Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam : আৰণ্যকৰ উদ্যোগ : হাতী – মানুহৰ সংঘাত নিৰাময়ৰ ববে স্থানীয় লোকক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক

publisher by publisher
April 12, 2023
in Assam, News
Reading Time: 1 min read
0
Assam : আৰণ্যকৰ উদ্যোগ : হাতী – মানুহৰ সংঘাত নিৰাময়ৰ ববে স্থানীয় লোকক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক
4
SHARES
35
VIEWS
ShareShareShareShare

Assam  :

সঘনাই হাতী – মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী দিব পৰা এটা ব্যৱস্থাই মানুহ আৰু বনৰীয়া হাতী দুয়োবিধ প্ৰাণীৰে জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিলে গাওঁবাসীয়ে তেওঁলোকৰ জীৱন ৰক্ষা আৰু শস্য আৰু সম্পত্তি লোকচান হ্ৰাস কৰাৰ বাবে সময়মতে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ।

ADVERTISEMENT

হাতী – মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে গৱেষণা, সেৱা সম্প্ৰসাৰণ, সামৰ্থ্য সৃষ্টি আৰু অৱক্ষয় হোৱা বসতিস্থল পুনৰুদ্ধাৰ আদি বহু দিশত কাম কৰা উত্তৰ-পূব ভাৰতস্থিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org) সঘনাই হাতী – মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত স্থানীয় লোকসকলক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক (ই চি এন) নামৰ এটা স্থানীয় গোট গঠনৰ জৰিয়তে এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে ।

RelatedPosts

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

Elephant: বহিঃৰাজ্যলৈ সংগোপনে হাতীৰ সৰবৰাহ । অসমৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ২০খনৰো অধিক এনিমেল এম্বুলেন্সেৰে অসমৰ পৰা সংগোপনে হাতী সৰবৰাহৰ ঘটনাই জোকাৰিছে ৰাজ্য

Elephant playing in water:বকোৰ শিংৰাত জলকেলি পোৱালীসহ বন্যহস্তী জাকৰ

ই চি এন সমূহৰ মূল উদ্দেশ্য হৈছে স্থানীয় গাওঁবাসীক লৈ এটা “আগতীয়া সতৰ্কবাণী ব্যৱস্থা”ৰ সৃষ্টি কৰা । স্থানীয় গাওঁবাসীয়ে তেওঁলোকৰ ওচৰ-পাজৰত হাতীৰ গতিবিধি নিৰীক্ষণ কৰিব আৰু গাঁৱৰ লোকসকলক হাতীৰ উপস্থিতিৰ বিষয়ে সতৰ্ক কৰিব ।

আৰণ্যকে মানুহ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে কাম কৰি থকা গাওঁবোৰত প্ৰাৰম্ভিকভাবে ইয়াৰ আৰম্ভণি কৰিছিল । গাঁওবাসীয়ে এনে গোট গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা আৰু তেওঁলোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি গোৱালপাৰা, বাক্সা আৰু উদালগুৰি জিলাত এতিয়ালৈকে সাতটা ই চি এন গোট গঠন কৰিলোঁ য’ত প্ৰায় ১৩০ জন লোক জড়িত হৈ আছে।

ই চি এনৰ সদস্যসকলৰ সামৰ্থ্য গঢ়ি তোলাৰ বাবে আৰণ্যকৰ বিভিন্ন দলে আনুষ্ঠানিক কৰ্মশালা আৰু অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰে। তেওঁলোকক হাতীৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণ আৰু ফলপ্ৰসূ প্ৰশমন ব্যৱস্থাৰ বিষয়ে শিকোৱা হয়, যিবোৰে তেওঁলোকক তেওঁলোকৰ অঞ্চলত সংঘাত পৰিহাৰ কৰা আৰু সহাৱস্থানৰ ক্ষেত্ৰত সহায় কৰিব।

সংশ্লিষ্ট ই চি এন সদস্যসকলে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে হাতীৰ উপস্থিতিৰ তথ্য আদান প্ৰদান কৰে । ইয়াৰ উপৰিও ইচিএনৰ সদস্যসকলে আমাক ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ৰিচাৰ্জযোগ্য স্পটলাইটৰ দৰে প্ৰশমন সঁজুলি বিতৰণ, গাঁওসমূহত মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰাত সহায় কৰে।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভুতি প্ৰসাদ লহকৰে কয়, “ই চি এন গোটসমূহে সংকেত প্ৰেৰণ আৰু উন্নত নিৰীক্ষণত যথেষ্ট অৰিহণা যোগাইছে আৰু মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰাত সহায় কৰিছে । আমি এই ইচিএন সদস্যসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ তথা মানুহ আৰু হাতীৰ সংঘাতৰ বলি হোৱা লোকসকললৈ বস্তুগত সহায় আগবঢ়াইছো। শস্যৰ ক্ষতি হ্ৰাস কৰিবলৈ তেওঁলোকক হাতীক কম আকৰ্ষিত কৰা আৰু উপাৰ্জনত সহায় কৰিব পৰা বিকল্প শস্য, তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে কিট আদি প্ৰদান কৰা হয় । মানুহ আৰু হাতীৰ বৰ্ধিত সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত ই চি এনে দৃশ্যমান পৰিৱৰ্তন সাধিব বুলি আমি বিশ্বাস কৰোঁ” ।

মানুহ আৰু হাতীৰ সংঘাতে হাতী আৰু মানুহ উভয়ৰে মংগলৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰে । উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম এছিয়ান হাতীৰ বিচৰণথলী আৰু মানুহ আৰু হাতীৰ সংঘাতৰো মূল স্থান ।

সময়ৰ লগে লগে মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ তীব্ৰতা আৰু প্ৰকোপ বৃদ্ধি পাইছে আৰু ই মানুহৰ জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে আৰু হাতী সংৰক্ষণৰ চেষ্টাক দুৰ্বল কৰিছে । অসমত ২০১১-২০২১ বৰ্ষত প্ৰায় ৮০০ মানুহ আৰু প্ৰায় ৫০০ বনৰীয়া হাতী নিহত হোৱাৰ উদ্বেগজনক পৰিসংখ্যাই ইয়াক প্ৰতিফলিত কৰিছে । মানুহ আৰু হাতীৰ সংঘাতৰ ফলস্বৰুপে অসমত ২০২২ চনত ৮২টা বন্যহস্তীৰ মৃত্যু হৈছে ।
\

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ELEPHANT
publisher

publisher

Related Posts

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ
News

May 10, 2025
Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

May 10, 2025
BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ
India

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

May 10, 2025
যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d