Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhabanipur Murder : ভৱানীপুৰৰ গলিয়াত পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল সুৰামত্ত স্বামীৰ

ৰাজ্য কপোৱা বন্দনাই কৰা হত্যাকাণ্ডক অনুসৰণ কৰিয়েই স্বামীক দাৰে ঘপিয়াই হত্যা! - পত্নীৰ স্বীকাৰোক্তি,হত্যাকাৰী পত্নীৰ আৰক্ষী চকীত আত্মসমৰ্পণ

publisher by publisher
April 6, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Bhabanipur Murder : ভৱানীপুৰৰ গলিয়াত পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল সুৰামত্ত স্বামীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

Bhabanipur Murder :

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত তথা ভৱানীপুৰৰ নিকটৱৰ্তী গলিয়া গাঁৱত যোৱা নিশা পত্নীৰ দাৰ ঘাপত স্বামী নিহত হোৱা ঘটনাই তথা এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ ভৱানীপুৰ অঞ্চলত ।

ADVERTISEMENT

উল্লেখ্য যে, ঘটনাটো সংঘটিত হয় যোৱা নিশা প্ৰায় ৯-৩০ বজাত। গলিয়া গাঁৱৰ বাসিন্দা গাড়ীৰ হেন্দিমেন কাম কৰাৰ লগতে দিন হাজিৰা কৰা শ্ৰমিক নিৰঞ্জন বৰা (৩৭) নামৰ লোকজনক নিশা প্ৰায় ৯-৩০ বজাত তেওঁৰ পত্নী জুতিকা বৰা (৩৫) ই নিজৰ শোৱণি কোঠাতেই এখন দাৰে ডিঙিত তিনিটাকৈ ঘাপ মাৰি হত্যা কৰে।

RelatedPosts

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

পুনৰ ভয়ংকৰ প্রেম-হত্যা! আগ্ৰাত প্রেমিকৰ হাততে নৃশংসভাৱে হত্যা যুৱতী

ঝাৰখণ্ডত জামুগুৰিহাটৰ যুৱকৰ নৃশংস হত্যা 

জুতিকা বৰাই তেওঁৰ স্বামী নিৰঞ্জন বৰাক হত্যা কৰি মৃতদেহটো গোটেই নিশাটো নিজৰ শোৱণি কোঠাতেই ৰাখি আজি নিচেই পুৱাতেই ছয় বছৰীয়া কন্যাক লগত লৈ জুতিকা বৰাই ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

WhatsApp Image 2023 04 06 at 7.26.06 PMভৱানীপুৰ আৰক্ষী চকীত আৰক্ষীৰ লগতে সাংবাদিকৰ আগত স্বামী হত্যাকাৰী জুতিকা বৰাই দিয়া স্বীকাৰোক্তিত প্ৰকাশ যে যোৱা নিশা নিৰঞ্জন বৰাই অত্যাধিক সুৰা পান কৰি পত্নী জুতিকা বৰাক অত্যাধিকভাৱে মাৰধৰ কৰে।

তদুপৰি নিৰঞ্জন বৰাই এগৰাকী আঠ বছৰীয়া কন্যা, এগৰাকী ছয় বছৰীয়া আৰু শাহুৱেক তথা জুতিকা বৰাৰ মাতৃৰ ওপৰতো আক্ৰমণ চলায়। নিৰঞ্জন বৰাই নিজৰ পত্নী জুতিকা বৰাক এখন দাৰে কাটিবলৈ প্ৰচেষ্টা চলাইছিল।

অৱশেষত জুতিকা বৰাই আন এখন দা লৈ স্বামী নিৰঞ্জন বৰাক ডিঙিত কেবাটাও ঘাপ মাৰে। পত্নীৰ দাৰ ঘাপত নিৰঞ্জন বৰা নিজ গৃহৰ শোৱণি কোঠাতেই নিহত হয়।

