Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Molested Girl Child:মহানগৰীত চিকিৎসক দম্পতীৰ নিকৃষ্ট কাণ্ড

তোলনীয়া কন্যা শিশুক নিৰ্যাতনৰ অভিযোগত ৰজু গোচৰ, ডা:ৱালিউল ইছলাম আৰু কেয়াৰ টেকাৰ গ্ৰেপ্তাৰ,পলাতক মনোৰোগ বিশেষজ্ঞা ড:সংগীতা দত্ত

publisher by publisher
May 6, 2023
in Uncategorized
Reading Time: 3 mins read
0
Molested Girl Child:মহানগৰীত চিকিৎসক দম্পতীৰ নিকৃষ্ট কাণ্ড
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Fake Doctor Arrested: পল্টন বজাৰ আৰক্ষীৰ জালত মুন্নাভাই BAMS. MD

Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :ডি বি ষ্টক ব্ৰ’কিঙৰ নামত কে’বাহাজাৰ কোটি লুণ্ঠন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ

Counterfeit powdered milk seller arrested in Paltan Bazar:মহানগৰীত গৰু গাখীৰৰ নামত বিক্ৰী বৰবিহ !

Molested Girl Child:

তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু তেওঁৰ বাসগৃহ বনকৰা মহিলাক । আনহাতে মনোৰোগ বিশেষজ্ঞা ডাঃ সংগীতা দত্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা ৷

ADVERTISEMENT

উল্লেখ্য যে,শুক্ৰবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পলন্টন বজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক উদ্ধাৰ কৰি গতাই দিয়ে চাইল্ড লাইনক ।

মনকৰিবলগীয়া যে,তেওঁলোকৰ চাৰিবছৰীয়া কন্যা শিশুটিক ফ্লেটৰ চাদত প্ৰখৰ ৰ’দত এখন চকীত বান্ধি ৰাখিছিল ৷ পৰৱৰ্তী সময়ত এই দৃশ্য স্থানীয় প্ৰতিবেশীয়ে দেখি তৎক্ষণাত আৰক্ষী- চাইন্ড লাইনক খবৰ দিয়ে ৷

আৰক্ষী আৰু চাইল্ড লাইনৰ লোক উপস্থিত হৈ শিশুটিত উদ্ধাৰ কৰাৰ লগতে ড:ইছলাম আৰু তেওঁৰ বন কৰা মহিলাক গৰাকীক আটক কৰি পল্টন বজাৰ থানালৈ লৈ যায় ৷

জানিব পৰা মতে শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগ লগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বেও চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছিল । যাৰবাবে শিশু সুৰক্ষা আয়োগত উপস্থিত হ’ব লগা হৈছিল অভিযুক্ত চিকিৎসকগৰাকী । একেদৰে ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছিল ।

শুকুৰবাৰে নিজৰ পালিত কন্যা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে । চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে শুক্ৰবাৰে আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা চলায় । যাৰবাবে তেওঁ অসুস্থ হৈ পৰাত ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত ৷

আনহাতে পল্টনবজাৰ আৰক্ষীয়ে শনিবাৰে বিয়লি আটকাধীন ডাঃ ৱালিউৰ ইছলামক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে,শুক্ৰবাৰে ডাঃ ৱালিউৰ ইছলামক আটক কৰাৰ পাছতে ড:সংগীতা দত্ত ফেচবুকত নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছিল যদিও ইয়াৰ পাছৰে পলাতক অৱস্থাত আছে ৷

আনহাতে আৰক্ষীৰ মাৰাথন জেৰাত চিকিৎসক সংগীতা দত্তৰ ঘৰত বনকৰা যুৱতী লক্ষ্মীৰ বিস্ফোৰক ভাষ্য সদৰি কৰে ৷ বনকৰা যুৱতী লক্ষ্মীয়ে কয়, চিকিৎসক সংগীতা দত্তই বান্ধিব দিছিল কণমানি শিশুটিক ৷

প্ৰাপ্ত খবৰ অনুসৰি পলাতক সংগীতা দত্তই অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ জৰিয়তে চেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়া খবৰ অনুসৰি পল্টন বজাৰ আৰক্ষীয়ে চিকিৎসক সংগীতা দত্তৰ বাসগৃহত আজি দুপৰীয়া অভিযান চলাই ৷

নিজৰ তোলনীয়া কন্যা শিশুৰ ওপৰত চিকিৎসক দম্পতীৰ নিৰ্যাতনৰ বিষয়ে সদৰি হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কোনো ক্ষেত্ৰতে যেন দম্পতীহালে আইনৰ সুৰুঙাৰে ৰেহাই নাপায় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Doctor ArrestedMolested Girl ChildPaltan Bazar Police
publisher

publisher

Related Posts

Horrific murder incident in Jonai:জোনাইত লোমহৰ্ষক হত্যাকাণ্ড !
Uncategorized

September 2, 2026
Kamrup Metro Thana:কামৰূপ মহানগৰ জিলাৰ কোন খন থানা কোনটো সমষ্টিৰ সীমাত পৰে

দুৰ্যোগৰ বতৰা দিয়াৰ পৰা বিৰত ১০ হেজাৰ কোটিৰ ‘নিছাৰ’

কেলেণ্ডাৰৰ ২৬ সংখ্যাটো সঁচাকৈয়ে অশুভ নেকি!

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d