Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Dr Sangita Dutta Case :ধৃত মহানগৰীৰ চিকিৎসক দম্পতীৰ নিকৃষ্ট কাণ্ডৰ ন ন তথ্য পোহৰলৈ

কন্যাই নহয়, ল'ৰা শিশুকো যৌন নির্যাতন চলাইছিল চিকিৎসক দম্পতীয়ে, পক্স' আইনৰ ধাৰা লগোৱা হৈছে ধৃত চিকিৎসক দম্পতীৰ বিৰুদ্ধে

publisher by publisher
May 8, 2023
in News, Assam, Crime, India
Reading Time: 4 mins read
0
 Dr Sangita Dutta Case :ধৃত মহানগৰীৰ চিকিৎসক দম্পতীৰ নিকৃষ্ট কাণ্ডৰ ন ন তথ্য পোহৰলৈ
3
SHARES
25
VIEWS
ShareShareShareShare

Dr Sangita Dutta Case :

ADVERTISEMENT

হাইপ্ৰ’ফাইল ব্যক্তিৰে মধুৰ সম্পৰ্কৰ লগতে সমাজক নৈতিকতাৰ পাঠ দি অহা মহানগৰীৰ চিকিৎসক দম্পতীৰ কৰ্মকাণ্ডই সম্প্রতি প্রতিজন নাগৰিককে হতচকিত কৰি তুলিছে।

RelatedPosts

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

তাৰ মাজতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালে দেওবাৰে মহানগৰ আৰক্ষীৰ হাতত অৰ্পণ কৰা ভুক্তভোগী শিশুৰ স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদনে আন এক ভয়ংকৰ তথ্য উন্মোচিত কৰিলে। ইয়াৰ দ্বাৰা পোহৰলৈ আহিছে চিকিৎসক দম্পতীয়ে দত্তক লোৱা শিশুর ওপৰত চলোৱা নাৰকীয় নিৰ্যাতনৰ কথা।

উল্লেখ্য যে যোৱা পাঁচ মে’ত পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতী ডাঃ বালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ ছাদত বান্ধি থোৱা অৱস্থাত এটি চাৰে তিনিবছৰীয়া কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে সেই দত্তক লোৱা এই কন্যা সন্তানৰ দেহৰ বিভিন্ন অংশ লগতে গোপন স্থানত গৰম পানী ঢালি আৰু জ্বলাই দি পৈশাচিক নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছিল।

সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে কন্যা শিশুটিৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰখাৰ মাজতে সমাজক লজ্জিত কৰা আন এক তথ্য উম্মোচিত হৈছে। চাৰে তিনি বছৰীয়া এই কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ কথা চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰিছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰি ইয়াৰ পাছতে গোচৰটোত ‘পক্স’ আইনৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে বুলি মন্তব্য কৰিছে।

আয়ুক্ত বৰাই কয়, ‘কালি শিশু কন্যাটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা সম্পন্ন হয়। বিশেষজ্ঞ চিকিৎসকে শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত দেখা গে’ল যে শিশুটিৰ শৰীৰৰ বহুতো অংশত আঘাত আছে আৰু ই যথেষ্ট চিন্তনীয় আঘাত। গোপন অংশতো আঘাত পোৱা গৈছে।

চিকিৎসকে সকলো পৰীক্ষা সম্পন্ন কৰাৰ পাছত যি প্রতিবেদন দিলে, সেই প্রতিবেদনত কণমানি শিশুটিৰ লগত যৌন নির্যাতন চলোৱাৰো তথ্য সদৰী কৰিছে। ইয়াৰ পাছতে আৰক্ষীয়ে এই গোচৰত পক্স’ আইনৰ অধীনত যি যি ধাৰা সন্নিবিষ্ট কৰিব লাগে, সেই ধাৰা সন্নিবিষ্ট কৰিছে।”

উল্লেখ্য যে ভদ্রতাৰ মুখা পিন্ধি বিভিন্ন সামাজিক সংগঠনৰ স’তে জড়িত চিকিৎসক দম্পতীক চাৰে তিনি বছৰীয়া কন্যাক পৈশাচিক নির্যাতন চলোৱা ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি দুয়োকে জিম্মাত লৈ মাৰাথন জো অব্যাহত ৰাখিছে। বিভিন্ন সময়ত ধৃত চিকিৎসক দম্পতীয়ে কন্যা শিশুটি তেওঁলোকৰ নিজৰ সন্তান বুলি দাবী কৰি আহিলেও আৰক্ষীৰ তদস্তুত কন্যা শিশুসহ আন শিশু সন্তান তেওঁলোকৰগৰ্ভজাত নহয় বুলি স্পষ্ট হৈছে।