স্বামী নিৰঞ্জন বৰাক হত্যা কৰি পত্নী জুতিকা বৰা আৰু পৰিয়ালৰ আন সদস্যসকলে নিৰঞ্জনৰ মৃতদেহটো নিজ গৃহৰ শোৱণি কোঠাতেই ৰাখি থয়।

তদুপৰি সংঘটিত হত্যাকাণ্ডৰ বিষয়ে গোটেই নিশাটো গাঁৱৰ কোনো ৰাইজে জনা নাছিল। আজি নিচেই পুৱাতে স্বামীৰ হত্যাকাৰী জুতিকা বৰাই নিজৰ ছয় বছৰীয়া কণিষ্ঠা কন্যাক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

দহ বছৰ পূৰ্বে গোলাঘাটৰ বাসিন্দা নিৰঞ্জন বৰাৰ সৈতে ভৱানীপুৰৰ গলিয়াৰ যুতিকাৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পিছৰে পৰা নিৰঞ্জন বৰাই পত্নী জুতিকাৰ পিতৃ গৃহত স্থায়ীভাৱে বসবাস কৰিছিল।

সম্প্ৰতি স্বামী-স্ত্ৰী, এগৰাকী আঠ বছৰীয়া কন্যা, এগৰাকী ছয় বছৰীয়া কন্যা আৰু জুতিকাৰ বৃদ্ধা মাতৃ সহ মুঠ পাঁচ জনীয়া পৰিয়ালটোৱে গলিয়া গাঁৱত বসবাস কৰিছিল।

স্বামী হত্যাকাৰী জুতিকা বৰাই আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, বিবাহৰ পিছৰে পৰা প্ৰতিদিনে নিৰঞ্জন বৰাই অত্যাধিক সুৰা পান কৰি পত্নী জুতিকা, বৃদ্ধা শাহুৱেকৰ ওপৰত শাৰীৰিকভাৱে আৰু বিভিন্ন ধৰণে অত্যাচাৰ চলাইছিল।

বিগত বৰ্ষত নিৰঞ্জন বৰাই নিজৰ পৰিয়ালৰ সদস্যৰ ওপৰত ব্যাপকভাৱে অত্যাচাৰ চলাই ওচৰৰ পৰিয়ালৰ বাসগৃহ চৌহদত থকা ধান খেৰৰ পূজিত জুই লগাই দিয়াৰ অভিযোগত নিৰঞ্জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত প্ৰায় ছমাহ জেল হাজোতত আছিল নিৰঞ্জনে।

জেলৰ পৰা মুকলি হৈ অহাৰ পিছৰে পৰা নিৰঞ্জনে ধাৰাবাহিকভাৱে শাৰীৰিক অত্যাচাৰ চলাইছিল নিজৰ পত্নী, কন্যা,শাহুৱেকৰ ওপৰত। যাৰ ফলশ্ৰুতিতেই জুতিকাই নিজৰ স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে আৰক্ষী আৰু সাংবাদিকৰ আগত।

তদুপৰি পূৰ্বে ৰাজ্য কপোৱা বন্দনা কলিতা নামৰ এজনী মহিলাই নিজৰ স্বামী আৰু শাহুৱেকক কৰা হত্যাকাণ্ডক অনুসৰণ কৰিয়েই জুতিকা বৰাই নিজৰ সুৰামত্ত অত্যাচাৰী স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলিও স্বীকাৰোক্তি দিয়ে সংবাদ মাধ্যমৰ আগত।

জুতিকা বৰাৰ ভাষ্য ‘বন্দনা কলিতাই যদি গিৰিয়েকৰ মাৰিব পাৰে,ময়ো মাৰিব পাৰোঁ,মই অত্যাচাৰ খাই থকাতকৈ । মই দাখন কিনি আনোতে ভাবিছিলো,কিবা যদি লাগে এইবাৰ ঘপিয়াই দিম। বন্দনা কলিতাই নিজৰ গিৰিয়েকক হত্যা কৰা বুলি শুণিছিলো। ময়ো ইয়াক ঘপিয়াই দিম। নহ’লে উপায় নাই’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BhabanipurGaliaMurder
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d