Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Padma Award:ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে হেম চন্দ্ৰ গোস্বামীক ‘পদ্মশ্রী’ প্ৰদান

publisher by publisher
March 22, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Assam Padma Award:ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে  হেম চন্দ্ৰ গোস্বামীক ‘পদ্মশ্রী’ প্ৰদান
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Assam Padma Award:

ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘অসামৰিক সন্মান প্ৰদান অনুষ্ঠান’ত কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ  হেম চন্দ্ৰ গোস্বামীক ‘পদ্মশ্রী’ প্ৰদান কৰে।

ADVERTISEMENT

বঁটা প্ৰাপকগৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে এক চমু খটিয়ান তলত দাঙি ধৰা হৈছে-

হেম চন্দ্ৰ গোস্বামী হৈছে চিন্তা উদ্দীপক কর্ম, উদ্ভাৱনী শক্তি তথা দক্ষতাৰ বাবে দেশে বিদেশ খ্যাতি অৰ্জন কৰা এগৰাকী প্ৰখ্যাত সত্ৰীয়া শিল্পী।

১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা গোস্বামীয়ে স্থানীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত অসমৰ গুৱাহাটীস্থিত ‘কলা আৰু কাৰুশিল্প চ’ছাইটি’ৰ পৰা ‘কলা আৰু কাৰুশিল্প পাঠ্যক্ৰম’ৰ স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰ পৰাই তেওঁ সত্ৰ, অৰ্থাৎ ‘অসমৰ বৈষ্ণৱ-সংস্কৃতিৰ পীঠ’ৰ পৰিৱেশৰ সৈতে পৰিচিত আছিল, য’ত অপৰিহাৰ্য বৈশিষ্ট্য হিচাপে মুখা নিৰ্মাণৰ পৰম্পৰা বৰ্তী আহিছে।

এয়া আছিল মহান গুৰু শংকৰদেৱ, যিয়ে বাঁহৰ কাঠি-শলিৰে মুখা তৈয়াৰ কৰাৰ কলা উদ্ভাৱন কৰিছিল, আৰু এই মুখাসমূহ সত্ৰ (বৈষ্ণৱ-সংস্কৃতিৰ পীঠ), নামঘৰ (গাওঁ পৰ্যায়ৰ বৈষ্ণৱ প্ৰাৰ্থনা গৃহ) আদিত পৰিৱেশন কৰা ভাওনা (বৈষ্ণবী নাটক), নৃত্য (সরীয়ানৃত্য) আদিত সঘনাই ব্যৱহাৰ কৰা হয়।

গোস্বামীয়ে স্থানীয়ৰ পৰা ৰাষ্ট্ৰীয় তথা সাৰ্বজনীন প্রেক্ষাপটলৈ প্ৰাচীন দক্ষতাৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ নিৰ্মাণ কৰা মুখাসমূহ বর্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়; শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী; বিবেকানন্দ প্রতিষ্ঠান, গুৱাহাটী; ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ, নতুন দিল্লী; ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰাহালয়, ভূপাল আদিৰ লগতে আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, জার্মানী, ইটালী, ইজৰাইল আদি বিদেশৰ সংগ্ৰহালয়ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত সংৰক্ষণ তথা প্ৰদৰ্শন কৰা হয়।

২০১৫ চনত ‘ব্ৰিটিছ সংগ্ৰহালয়’ৰ ‘মুখ্য কিউৰেট’ৰ টি ৰিচাৰ্ড ব্লাটনকে ‘ব্ৰিটিছ সংগ্ৰহালয়’ত সংৰক্ষিত ‘বৃন্দাবনী বস্ত্ৰ’ত উল্লেখ থকা মুখাশিল্পৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে মাজুলীলৈ আহিছিল। তেওঁ অসমৰ সেই ঐতিহ্যমণ্ডিত বস্ত্ৰভাগত অংকিত মুখাশিল্পৰ বিষয়ে তথ্য অৱগত হোৱাৰ বাবে  গোস্বামীক সাক্ষাত্ কৰি পাঁচটো দিন মাজুলী কটাই আৰু উভতি যোৱাৰ সময়ত গোস্বামীয়ে নিৰ্মাণ কৰা পাঁচটা মুখা লগত লৈ গৈছিল। সম্প্রতি এইকেইটা মুখা ‘ব্ৰিটিছ সংগ্ৰহালয়’ত সংৰক্ষিত হৈ আছে। ২০১৬ চনৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ ‘ব্ৰিটিছ সংগ্ৰহালয়’ত অনুষ্ঠিত হোৱা ‘অসমৰ বাগিচাত কৃষ্ণ’ শীর্ষক এখন প্ৰদৰ্শনীত এই মুখাকেইটাও প্ৰদৰ্শন কৰা হৈছিল।

গোস্বামীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ, গুৱাহাটী, ইন্দিৰা গান্ধী সাংস্কৃতিক কলা কেন্দ্র, নতুন দিল্লী; বিশ্ব ভাৰতী, শান্তিনিকেতনকে ধৰি দেশৰ বিভিন্ন প্ৰতিষ্ঠানত বাঁহৰ কাঠিৰ নিৰ্মিত মুখাৰ ঐতিহ্য সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিছে ৷

গোস্বামীয়ে মাজুলীৰ ‘চামগুৰি সত্ৰ’ত ভাৰতৰ এই সুদূৰ প্ৰান্তৰ ‘মুখা শিল্প’ৰ ঐতিহ্যৰ বিষয়ে নতুন প্রজন্মক শিকোৱাৰ উদ্দেশ্যে ‘সুকুমাৰ কলাপীঠ’ নামৰ সত্ৰীয়া কলা আৰু সংস্কৃতিৰ এটি প্রতিষ্ঠান স্থাপন কৰিছে।

মুখা শিল্পত দেখুৱা বিশেষ দক্ষতাৰ বাবে গোস্বামীক বিভিন্ন সন্মানীয় বঁটা-উপাধিৰে সন্মানিত কৰা হৈছে, যাৰ ভিতৰত আছে ‘লামেজো দা আনন্দ বঁটা: ২০১২’, ‘দামোদৰ দেৱ ৰাষ্ট্ৰীয় বঁটা: ২০১৪’, ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ ‘পিএইচডি’ (সন্মান জনাই আগবঢ়োৱা), ২০১৭, ‘লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা ২০১৮’, ‘সংগীত নাটক একাডেমী বঁটা, ২০১৯’, ‘প্রতিদিন টাইম, অসম’ৰ কলা বিষয়ত দক্ষতাৰ বাবে আগবঢ়োৱা ‘এচিভাৰ বঁটা, ২০২২’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hemchanda Goswaminew delhiPadma award
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d