Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Misophonia Symptoms Treatment :মাইচ’ফ’বিয়াত ভুগিছে নেকি ?

    Top Central University In Assam : শীর্ষ ২০খন কেন্দ্রীয় বিশ্ববিদ্যালয় তালিকাত অসমৰ দুখন

    Reshuffle In Nagaon Police:নগাঁৱৰ আৰক্ষীত পুনৰ ব্যাপক ৰদবদল

    Nagaon Dulal Bora:’মোক এনকাউণ্টাৰ কৰক !

    Nagaon Dulal Bora:’মোক এনকাউণ্টাৰ কৰক !

    Hotter Weather In Assam:আজি পুনৰ উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক

    Famous Designer Sanjukta Dutta:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home India

Torrential Rains In Delhi :উৎকট গৰমৰ মাজতে দিল্লীবাসীলৈ সাময়িক সকাহ

পহিলা মে' পৰাই ৰাজধানী চহৰখনত অব্যাহত মুষলধাৰ বৰষুণ, বৃহস্পতিবাৰে দিনতে কুঁৱলী সদৃশ পৰিবেশ

publisher by publisher
May 4, 2023
in News, India, weather, Weather
Reading Time: 3 mins read
0
Torrential Rains In Delhi :উৎকট গৰমৰ মাজতে দিল্লীবাসীলৈ সাময়িক সকাহ
0
SHARES
3
VIEWS
ShareShareShareShare

Torrential Rains In Delhi :

দেশৰ ৰাজধানী চহৰ দিল্লীবাসীক যোৱা এপ্ৰিল মাহটোত ৰেকৰ্ড সংখ্যক উৎকট গৰমে জ্বলাকলা খুৱাই থকা মাজতে পহিলা মে’ৰ পৰা আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ ৷

ADVERTISEMENT

মুষলধাৰ বৰষুণৰ ফলত জনজীৱন একপ্ৰকাৰ ব্যাহত হৈ পৰে ৷ বুধবাৰ আৰু বৃহস্পতিবাৰে দিনতে এন্ধাৰ সদৃশ পৰিবেশ সৃষ্টি হয় ৷ কুঁৱলী আশ্বাদনে ঢাকি পেলাই সমগ্ৰ দিল্লী ৷

RelatedPosts

Delhi Weather : দিল্লীত ক্ৰমাৎ হ্ৰাস পালে শৈত্যপ্ৰবাহ

Delhi Weather : দিল্লীত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

Delhi Winter :প্ৰবল শীতৰ কবলত ৰাজধানী দিল্লী

delhi rain2দ্ৰতগতিত হ্ৰাস পায় তাপমাত্ৰা ৷ নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ বহুলোক বাসগৃহতে আবদ্ধ হৈ পৰে ৷ যোৱা চাৰি দিনধৰি ৰাজধানীৰ তাপমাত্ৰা ৩০ ডিগ্ৰীৰ তলত আছে ।

বতৰ বিশেষজ্ঞসকলৰ মতে এয়া হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ইয়াক প্ৰকৃতিৰ সতৰ্কবাণী হিচাপে গণ্য কৰিব পাৰি।বৃহস্পতিবাৰে ৰাজধানীত ৰাতিপুৱা ৰ’দ আছিল। এই ৰূপ দেখি মানুহে ভবা নাছিল যে আজি বৰষুণ হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে ৰাতিপুৱা হালধীয়া সতৰ্কবাণী জাৰি কৰিছিল। ১২ বজাৰ পিছত বতৰ সলনি হ’বলৈ ধৰিলে। ইয়াৰ পিছত এই সতৰ্কবাণী অৰেঞ্জলৈ সলনি কৰা হৈছিল।

দুপৰীয়া প্ৰায় এক বজাত ডাঠ ক’লা ডাৱৰে চহৰখন আগুৰি ধৰিছিল আৰু ৰাজধানীৰ কেইবাটাও অংশত বৰষুণ দিয়ে হ। বৰষুণৰ বাবে মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে বুধবাৰে পুৱা ৮-৩০ বজাৰ পৰা সন্ধিয়া ৫-৩০ বজালৈ দিল্লীত (চফদৰজং) ২০.৯মিমি বৰষুণ হৈছিল। ইয়াৰ উপৰিওপালমত১১.৮ মিমি, লোধি ৰোডত ২৪.৬ মিমি, ৰিজ ১৪.৬ মিমি, আয়া নগৰত ১৩ .৮ মিমি, গুৰুগ্ৰাম১৪ মিমি, জাফৰপুৰত 0.৫ মিমি, মংগেশপুৰত ৩১.৫ মিমি, নাৰেলাত ৯.৫ মিমি, পুচা ১৫.৫ মিমি, বিহাৰ ৮ মিমি বৰষুণ হৈছিল।

