই শপত গ্ৰহণ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু নেডাৰৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ হয় ৰিঅ চৰকাৰৰ শপত গ্ৰহণ পৰ্ব ৷

WhatsApp Image 2023 03 08 at 14.24.51

ৰাজ্যপাল লা গনেশনে শপত বাক্য পাঠ কৰাই মুখ্যমন্ত্ৰী ৰিঅক ৷ এয়া হ’ল পঞ্চম বাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅৰ শপত গ্ৰহণ ৷ নাগালেণ্ড ৰিঅ চৰকাৰৰ অন্যতম সহযোগি হৈছে বিজেপি ৷

WhatsApp Image 2023 03 08 at 14.25.00 1নাগালেণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোডী গুৱাহাটীলৈ আহি নিশাটো কটায় কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে পুৱা প্ৰায় ১০.৩৫ বজাত গুৱাহাটীৰ পৰা আগৰতলাত উপস্থিত হৈ মাণিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ তাৰ পৰাই উৰা মাৰিব নতুন দিল্লীলৈ ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BJP chief JP NaddaCm Himanta Viswa SarmaHome Minister Amit ShahManik SahaPM Narendra ModiTripura New CMTripura Swearing-in Ceremony
publisher

publisher

Related Posts

Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
India

March 29, 2023
Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
Assam

Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

March 29, 2023
Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী
Assam

Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

March 29, 2023
Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত
Assam

Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

March 29, 2023
Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ
Assam

Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

March 29, 2023
Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ
India

Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

March 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: