Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

karnataka Assembly Election:কর্ণাটকত কিহৰ ইংগিত ?

publisher by publisher
May 15, 2023
in India, Assam, News
Reading Time: 4 mins read
0
karnataka Assembly Election:কর্ণাটকত কিহৰ ইংগিত ?
2
SHARES
22
VIEWS
ShareShareShareShare

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

karnataka Assembly Election:

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Anand Mishra:ৰাজ অভিষেক আনন্দ মিশ্ৰৰ !

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

উচ্চস্তৰীয় প্ৰচাৰ অভিযান আৰু বিজেপি-কংগ্ৰেছৰ মুখামুখি যুঁজৰ অন্তত ঘোষিত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক মহলত বিভিন্ন চৰ্চাৰ উন্মেষ ঘটিছে। এই নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ সমানেই কংগ্ৰেছৰ বিজয়কো বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ আখ্যা দিয়া হৈছে। তাৰ লগতে জয়-পৰাজয়ৰ কাৰণসমূহো বিশ্লেষণ কৰা হৈছে।

এই ফলাফলে সঁচাকৈয়ে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কোনো ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব নেকি তাক লৈও জল্পনা-কল্পনা চলিছে। দেশৰ আগন্তুক ৰাজনৈতিক গতিবিধিৰ আভাস দিব বুলিয়ে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ আছিল।

সন্দেহ নাই যে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে শাসকীয় বিজেপিৰ প্ৰতি একাধিক প্রত্যাহান কঢ়িয়াই আনিছে। কর্ণাটকক দাক্ষিণাত্যৰ দুৱাৰমুখৰূপে গণ্য কৰা হয়। ২০০৮ত প্ৰথমবাৰলৈ কৰ্ণাটকত চৰকাৰ গঠন কৰি বিজেপিয়ে দক্ষিণ ভাৰতত খোপনি পুতিবলৈ সক্ষম হৈছিল।

ইয়াৰ জৰিয়তে বিজেপিয়ে সমগ্র অঞ্চলটোত খোপনি দৃঢ় কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে যদিও সাফল্য লাভ কৰা নাই। এই কথা স্পষ্ট যে প্রধানমন্ত্রীকে ধৰি বিজেপিৰ কেন্দ্রীয় নেতাসকলে এতিয়াও দোভাষী অথবা অনুবাদকৰ জৰিয়তেহে দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ জনতাৰ স’তে সম্পৰ্ক স্থাপন কৰিবলগীয়া হয়। আনহাতে, কর্ণাটকত বি এছ য়েডুৰাপ্পাৰ দৰে দলৰ শক্তিশালী নেতাৰ অন্যান্য ৰাজ্যকেইখনত অভাৱ।

তদুপৰি এই অঞ্চলটোত হিন্দুত্বৰ ৰাজনীতিও উত্তৰ ভাৰতৰ দৰে শক্তিশালী নহয়। ৰাষ্ট্ৰীয় দলৰ পৰিবৰ্তে বিভিন্ন আঞ্চলিক দলে এই ৰাজ্যকেইখনত আধিপত্য বিস্তাৰ কৰি আহিছে। ফলস্বৰূপে কৰ্ণাটক দুৱাৰমুখ হোৱা সত্ত্বেও সেই দুৱাৰ খুলি অন্যান্য ৰাজ্যসমূহলৈ বিজেপি অগ্ৰসৰ হ’ব নোৱাৰিলে। এনে পৰিপ্ৰেক্ষিতত কৰ্ণাটকত সম্মুখীন হোৱা শোচনীয় পৰাজয়ে সমগ্র দাক্ষিণাত্যক বিজেপি শুনা কৰিলে। কেৰালা আৰু তামিলনাডুৰ দৰেই অন্ধ্রপ্রদেশ তথা তেলেংগানাত আঞ্চলিক দলেই শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ ক্ষমতাধিষ্ঠিত হৈ আছে।

ইয়াৰ এখনো ৰাজ্যত বিজেপিয়ে শাসক দলৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই। গতিকে একেৰাহে দুটাকৈ কাৰ্যকাল কেন্দ্ৰত ক্ষমতা দখল কৰিলেও দেশৰ এক বৃহৎ অংশত বিজেপি প্রায় অস্তিত্বহীন হৈ পৰিছে। ইয়াৰ ফলশ্রুতিত আগন্তুক দিনত বিজেপিৰ যাত্ৰা যে অধিক কঠিন হৈ পৰিব, তাত সন্দেহ নাই। উত্তৰ ভাৰতৰ গো বলয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰে অন্যান্য ৰাজ্যসমূহৰ পৰা শাসক দলটো ক্রমশঃ বিতাৰিত হ’বলগীয়া হোৱাটো লক্ষ্যণীয়।

সম্প্রতি কংগ্ৰেছ তথা কংগ্ৰেছ সমর্থিত দল সাতখন ৰাজ্যৰ শাসনত অধিষ্ঠিত হৈ আছে। বিজেপিবিৰোধী আঞ্চলিক দলৰ হাতত আছে আঠখন ৰাজ্য। ইয়াৰ বিপৰীতে নখন ৰাজ্যত বিজেপি এককভাবে ক্ষমতাসীন হৈ আছে। তদুপৰি বিজেপিৰ সহযোগী দল আছে ছখন ৰাজ্যৰ ক্ষমতাত।

গতিকে দেশৰ ২৮ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অর্ধেকত বিজেপি আৰু সহযোগী দল শাসনত থকাৰ বিপৰীতে সমসংখ্যকত বিজেপি বিৰোধী দল ক্ষমতাধিষ্ঠিত হৈ আছে; অথচ যোৱা বছৰৰ শেষলৈকে প্ৰায় প্ৰতিখন ৰাজ্যৰ বিধানসভা নির্বাচনতে বিজেপিয়ে জয় সাব্যস্ত কৰি আহিছিল। আনকি কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলৰ চৰকাৰ ভাঙি হ’লেও বিজেপিয়ে নিজৰ চৰকাৰ গঠন কৰিছিল। ফলত দেশৰ কোনো ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থাকিব নে তাক লৈও প্রশ্ন উত্থাপিত হৈছিল।

আনহাতে, কর্ণাটকত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে স্থানীয় নেতাৰ পৰিৱর্তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকেই দলৰ চেহেৰাৰূপে সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। প্ৰাৰ্থী বাছনিৰ পৰা আৰম্ভ কৰি প্ৰচাৰ অভিযান পৰিচালনালৈকে প্ৰতিটো ক্ষেত্ৰতে কেন্দ্রীয় নেতৃত্বই দায়িত্ব লৈছিল। নির্বাচনত প্রধানমন্ত্রী মোদীয়ে ব্যাপক হাৰত প্ৰচাৰ চলায়।

ভোটৰ পূৰ্বৰ দুসপ্তাহত মোদীয়ে অকলেই ১৯ খন জনসভাত ভাষণ দিয়াৰ লগতে কমেও আধাডজন ৰোড শ্ব’ কৰে। ইয়াৰে বাংগালুৰুৰ এটি ৰোড শ্ব’ আছিল ২৬ কিলোমিটাৰ দৈৰ্ঘাৰ। অকল এয়ে নহয়, যোৱা ছমাহত প্রধানমন্ত্ৰীয়ে চৰকাৰী তথা দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ১১ বাৰ কৰ্ণাটক ভ্ৰমণ কৰে আৰু ৪৬ খন জনসভাত ভাষণ দিয়ে বুলি প্ৰকাশ পাইছে।

এইদৰেই কৰ্ণাটক পুনৰ দখলৰ লক্ষ্যৰে প্ৰধানমন্ত্রী মোদীয়ে সর্বস্ব উজাৰি দিয়ে। ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে তেওঁ কোনো চেষ্টা এৰি দিয়া নাছিল। প্রধানমন্ত্ৰীৰ দৰে দেশৰ সৰ্বোচ্চ আসনখনৰ মৰ্যাদা হেয় কৰিব পৰা বিষয়ো আনকি তেওঁ নির্বাচনী ভাষণত টানি আনিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

এনে আগ্রাসী প্ৰচাৰ আৰু আক্ৰমণাত্মক অভিযানৰ পাছতো বিজেপিয়ে মুখ থেকেচা খোৱাত ই প্রধানমন্ত্রী মোদীৰ ভাৱমূৰ্তিত আঘাত হানিলে বুলি চৰ্চিত হৈছে। ইয়াৰ লগে লগে মোদীৰ পূৰ্বৰ ভোট আকৰ্ষণৰ চমক হ্ৰাস পাইছে নেকি বুলিও প্রশ্ন উত্থাপিত হোৱাটো কেবল তেওঁৰ বাবেই নহয়, আগন্তুক সময়ত বিজেপিৰ বাবেও উদ্বেগজনক বিবেচিত হ’ব পাৰে।

কর্ণাটকৰ নির্বাচনী ফলাফলে আন এক গুৰুত্বপূর্ণ দিশ দেশবাসীৰ সন্মুখত তুলি ধৰিলে। বিভিন্ন দুৰ্নীতিৰ অভিযোগত লুতুৰি-পুতুৰি হোৱা বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি, নিবনুৱাৰ সংস্থাপনকে ধৰি ৰাজ্যবাসীয়ে সম্মুখীন হোৱা সমস্যাসমূহৰ মোকাবিলাৰ বাবে কোনো প্রচেষ্টা চলোৱা নাছিল। সেইবাবেই এইবাৰৰ নিৰ্বাচনত বিজেপিৰ হাতত ভোটাৰ ৰাইজৰ ওচৰলৈ যোৱাৰ একমাত্ৰ বিষয় আছিল হিন্দুত্বৰ ৰাজনীতি। মুছলমানক লক্ষ্য কৰি এক বিদ্বেষৰ বাতাবৰণ সৃষ্টিৰ জৰিয়তে ভোট লাভৰ পৰিকল্পনাৰে এটাৰ পাছত আনটো বিতর্কিত বিষয় উত্থাপন কৰা হৈছিল।

ৰাজ্যবাসীৰ মৌলিক সমস্যাসমূহৰ পরিবর্তে হিজাব-টিপু চুলতান-মুছলমানৰ সংৰক্ষণ আৰু আনকি ‘দ্য কেৰালা ষ্ট’ৰী আদিয়ে প্রধানমন্ত্রী প্ৰমুখ্যে বিজেপি নেতাসকলৰ নির্বাচনী প্ৰচাৰৰ মূল বিষয় আছিল। শিক্ষানুষ্ঠানত হিজাব পৰিধান নিষিদ্ধকরণ, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজত প্রাণ দিয়া মহীশূৰৰ ৰজা টিপু চুলতানৰ ধৰ্মীয় পৰিচয়, অন্যান্য পিছপৰা শ্ৰেণীৰ মুছলমানৰ বাবে থকা সংৰক্ষণ বাতিল কৰি সেয়া আন জনগোষ্ঠীৰ বাবে ধাৰ্য কৰা আদিৰ লগতে ‘লাভ জেহাদ’ৰ জৰিয়তে হিন্দু যুৱতীক বিয়া কৰাই নির্যাতন চলোৱাৰ লগতে সন্ত্রাসবাদী কার্যকলাপত জড়িত কৰাৰ কাহিনীক লৈ নির্মিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ দৰেই অন্যান্য ৰাজ্যতো হিন্দু যুৱতীক লক্ষ্য কৰি লোৱা হ’ব বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছিল;

কিন্তু কৰ্ণাটক ৰাজ্যবাসীয়ে এনেবোৰ বিষয়ৰ পৰিৱৰ্তে সকাহ বিচাৰিছিল আকাশলংখী মূল্যবৃদ্ধি, সংস্থাপন তথা দৈনন্দিন সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা। ঠিকা আবণ্টনৰ পৰা নিযুক্তি বদলিকে ধৰি প্ৰতিটো ক্ষেত্ৰতে বিজেপি চৰকাৰৰ ভয়াবহ দুর্নীতিয়ে ৰাজ্যবাসীক অতিষ্ঠ কৰি তুলিছিল। আনকি কমিছন সংগ্ৰহৰ দৌৰাত্মাৰ বাবে চৰকাৰখনক ৪০ পাচেণ্ট চৰকাৰ’ আখ্যা দিয়া হৈছিল। কিন্তু এই সকলোবোৰত বিজেপি আছিল নীৰৱ। নির্বাচনত তাৰেই উচিত মূল্য ভৰিব লগা হ’ল বিজেপিয়ে। সেয়েহে কেৱল মেৰুকৰণ অথবা বিদ্বেষন