অর্থাৎ চিকিৎসক দম্পতীয়ে চাৰে তিনিছৰীয়া ল’ৰা- কন্যা তেওঁলোকৰ যমজ সন্তান বুলি দাবী কৰি আহিছিল যদিও এই যমজ সন্তান অবৈধভাবে দত্তক (তুলি লোৱা) লোৱা হৈছিল বুলিহে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ফলত ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ৰজু কৰা ১৯০/২০২৩ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতীক জেৰা অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলা হিচাপে থকা তথা এই ঘটনাত অভিযুক্ত লক্ষী ৰয়ক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িকজিম্মালৈ প্ৰেৰণ কৰিছে।

কন্যাৰ সমান্তৰালভাৱে ল’ৰা শিশুকো চলোৱা হৈছিল যৌন উৎপীড়ন:

কন্যা শিশুটিক যৌন উৎপীড়ন চলোৱাৰ তথ্য চিকিৎসকৰ প্ৰতিবেদনত উন্মোচিত হোৱাৰ সমান্তৰালভাৱে ল’ৰা শিশুজনকো যৌন উৎপীড়ন চলোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে ইয়াৰ চূড়ান্ত স্বাস্থ্য প্রতিবেদন বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰদান কৰা নাই যদিও আৰক্ষী সূত্রই এই ভয়ংকৰ তথ্য সদৰী কৰিছে। শিশু কন্যাটিৰ লগতে ল’ৰা শিশুৰ দেহতো বিভিন্ন আঘাত চিহ্ন স্পষ্ট হৈ আছে। উল্লেখ্য যে এই আঘাতসমূহ গৰম ইঞ্জি, গৰম পানী ঢালি জুলাই দিয়া আঘাত বুলি সন্দেহ কৰা হৈছে। কন্যা সন্তানৰ দৰে ল’ৰা সন্তানৰ গোপন স্থানত তথা গুপ্তাংগতো আঘাত চিহ্ন আছে বুলি আৰক্ষী সুত্ৰই সদৰী কৰিছে।

কলংকিতা মাতৃ ডাঃ সংগীতা দত্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালত:

মাতৃ আৰু সন্তানৰ মাজত থকা মধুৰ সম্পৰ্কত কালিমা সানি শিশুক অকথ্য নির্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ‘চেলিব্রেটী’ মনোৰোগ বিশেষজ্ঞ ডাঃ দত্তই গ্ৰেপ্তাৰৰ ভয়ত পাহাৰৰ টিলাত আত্মগোপন কৰি আছিল। স্বামী তথা চিকিৎসক ডা: ইছলাম আৰু বনকৰা মহিলা ব্যাক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে পাঁচ মে’ৰ নিশা ডাঃ দত্তই পলায়ন কৰি খানাপাৰাৰ গ্রীণউড নিজ টৰ পাছফালে থকা পাহাৰৰ ওপৰৰ এটা গৃহত আত্মগোপন কৰি আছিল যদিও শনিবাৰে নিশা মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশাটো তেওঁ পাণবজাৰ মহিলা আৰক্ষী থানাৰ লকআপত কটোৱাৰ পাছতদেওবাৰে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে অভিযুক্ত চিকিৎসকগৰাকীক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। সম্প্ৰতি মহানগৰ আৰক্ষীৰ কে’বাজনো উচ্চপদস্থ বিষয়াই ডাঃ দত্তৰ লগতে ধৃত স্বামী ডাঃ ইছলামক জেৰা অব্যাহত ৰাখিছে।

আনটি ল’ৰা শিশুকো চলোৱা হৈছিল অকথ্য নির্যাতন:

ভুক্তভোগী কন্যা শিশুৰ লগতে সমবয়সীয়া আন এজন ল’ৰা শিশুও চিকিৎসক দম্পতীৰ স’তে আছে আৰু এই শিশুদ্বয়ক চিকিৎসক দম্পতীয়ে নিজৰ যমজ সন্তান বুলি বিভিন্ন সময়ত দাবী কৰি আহিছিল। অৱশ্যে শিশু চিকিৎসক দম্পতীৰ সন্তান নহয় বুলি আৰক্ষী নিশ্চিত হয় আৰু কন্যা শিশুৰ ওপৰত চলোৱা নিৰ্যাতনৰ সন্দেহৰ ভিত্তিত শিশু ল’ৰাজনকো আজি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। পৰীক্ষাত শিশুজনৰ দেহতো শাৰিৰীক নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে, বুলি আৰক্ষীয়ে সদৰী কৰিছে।