delhi raioin3সৰ্বাধিক তাপমাত্ৰা ৩০.৬ ডিগ্ৰী চেলচিয়াছত ৰেকৰ্ড কৰা হৈছিল। ই স্বাভাৱিকতকৈ ৯ ডিগ্ৰী কম। সৰ্বনিম্ন তাপমাত্ৰা ২০.১ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল৷ যি ঋতুৰ গড়তকৈ পাঁচ গুণ কম। বৃহস্পতিবাৰে আবেলি পৰ্যন্ত ডাৱৰীয়া হৈ আছে যদিও কেতবোৰ অঞ্চলত বৰষুণ অব্যাহত আছে। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে নিম্নতম ১৭ ডিগ্ৰী।

আনহাতে দিল্লীৰ বতৰ বিজ্ঞান বিভাগৰ মতে শুক্ৰবাৰে বতৰ শুকান হৈ থাকিব । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৩ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে আনহাতে নিম্নতম ১৮ ডিগ্ৰী হ’ব। ইয়াৰ পিছত ছয় আৰু সাত মে’ত পুনৰ ৰাজধানীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত সৰ্বাধিক তাপমাত্ৰা ৩৪ ৰ পৰা ৩৫ ডিগ্ৰীৰ ভিতৰত হ’ব পাৰে। নিম্নতম তাপমাত্ৰা ২০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে ।

পৰৱৰ্তী আঠ আৰু ন মে’ত বতৰ শুকান হৈ থাকিব । আকাশ পৰিষ্কাৰ হ’ব। সূৰ্য উদয় হ’ব। সৰ্বাধিক তাপমাত্ৰা ৩৫-৩৬ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আনহাতে নিম্নতম তাপমাত্ৰা প্ৰায় ২১ ডিগ্ৰী চেলচিয়াছ হ’ব।

আনহাতে স্কাইমেটৰ মতে, প্ৰাক-মৌচুমী ঋতুত এইবাৰ বৰষুণ আৰু ঠাণ্ডা বতাহ আছে । এই সময়ছোৱাত এক বা দুটা স্থানত বৰষুণ হ’ব পাৰে । কেৱল আঠ মে’ৰ পিছত বতৰ পৰিষ্কাৰ হ’ব ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: cold And Foggy ConditionDelhi WeatherTorrential Rains
publisher

publisher

Related Posts

ASTC Employees Dismissed From Service:চাকৰিৰ পৰা বৰ্খাস্ত হ’ল ৭৭১ জন এএছ টিচি কৰ্মচাৰী
Assam

May 31, 2023
Cm Announced:উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে সাজু হোৱা নাই শিক্ষা সংসদ

Cm Pressmeet In Janata Bhawan:সৰিয়হৰ সমৰ্থনমূল্য নিৰ্ধাৰণ চৰকাৰৰ
Assam

Cm Pressmeet In Janata Bhawan:সৰিয়হৰ সমৰ্থনমূল্য নিৰ্ধাৰণ চৰকাৰৰ

May 31, 2023
Misophonia Symptoms Treatment :মাইচ’ফ’বিয়াত ভুগিছে নেকি ?
Lifestyle

Misophonia Symptoms Treatment :মাইচ’ফ’বিয়াত ভুগিছে নেকি ?

May 31, 2023
Top Central University In Assam : শীর্ষ ২০খন কেন্দ্রীয় বিশ্ববিদ্যালয় তালিকাত অসমৰ দুখন
Assam

Top Central University In Assam : শীর্ষ ২০খন কেন্দ্রীয় বিশ্ববিদ্যালয় তালিকাত অসমৰ দুখন

May 31, 2023
Reshuffle In Nagaon Police:নগাঁৱৰ আৰক্ষীত পুনৰ ব্যাপক ৰদবদল
Assam

Reshuffle In Nagaon Police:নগাঁৱৰ আৰক্ষীত পুনৰ ব্যাপক ৰদবদল

May 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: