Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা এটা থলুৱা উদ্যোগ, য’ত এদল মহিলাই ৰচে জীয়াই থকাৰ সপোন

publisher by publisher
December 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা এটা থলুৱা উদ্যোগ, য’ত এদল মহিলাই ৰচে জীয়াই থকাৰ সপোন
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

Dhekiajuli:ঢেকিয়াজুলিৰ কেহেৰুখন্দাত বিদ্যুৎ সংযোগ কৰি কনিষ্ঠ ভাতৃক প্ৰাণে মৰাৰ অপচেষ্টা

Garubondha PolyClinik ; মিছামাৰীত গৰুবন্ধা পলি ক্লিনিকত উত্তপ্ত পৰিস্থিতি,ক্লিনিকত কৰ্মৰত যুৱতী কৰ্মচাৰীক শালিনতাৰ হানিৰ অপচেষ্টাৰ অভিযোগ স্বত্বাধিকাৰীৰ বিৰুদ্ধে,ক্লিনিকখন বন্ধ কৰাৰ দাবী দল -সংগঠনৰ

অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা ঢেকিয়াজুলিৰ এটা থলুৱা উদ্যোগ ৷ য’ত এদল মহিলাই তাঁতশালত ৰচে জীয়াই থকাৰ সপোন ৷ য’ত একেলগে পুৱাৰ পৰা গধুলিলৈকে এদল শিপিনীৰ ব্যস্ততা ৷ ঢেকিয়াজুলিৰ ভালুকধৰাত গঢ়ি উঠা “সতীৰ্থ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ হস্ততাঁত বয়নশিল্প নামৰ এটি সম্ভাৱনাপূৰ্ণ থলুৱা ক্ষুদ্ৰ উদ্যোগত শিপিনীৰ হাতৰ পৰশত তৈয়াৰ হৈছে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা আদি ৷ ঢেকিয়াজুলিৰ “সতীৰ্থ” হস্ততাঁত বয়নশিল্প থলুৱা ক্ষুদ্ৰ উদ্যোগত মহিলা সৱলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিত অৰিহণি আগবাঢ়াইছে ৷ এই থলুৱা উদ্যোগটো গঢ়ি উঠাৰ আঁৰত আছে ইতিবাচক প্ৰচেষ্টা ৷

ADVERTISEMENT

এতিহ্যমণ্ডিত ঢেকিয়াজুলি হাইস্কুলত অধ্যয়ন কৰা ১৯৮৭ৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অলপতে একত্ৰিত হৈ ‘সতীৰ্থ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ গঠন কৰে ৷ ইয়াৰ পাছতেই হস্ততাঁত বয়নশিল্পৰ এটা থলুৱা উদ্যোগ আৰম্ভ হয় ৷ হস্ততাঁত বয়ন শিল্পৰ স’তে নতুন প্ৰজন্মক জড়িত কৰাৰ উপৰিও এই শিল্পক নতুন ৰুপ দি নাৰী সৱলীকৰণত অৱদান আগবঢ়াব পৰাকৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ভালুকধৰাত এটা বয়ন শিল্পৰ উদ্যোগ গঢ়ি এতিয়া চৰ্চিত হৈছে অনুষ্ঠানটো ।

উল্লেখ্য যে, বজাৰত সহজতে উপলব্ধ হোৱা অসমীয়া জাতিৰ স্বাভিমান হিচাপে পৰিচিত গামোচাসমূহৰ অধিকাংশই অধিক মুনাফালোভী একাংশ ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ মেচিনত উৎপাদিত আৰু নিম্ন মানদণ্ডৰ গামোচা ক্ৰয় কৰি বজাৰ ভৰাই পেলোৱাৰ ফলত থলুৱা শিপিনীসকল সংকটত পৰিবলগা হৈছে । তথাপিতো অসমৰ এই শিল্প কৰ্মৰ প্ৰতি দৰদ থকা একাংশ লোকে এই থলুৱা উদ্যোগটো স্থাপন কৰি প্ৰত্যাহ্বানৰ মাজতো ঢেকিয়াজুলিৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু মহিলাক ইয়াত সংস্থাপনৰ ব্যৱস্থা কৰিছে ।

ইপিনে, তাঁতশালত সপোন ৰচি ভালপোৱা এই শিপিনীসকলৰ দ্বাৰা বোৱা একো একোখন গামোচাৰ মূল্য সৰ্বনিম্ন ২০০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকালৈ বুলি জানিবলৈ দিয়ে সতীৰ্থৰ অন্যতম সদস্য ৰূপজ্যোতি পটংগীয়াই ।

এই উদ্যোগ স্থাপন কৰা অন্যতম সদস্য হৈছে কন্দৰ্প বৰা ৷ বৰ্তমান ইয়াত ২২খন শাল স্থাপন কৰি গামোচা উৎপাদন কৰা হৈছে ৷ আগন্তুক ৰঙালী বিহুত পাঁচ হেজাৰখন গামোচা বিক্ৰীৰ বাবে সাজো কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে ১১খন শাল নতুনকৈ ইয়াত স্থাপন কৰি মেখেলা চাদৰ আদি তৈয়াৰ কৰিব বুলিও প্ৰকাশ কৰে ৷ চৰকাৰী সাহাৰ্য অবিহনে থলুৱাভাৱে তাঁতশালত বোৱা গামোচা বিক্ৰী কৰিয়েই ইয়াত কৰ্মৰত প্ৰায় ২০ গৰাকী মহিলাক সামান্য পাৰিশ্ৰমিক প্ৰদান কৰি অসমীয়া জাতিৰ স্বভিমান জড়িত এই শিল্প কৰ্মক জীয়াই ৰাখিছে সতীৰ্থ নামৰ বেচৰকাৰী সংগঠনটোৱে । এখন বিদ্যালয়ত এসময়ত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ লোৱা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhekiajuliHandloom
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d