Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

    Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

    Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

    Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Power Loom :তাঁতশাল নহয়, বহিঃৰাজ্যৰ পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰিছে ৰাজ্যৰ বজাৰ

publisher by publisher
April 12, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Power Loom :তাঁতশাল নহয়, বহিঃৰাজ্যৰ পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰিছে ৰাজ্যৰ বজাৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Power Loom :

নিষেধাজ্ঞাৰ মাজতো ৰাজ্যত মুকলিকৈয়ে বিক্ৰী হৈছে যন্ত্রচালিত তাঁতশালত উৎপাদিত মেখেলা-চাদৰ। ৰঙালী বিহুলৈ মাজতে আৰু দুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ সৰ্বত্ৰ বিহুৰ বতৰত মেখেলা-চাদৰৰ চাহিদা দূৰ কৰিছে পাৱাৰলুমে।

ADVERTISEMENT

WhatsApp Image 2023 04 12 at 2.09.59 PMহস্ততাঁত বস্ত্ৰ শিল্প বিভাগে জাৰি কৰা নিষেধাজ্ঞা সত্বেও ৰাজ্যৰ বজাৰত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ ব্যাপক হাৰত বিক্ৰী হোৱাৰ বিপৰীতে অনাদৃত হৈ পৰি ৰৈছে অসমৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা মেখেলা-চাদৰ।

RelatedPosts

Power Loom : ধেমাজিত পাৱাৰ লোমৰ উৎপাদিত গামোচা-মেখেলা চীট জব্দ

Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

পূজাৰ পূৰ্বে আৰম্ভ হৈছে Amazone গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল,

লক্ষ্যণীয় যে যোৱা ন মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ সময়লৈকে অর্থাৎ ১৪ এপ্ৰিললৈকে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা, মেখেলা-চাদৰ, আৰনাই আদিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছিল।

WhatsApp Image 2023 04 12 at 2.09.24 PMমুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে যাৱতীয় জাননী জাৰি কৰি এই নিষেধাজ্ঞা বলৱৎ কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৱাৰলুমৰ গামোচা, মেখেলা -চাদৰ আদিৰ বিৰুদ্ধে অভিযান চলাই ঠায়ে ঠায়ে এনে বস্ত্র জব্দও কৰিছিল।

পিছে বিহুৰ দিন চমু চাপি অহাৰ লগে লগে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ আৰু গামোচাৰ বিৰুদ্ধে অভিযান স্থৱিৰ হৈ পৰে। পৰিণতিত সমাগত ৰঙালী বিহুৰ প্ৰাকক্ষণত গুৱাহাটীৰ ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ সৰ্বত্র ব্যাপক হাৰত বিক্ৰী হৈছে বহিঃৰাজ্যত উৎপাদিত মেখেলা-চাদৰ।

মঙলবাৰৰ দিনটোত ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰৰ অভাৱনীয় বিক্ৰীয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ মুখত। আজি ফাঁচী বজাৰত পাইকাৰী আৰু খুচুৰা সকলো দোকানতে মুকলিকৈয়ে বিক্ৰী কৰা হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ যোৰা।

উল্লেখ্য যে তাঁতশালত বোৱা মেখেলা-চাদৰৰ মজুৰি আৰু সূতাৰ দামৰ সূত্ৰে মূল্য কে’বাগুণে অধিক হোৱা বাবে ৰাজ্যৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ প্রথম পছন্দৰূপে চিহ্নিত হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ। বজাৰত সুলভ হোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰীও বৃদ্ধি পাইছে।

WhatsApp Image 2023 04 12 at 2.09.59 PM 1উল্লেখ্য যে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে গুজৰাটৰ ছুৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আমদানিকৃত মেখেলা-চাদৰ, গামোচা আদিৰ বিক্ৰী আৰু প্ৰচলন নিষিদ্ধ কৰাৰ লগতে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত এনে বস্ত্ৰ সম্ভাৰৰ পৰিবহণো নিষিদ্ধ কৰিছিল; কিন্তু বিভাগে প্রথম পর্যায়ত ১৪ এপ্ৰিললৈকে কাৰ্যকৰী হোৱাকৈ যি নিষেধাজ্ঞা জাৰি কৰিছিল এই সময়সীমা পাৰ নৌহওঁতেই ৰাজ্যত মুকলিকৈ বিক্ৰী হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ।

ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত গামোচাৰ বিক্ৰী বন্ধ হৈছে যদিও বিনাবাধাই পূৰাদমে চলিছে মেখেলা-চাদৰৰ বিক্ৰী। লক্ষ্যণীয় যে নিষেধাজ্ঞাৰ মাজতো বহিঃৰাজ্যৰ পৰা অসমলৈ ধাৰাবাহিক গতিত আমদানি হৈ আছে পাৱাৰলুমৰ মেখেলা-চাদৰ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা আৰু মেখেলা-চাদৰৰ বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে ছুৰাটৰ ব্যৱসায়ী সন্থাই গুজৰাট প্রদেশ বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰীক সাক্ষাৎ কৰি অসমত আৰোপ কৰা এনে নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰক হেঁচা দিবলৈ অনুৰোধ জনাইছিল।

অৱশ্যে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্রত্যাহাৰ বাবে ব্যৱসায়ীৰ বিৰুদ্ধে নৰম স্থিতি লোৱাৰ দৰে কোনো সিদ্ধান্ত ৰাজহুৱা কৰা নাছিল যদিও শেহতীয়াকৈ বজাৰত পুনৰ পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰে ভৰি পৰাৰ লগে লগে বুমেৰাং হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পাৱাৰলুমৰ বস্ত্ৰৰ নিষেধাজ্ঞা।

মঙলবাৰে ফাঁচী বজাৰত একাংশ ব্যৱসায়ীয়ে মুকলিকৈয়ে প্ৰকাশ কৰে যে মাৰ্চত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ বিক্ৰী প্ৰায় বন্ধ হৈ ৰৈছিল যদিও এপ্ৰিলৰ আৰম্ভণিৰে পৰা বিভাগীয়ভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ সুযোগ লৈ বিক্ৰী আৰম্ভ কৰা হয়।

বিগত প্রায় দুসপ্তাহত ফাঁচী বজাৰৰ কোনো ব্যৱসায়ীয়ে পাৱাৰলুমৰ মেখেলা-চাদৰ বিক্ৰী কৰি প্ৰশাসনৰ তৰফৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই বুলি ব্যক্ত কৰে। এক কথাত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ বিষয়াসকলে বজাৰত অভিযান চলাবলৈ যোৱাৰ পৰিৱৰ্তে কার্যালয়তে শুই-বহি কটোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰি পৰিছে বিহুৰ বজাৰ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mekhela-SadarPower LoomSale
publisher

publisher

Related Posts

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)
News

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

May 9, 2025
Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা
India

Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

May 9, 2025
Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ
News

Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d