উল্লেখ্য যে শিশু সুৰক্ষা বিভাগৰ স’তে আজি আৰক্ষীৰ এটা দলে বিহাবাৰীৰ আৰ্য হাস্পতালৰ সমীপত থকা চিকিৎসক দম্পতীৰ বাসগৃহত তথা ৰ’মা এনক্লেভত অভিযান চলাই ল’ৰা শিশুটিক উদ্ধাৰ কৰে আৰু সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা বিশেষজ্ঞ দলে শিশুটিৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে। এই সম্পৰ্ভত আৰক্ষী আয়ুক্ত বৰাই কয়, ‘চিকিৎসক দম্পতীৰ তিনিটা শিশু আছিল।

জ্যেষ্ঠা কন্যা ১১-১২ বছৰীয়া হ’ব আৰু তেওঁ সম্প্ৰতি সুস্থ পৰিবেশত অভিভাৱকৰ লগত আছে। বাকী দুই শিশুক চিকিৎসক দম্পতীয়া প্রথমে তেওঁলোকৰ নিজৰ সন্তান নহয় বুলি তথ্য লাভ কৰা হৈছে। এই সন্তানক কেনেকৈ পালে, কোনে আনি দিছিল সেই সংক্রান্তত তদন্ত অব্যাহত আছে।’

ভুক্তভোগী কন্যা শিশুৰ লগত যি ঘটনা সংঘটিত হ’ল, ল’ৰা শিশু যেটিৰ লগতো তেনে ঘটনা সংঘটিত হৈছে নেকি সন্দেহ ওপজাত শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছে বুলি উল্লেখ কৰি আয়ুক্ত বৰাই পুনৰ কৰা, চিকিৎসকে পৰীক্ষা কৰাৰ পাছত শিশুটিৰ দেহত অলপ চিন্তনীয় কিছু তথ্য পোৱা হৈছে। স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতে ন্যায় গতভাবে যি ব্যৱস্থা ল’ব লাগে লোৱা হ’ব।

মুখ্যমন্ত্রী সঞ্চালক প্রধানে তদাৰক কৰিছে সমগ্ৰ ঘটনা :

ইফালে, এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্রধান জিপি সিঙে তদাৰক কৰি আছে বুলি মন্তব্য কৰে আয়ুক্ত বৰাই। তেওঁ কয় যে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত যি তথ্য পোহৰলৈ আহিছে এয়া অতি গর্হিত। এই ঘটনার অভিযুক্ত সম্প্রতি আৰক্ষীৰ জিম্মাত আছে আৰু যদি কোনো আন লোক এই ঘটনাত জড়িত, তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, “তদন্ত ক্ষিপ্ৰগতিত আৰু সঠিক দিশত আগবাঢ়িছে।

এই ঘটনা মুখ্যমন্ত্রী ডা:শৰ্মা আৰু সঞ্চালক প্ৰধান সিঙে প্রতি মুহূর্ততে তদাৰক কৰি আছে, যাতে দোষীয়ে শাস্তি পায়। ভুক্তভোগী শিশুৱে যাতে এটা সুস্থ পৰিবেশ লাভ কৰে আৰু উন্নত চিকিৎসা লাভ কৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিছে আৰু আমি পালন কৰিছো।

উল্লেখ্য যে পক্স’ আইনৰ ধাৰা লগোৱা হৈছে আৰু এই গোচৰটো যাতে আদালতত প্রতিষ্ঠা কৰিবলৈ আৰ তাৰ বাবে বিশেষ অধিবক্তা নিয়োগ কৰিবলৈ চৰকাৰৰ লগত যোগাযোগ কৰিব বুলি আয়ুক্ত বৰাই সদৰী কৰি অভিযোগনামা দিয়াৰ পাছত ক্ষিপ্ৰগতিত যাতে গোচৰটোৰ শুনানি হয়, তাৰ বাবে চৰকাৰৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি জনায়।

dgpআৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল:

তোলনীয়া সন্তানক অকথ্য শাৰীৰিক নিৰ্যাতনৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতীৰ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

এক সংবাদমেলত ডি জি পি গৰাকীয়ে কয়, ডাঃ সংগীতা দত্তৰ দুয়োটা তোলনীয়া সন্তানক চলোৱা হৈছিল যৌন নির্যাতন’ ৷ ইতিমধ্যে ফৰেনছিক বিভাগত বিশেষজ্ঞ চিকিৎসৰ স্বাস্থ্য পৰীক্ষাত ভয়ংকৰ তথ্য পোহৰল আহিছে ৷

সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলামৰ বিৰুদ্ধে পানী নসৰকা ছাৰ্জশ্বীট তৈয়াৰ কৰিব আৰক্ষীয়ে৷ দুয়োৰে বিৰুদ্ধে বিভিন্ন আইনৰ বাহিৰেও পক্স’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি মন্তব্য ডি জি পি জি পি সিঙে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceChild Abuse CaseDr.Sangita DuttaPOSCO Law
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d