Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Multi village piped water supply scheme : ভূটানৰ নৈৰ পানীৰে অসমত বিশুদ্ধ খোৱা পানীৰ অভিলাসী আঁচনি

publisher by publisher
March 20, 2023
in Assam, News
Reading Time: 1 min read
0
Multi village piped water supply scheme : ভূটানৰ নৈৰ পানীৰে অসমত বিশুদ্ধ খোৱা পানীৰ অভিলাসী আঁচনি

Women and children gather to collect water from a stand post installed in Khapri Pani Village in Bajag, Dhindori, Madhya Pradesh, India, february 2019.

1
SHARES
14
VIEWS
ShareShareShareShare

Multi village piped water supply scheme :

ADVERTISEMENT

ভূটানৰ পাহাৰ পৰা বৈ অহা নদীৰ পানী বোৱাই নি অসমৰ ভূমিত খোৱা পানীৰ প্ৰকল্প স্থাপনৰ বাবে দেওবাৰে ভূটানৰ চৰকাৰৰ পৰা এন ও চি বিচাৰি ভূটানৰ চামদ্ৰূপ ঝংখাৰ উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

চামদ্ৰূপ জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ চামদ্ৰূপ ঝংখাৰৰ হোটেল মাউন্টেইনত চামদ্ৰুপ ঝংখাৰ জিলা উপায়ুক্ত তথা ভাৰত-ভূটান মৈত্ৰী সংস্থাৰ বিষয় ববীয়াৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় বিধান সভাৰ অধ্যক্ষ দৈমাৰী সহ ওডালগুৰি জিলা প্ৰশাসন আৰু জলজীৱন মিছনৰ বিষয়া সকল ৷

চানদ্ৰূপ জিলা প্ৰশাসনৰ স’তে হোৱা সৌহাৰ্দ্য মুলক আলোচনাৰ অন্তত তামুলপুৰৰ দৰংগামেলাত সংবাদ মাধ্যমৰ আগত বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়, মোৰ নিজ গৃহ সমষ্টি ওদালগুৰী জিলাৰ পানেৰীৰ ভাৰত ভূটান সীমান্তৰ উত্তৰাঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে জনসাধাৰনৰ মাজত হাঁহাকাৰ কৰিব লগা আছিল ৷

জনসাধাৰণৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে কিছু আঁচনি পূৰ্বতে গ্ৰহন কৰা হৈছিল যদিওঁ জনসাধাৰণ উপকৃত হ’ব পৰা নাছিল ৷ পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পুনৰ কয়, অঞ্চলৰটোৰ খোৱা পানীৰ সমস্যা সমাধান কৰিবলৈ জলজীৱন মিছনৰ দ্বাৰা সমষ্টিটোৰ অন্তৰ্গত ভাৰত – ভূটান সীমান্তৰ ভূটীয়া চাঙৰ পৰা আৰম্ভ কৰি দেউচুঙালৈ ওদালগুৰী-তামুলপুৰ গড়কাপ্তানি পথৰ উত্তৰ অংশত বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা কৰিবলৈ ঠিৰাং কৰি জল জীৱন আঁচনিৰ অধীনত ১৭৫ কোটি টকা ব্যায় সাপেক্ষে
‘“ননৈ মাল্টি ভিলেজ পাইপ ওৱাটাৰ চাপ্লাই স্কীম”
এখন বৃহৎ আঁচনি হাতত লৈছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷

এই আঁচনি খনৰ উৎস হৈছে ভূটান পাহাৰৰ পৰা বৈ অহা নোনাই নদীৰ উৎস জালিমুখ ৷ নোনাই নদীৰ উৎসৰ পৰা প্ৰাকৃতিক পানী সংগ্ৰহ কৰি পাইপেৰে আনি সেই পানী নামনিত শোধন কৰি বৃহত্তৰ অঞ্চলত টোৰ পূৰ্বৰ ১৬৯ আৰু নতুনকৈ নিৰ্মান কৰা ৪২ খন পানীযোগান আঁচনিৰ দ্বাৰা বৃহত্তৰ অঞ্চলৰ ১৯ হেজাৰ পৰিয়ালৰ ডেৰলক্ষাধিক লোকে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হ’ব ৷

এই ব্যৱস্থা গ্ৰহনৰ বাবে জলজীৱন মিছন আঁচনিৰ অধীনত চামৰাঙ আৰু নোনাইখুঁটি ত দুখন আঁচনি হাতত লৈছে ৷ নোনাই নদীৰ ভূটানৰ ভিতৰৰ উৎসৰ পৰা পানী আহৰন কৰি আঁচনি খন সফল কৰিবলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সহায় বিচাৰি বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে দেওবাৰে ভূটানৰ জিলা প্ৰশাসনৰ ওচৰত উপস্থিত হৈ এখন এন ও চি বিচাৰে যাতে আঁচনি খনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিব পাৰে বুলি সদৰি কৰে ৷কালিৰ আলোচনা বেচ সৌহাদ্যপূৰ্ণ আছিল বুলি অধ্যক্ষ গৰাকীয়ে দুই এদিনতে ভূটান ৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

পৰবৰ্তী পৰ্যায়ত বিটিআৰৰ ভূটান সীমান্তবৰ্তী অঞ্চল সমুহতো এনে ধৰনৰ প্ৰকল্প গ্ৰহন কৰাৰ কথা ঘোষনা বিশ্বজিত দৈমাৰীৰ ৷উল্লেখ্য যে,ভূটানৰ ভিতৰৰ পৰা কে’বা কিলমিটাৰ বৃহৎ পাইপেৰে পানী বোৱাই আনি দুটা পৰ্যায়ত পানী বিশুদ্ধ কৰি বিদ্যু ব্যৱহাৰ নকৰি পোন পটীয়াকৈ মানুহৰ ঘৰে ঘৰে যোগান ধৰা হব খোৱা পানী ৷ ‘“ননৈ মাল্টি ভিলেজ পাইপ ওৱাটাৰ চাপ্লাই আঁচনি খন অহা পহিলা এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব বুলিও সদৰি কৰে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে ৷

দেওবাৰে ভূটানৰ চানদ্ৰুপ ঝংখাৰ ভ্ৰমন কালত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত উপস্থিত থাকে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ,বিটিআৰৰ এম চি এল এ বিজিত গৗৰা নাৰ্জাৰী, ওডালগুৰি জিলাৰ উপায়ুক্ত চাদনেক সিং,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলাস্থিত কাৰ্যবাহী অভিযন্তা ৰাজীৱ হাজৰিকা, শাখা বিয়য়া তথা কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ ভাৰতী, ,চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত দাচো পেমা দৰ্জী,ভূটান-ভাৰত মৈত্ৰী সংস্থাৰ চামদ্ৰুপ ঝংখাৰ অঞ্চলৰ মুখ্য সমন্বয়ক চিৰিং নামগাল সহ আন আন উচ্চ পৰ্যায়ৰ প্ৰশাসনীয় বিষয়া সকল উপস্থিত আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBiswajit DaimaryCm Himanta Biswa SarmaMulti village piped water supply scheme
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d