Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gangstar Atiq Ahmed With Brather Shot Dead In UP :প্ৰয়াগৰাজত কুখ্যাত গেংষ্টাৰ আটিক আহমেদক এনকাউন্টাৰ

আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে গুলীয়াই হত্যা কৰিলে গেংষ্টাৰ আতিক সহ ভাতৃ আশ্ৰফকো

publisher by publisher
April 16, 2023
in India, Crime, News
Reading Time: 3 mins read
0
Gangstar Atiq Ahmed With Brather Shot Dead In UP :প্ৰয়াগৰাজত কুখ্যাত গেংষ্টাৰ আটিক আহমেদক এনকাউন্টাৰ
4
SHARES
41
VIEWS
ShareShareShareShare

Gangstar Atiq Ahmed With Brather Shot Dead In UP :

হিন্দী বলৱৰ অন্যতম বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপ ৷ যোগী আদিত্যনাথ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে যদিও অপৰাধীয়ে কেতবোৰ স্থানত বাহৰ পাতি অব্যাহত ৰাখিছে নানান অপকৰ্ম ৷

ADVERTISEMENT

এইক্ষেত্ৰত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে যদিও শনিবাৰে নিশা ৰাজ্য খনৰ প্ৰয়াগৰাজত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷
আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ’ল কুখ্যাত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক ।
আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা সময়ত অচিনাক্ত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে মাফিয়া দুটাক ৷

RelatedPosts

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

উল্লেখ্য যে, কুখ্যাত গেংষ্টাৰ কেইজনক চিকিৎসাৰ বাবে নি থকা সময়ত ঘটনাস্থলীত নিৰাপত্তাৰ বাবে উপস্থিত আছিল ১৭ গৰাকীকৈ আৰক্ষী বিষয়া ৷

কিন্তু আততায়ীয়ে গুলীচালনা কৰা সময়ছোৱাত আততায়ীক ৰোধীবলৈ এজনো আৰক্ষী আগবাঢ়ি নাহি বৰং নিৰাপদ দূৰলৈ লৰ মাৰে ৷ অৱশ্যে ঘটনাটো সংঘটিত হৈ যোৱাা পাছতহে দুৰ্বৃত্তক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷

শনিবাৰে নিশা সংঘটিত হোৱা ঘটনাত ইতিমধ্যে আটক হোৱা তিনি দুৰ্বৃত্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিটা পিষ্টল , এখন মটৰ চাইকেল, এটা কেমেৰা আৰু নিউজ চেনেলৰ লগ ৷

সন্দেহ কৰা মতে তিনি দুৰ্বৃত্তই সংবাদকর্মী বেশত উপস্থিত আছিল ৷ ডিঙিত ওলমাই লৈছিল সংবাদকর্মীৰ পৰিচয়পত্র ৷  আটক হোৱা আততায়ী কেইটা হ’ল লবলেছ তিৱাৰী, অৰুণ মৌর্য আৰু ছন্নী চৌহান ৷

উল্লেখ্য যে,এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে উদ্থাপন হৈছে কেতবোৰ প্ৰশ্ন ৷ দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰাটো ন্যায়ালয়ৰ কাম । অপৰাধী হ’লেও সাধাৰণ জনতাই আইন হাতত তুলি ল’ব নোৱাৰে । কিন্তু শনিবাৰৰ ঘটনাই উত্তৰ প্ৰদেশ আৰক্ষীৰ কাৰ্যক্ষমতা আৰু দক্ষতা সন্দৰ্ভত উদ্থাপিত হৈছে বহু প্ৰশ্ন ৷

আনহাতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি দুপৰীয়া আৰক্ষী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰে ৰাজধানী এক জৰুৰী বৈঠকত মিলিত হৈ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ একেদৰে তদন্ত বাবে গঠন কৰে তিনিজনীয়া তদন্ত কমিটি ৷

শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে প্ৰয়াগৰাজত পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gangstar Shot DeadUttar Pradesh
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d