Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Power Loom :তাঁতশাল নহয়, বহিঃৰাজ্যৰ পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰিছে ৰাজ্যৰ বজাৰ

publisher by publisher
April 12, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Power Loom :তাঁতশাল নহয়, বহিঃৰাজ্যৰ পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰিছে ৰাজ্যৰ বজাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Hatsingimari:হাটশিঙিমাৰীত পাষাণ পিতৃ- মাতৃৰ দ্বাৰা লজ্জানত ঘটনা

Power Loom : ধেমাজিত পাৱাৰ লোমৰ উৎপাদিত গামোচা-মেখেলা চীট জব্দ

Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

Power Loom :

নিষেধাজ্ঞাৰ মাজতো ৰাজ্যত মুকলিকৈয়ে বিক্ৰী হৈছে যন্ত্রচালিত তাঁতশালত উৎপাদিত মেখেলা-চাদৰ। ৰঙালী বিহুলৈ মাজতে আৰু দুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ সৰ্বত্ৰ বিহুৰ বতৰত মেখেলা-চাদৰৰ চাহিদা দূৰ কৰিছে পাৱাৰলুমে।

ADVERTISEMENT

হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে জাৰি কৰা নিষেধাজ্ঞা সত্বেও ৰাজ্যৰ বজাৰত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ ব্যাপক হাৰত বিক্ৰী হোৱাৰ বিপৰীতে অনাদৃত হৈ পৰি ৰৈছে অসমৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা মেখেলা-চাদৰ।

লক্ষ্যণীয় যে যোৱা ন মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ সময়লৈকে অর্থাৎ ১৪ এপ্ৰিললৈকে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা, মেখেলা-চাদৰ, আৰনাই আদিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে যাৱতীয় জাননী জাৰি কৰি এই নিষেধাজ্ঞা বলৱৎ কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৱাৰলুমৰ গামোচা, মেখেলা -চাদৰ আদিৰ বিৰুদ্ধে অভিযান চলাই ঠায়ে ঠায়ে এনে বস্ত্র জব্দও কৰিছিল।

পিছে বিহুৰ দিন চমু চাপি অহাৰ লগে লগে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ আৰু গামোচাৰ বিৰুদ্ধে অভিযান স্থৱিৰ হৈ পৰে। পৰিণতিত সমাগত ৰঙালী বিহুৰ প্ৰাকক্ষণত গুৱাহাটীৰ ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ সৰ্বত্র ব্যাপক হাৰত বিক্ৰী হৈছে বহিঃৰাজ্যত উৎপাদিত মেখেলা-চাদৰ।

মঙলবাৰৰ দিনটোত ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰৰ অভাৱনীয় বিক্ৰীয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ মুখত। আজি ফাঁচী বজাৰত পাইকাৰী আৰু খুচুৰা সকলো দোকানতে মুকলিকৈয়ে বিক্ৰী কৰা হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ যোৰা।

উল্লেখ্য যে তাঁতশালত বোৱা মেখেলা-চাদৰৰ মজুৰি আৰু সূতাৰ দামৰ সূত্ৰে মূল্য কে’বাগুণে অধিক হোৱা বাবে ৰাজ্যৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ প্রথম পছন্দৰূপে চিহ্নিত হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ। বজাৰত সুলভ হোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰীও বৃদ্ধি পাইছে।

উল্লেখ্য যে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে গুজৰাটৰ ছুৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আমদানিকৃত মেখেলা-চাদৰ, গামোচা আদিৰ বিক্ৰী আৰু প্ৰচলন নিষিদ্ধ কৰাৰ লগতে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত এনে বস্ত্ৰ সম্ভাৰৰ পৰিবহণো নিষিদ্ধ কৰিছিল; কিন্তু বিভাগে প্রথম পর্যায়ত ১৪ এপ্ৰিললৈকে কাৰ্যকৰী হোৱাকৈ যি নিষেধাজ্ঞা জাৰি কৰিছিল এই সময়সীমা পাৰ নৌহওঁতেই ৰাজ্যত মুকলিকৈ বিক্ৰী হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ।

ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত গামোচাৰ বিক্ৰী বন্ধ হৈছে যদিও বিনাবাধাই পূৰাদমে চলিছে মেখেলা-চাদৰৰ বিক্ৰী। লক্ষ্যণীয় যে নিষেধাজ্ঞাৰ মাজতো বহিঃৰাজ্যৰ পৰা অসমলৈ ধাৰাবাহিক গতিত আমদানি হৈ আছে পাৱাৰলুমৰ মেখেলা-চাদৰ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা আৰু মেখেলা-চাদৰৰ বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে ছুৰাটৰ ব্যৱসায়ী সন্থাই গুজৰাট প্রদেশ বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰীক সাক্ষাৎ কৰি অসমত আৰোপ কৰা এনে নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰক হেঁচা দিবলৈ অনুৰোধ জনাইছিল।

অৱশ্যে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্রত্যাহাৰ বাবে ব্যৱসায়ীৰ বিৰুদ্ধে নৰম স্থিতি লোৱাৰ দৰে কোনো সিদ্ধান্ত ৰাজহুৱা কৰা নাছিল যদিও শেহতীয়াকৈ বজাৰত পুনৰ পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰে ভৰি পৰাৰ লগে লগে বুমেৰাং হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পাৱাৰলুমৰ বস্ত্ৰৰ নিষেধাজ্ঞা।

মঙলবাৰে ফাঁচী বজাৰত একাংশ ব্যৱসায়ীয়ে মুকলিকৈয়ে প্ৰকাশ কৰে যে মাৰ্চত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ বিক্ৰী প্ৰায় বন্ধ হৈ ৰৈছিল যদিও এপ্ৰিলৰ আৰম্ভণিৰে পৰা বিভাগীয়ভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ সুযোগ লৈ বিক্ৰী আৰম্ভ কৰা হয়।

বিগত প্রায় দুসপ্তাহত ফাঁচী বজাৰৰ কোনো ব্যৱসায়ীয়ে পাৱাৰলুমৰ মেখেলা-চাদৰ বিক্ৰী কৰি প্ৰশাসনৰ তৰফৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই বুলি ব্যক্ত কৰে। এক কথাত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ বিষয়াসকলে বজাৰত অভিযান চলাবলৈ যোৱাৰ পৰিৱৰ্তে কার্যালয়তে শুই-বহি কটোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰি পৰিছে বিহুৰ বজাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mekhela-SadarPower LoomSale
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d