Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Schools : ক’ভিডকালত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত নাছিল ইন্টাৰনেট, কেন্দ্রীয় শিক্ষা মন্ত্রণালয়

publisher by publisher
November 4, 2022
in India, News
Reading Time: 1 min read
0
Schools : ক’ভিডকালত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত নাছিল ইন্টাৰনেট, কেন্দ্রীয় শিক্ষা মন্ত্রণালয়
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

এটা বৰ্ষতে চৰকাৰী স্কুলত নামভর্তি কমিল ১১ লক্ষ, ৫০ হেজাৰ চৰকাৰী স্কুল বন্ধ হ’ল

পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত ২০২৪-২৫ ত মাধ্যমিক পর্যায়ত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য হ্রাস

Schools :

অতিমাৰীকালত চৰকাৰী নির্দেশত অনলাইনত দেশজুৰি বিদ্যালয়ৰ পঠদান চলিছিল । তাজ্জৱ বিষয়, এই সময়ছোৱাত দেশৰ অধিকাংশ বিদ্যালয়ত ইন্টাৰনেট সেৱা নাছিল ! কম্পিউটাৰো নাছিল ! কেন্দ্রীয় চৰকাৰৰ প্ৰতিবেদনত প্রকাশ্যত আহিছে এই তথ্য । প্ৰতিবেদনত জনোৱা হৈছে, ২০২১-২২ শিক্ষাবর্ষত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত ইন্টাৰনেটৰ কোনো ব্যৱস্থা নাছিল । কম্পিউটাৰ নাছিল ৫৫.৫ শতাংশ বিদ্যালয়ত ।

ADVERTISEMENT

বৃহস্পতিবাৰে জিলাভিত্তিক শিক্ষা সংক্রান্ত প্ৰতিবেদন প্রকাশ কৰিছে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ে । প্ৰতিবেদনখনৰ নাম ‘দ্য ইউনিফায়ড ডিষ্ট্ৰিক্ট ইনফৰমেছন ছিষ্টেম ফৰ এডুকেছন’ (ইউআইডিএছই) । দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত তৈয়াৰ কৰা হৈছে এই প্ৰতিবেদনখন ।

প্ৰতিবেদনত কোৱা হৈছে, দেশৰ ১৪ লাখ ৮৯ হেজাৰ ১১৫ খন বিদ্যালয়ৰ ভিতৰত মাত্র ছয় লাখ ৮২ হেজাৰ ৫৬৬ খন বিদ্যালয়ত কম্পিউটাৰ আছে । ইন্টাৰনেট সেৱা তাতকৈও কম, পাঁচ লাখ চাৰি হেজাৰ ৯৮৯ খন বিদ্যালয়ত ।

প্ৰতিবেদনত অধিক উদ্বেগৰ বিষয় হ’ল, ১২.৭ শতাংশ বিদ্যালয়ত নাই গ্ৰন্থাগাৰ । ডিজিটেল গ্ৰন্থাগাৰৰ ব্যৱস্থা আছে মাত্র ২.২ শতাংশ বিদ্যালয়ত । এতিয়াও দেশৰ ১০.৬ শতাংশ বিদ্যালয়ত বিদ্যুৎ উপলব্ধ নহয় । খেলপথাৰ নাই ২৩.০৪ শতাংশ বিদ্যালয়ত । শিক্ষাৰ্থীসকলৰ বাবে উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা আছে মাত্র ২৬.৯৬ শতাংশ বিদ্যালয়ত ।

বিগত কে’বা বছৰ ধৰি বিদ্যালয়ৰ ‘স্মার্ট ক্লাছ’ক লৈ সমগ্ৰ দেশত আগ্রহ বৃদ্ধি পাইছে । যাৰ অর্থ, চক-ডাষ্টাৰৰ পৰিৱর্তে শীতাতপনিয়ন্ত্রিত ক্লাছৰুমত থাকিব ডিজিটেল ব’র্ড, কম্পিউটাৰ, প্রজেক্টৰসহ নানা ব্যৱস্থা । ব্লেক ব’র্ডত চকেৰে লিখোতে যি সময় লাগে, ডিজিটেল ব’র্ডত মাউছেৰ ক্লিকত মুহূর্ততে হৈ যায় । কিন্তু দেশৰ মাত্র ১৪.৯ শতাংশ বিদ্যালয়তহে আছে এই ব্যৱস্থা ।

অৱশ্যে বিদ্যালয়ত প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক স্তৰ পর্যন্ত সকলো শ্রেণীতেই অনুসূচিত জাতি আৰু অনুসূচিত উপজাতিৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে ২০২০-২১ শিক্ষাবর্ষত । প্ৰতিবেদন অনুযায়ী, এই সময়ৰ ভিতৰত অনুসূচিত শ্রেণীৰ শিক্ষাৰ্থীৰ সংখ্যা ৪.৭৮ কোটিৰ পৰা বাঢ়ি হৈছে ৪.৮৩ কোটি ।

অনুসূচিত উপজাতিৰ শিক্ষাৰ্থীৰ সংখ্যা ২.৪৯ কোটিৰ পৰা বাঢ়ি হৈছে ২.৫১ কোটি । বিদ্যালয়ত বৃদ্ধি পাইছে অন্যান্য অনগ্রসৰ শ্রেণীৰ (অ’বিচি) শিক্ষাৰ্থীৰ সংখ্যাও ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Government SchoolOnLine ClassSchool
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d