ৰাজনীতিৰে যে ভোট জয় কৰাটো প্ৰতিবাৰেই সম্ভৱ নহ’ব পাৰে, সেয়া কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলেই স্পষ্ট কৰি দিলে। এই ফলাফল কংগ্ৰেছৰ বাবে অধিক তাৎপর্যপূর্ণ; কিয়নো দীৰ্ঘদিনৰ অন্তত এই দলে কোনো এখন বৃহৎ আৰু গুৰুত্বপূৰ্ণ ৰাজ্যত সম্পূর্ণ নিজাববীয়াকৈ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ল। নিৰাশাত ভুগি থকা কংগ্ৰেছলৈ যে এই জয়ে সঞ্জীৱনী কঢ়িয়াই আনিলে তাত সন্দেহ নাই। দৰাচলতে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰাই ৰাজ্যখনত কংগ্ৰেছৰ নিৰ্বাচন জয়ৰ ভেটি স্থাপন কৰিছিল।

বিজেপিৰো একাংশ প্রভাবশালী নেতাই মস্তব্য কৰিছে যে তিনিমাহমান পূৰ্বৰে পৰা কংগ্ৰেছৰ জয়ৰ আভাস পোৱা গৈছিল। এই যাত্ৰাত কংগ্ৰেছ নেতাজনে ৰাজ্যখনত যথেষ্ট সময় অতিবাহিত কৰিছিল আৰু দলৰ সপক্ষে এক পৰিবেশ সৃষ্টিত সফল হৈছিল। পৰৱৰ্তী সময়ছোৱাত তাৰে আঁত ধৰি দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে তথ্য ৰাজ্যিক নেতৃত্বই ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত নামি পৰাটো এই জয়ৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে।

লগতে বিজেপি চৰকাৰৰ দুৰ্নীতি তথা অপশাসনৰ বিষয়সমূহ জনতাৰ সন্মুখত উদঙাই দি সেইবোৰৰ মোকাবিলাৰ প্ৰতিশ্ৰুতি বিশ্বাসযোগ্যভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কংগ্ৰেছে দিয়া ‘গ্যাৰান্টি সমূহে দললৈ অধিক সুফল কঢ়িয়াই অনাটো নির্বাচনী ফলাফলে স্পষ্ট কৰি তুলিলে। লগতে ভাৰত জোড়ো যাত্ৰা’ই সৃষ্টি কৰা ৰাহুল গান্ধীৰ পৃথক ভাৱমূৰ্তিক কর্ণাটকৰ বিজয়ে যে অধিক উজ্জ্বল কৰিব তাত সন্দেহ নাই।

কৰ্ণাটকৰ ফলাফলে ইতিমধ্যে উকমুকনিৰ সৃষ্টি কৰা ২০২৪ৰ সাধাৰণ নিৰ্বাচনলৈ উত্তাপ বৃদ্ধি কৰিলে। বিজেপিৰ সন্মুখত শক্তিশালী প্রত্যাহ্বান দাঙি ধৰাৰ উদ্দেশ্যে বিৰোধী ঐক্য গঠনৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দলৰ নেতা নীতিশ কুমাৰে বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ স’তে এই সম্পৰ্কত প্ৰাৰম্ভিক আলোচনা কৰিছে। শক্তিশালী বিজেপিক ভেটা দিবলৈ আনকি সমগ্ৰ দেশত বিৰোধীৰ মাত্ৰ এজনকৈ প্ৰাৰ্থী অৱতীৰ্ণ কৰোৱাৰ প্ৰস্তাৱক লৈও চর্চা চলাই থকা হৈছে।

অৱশ্যে প্ৰধানমন্ত্রী মোদীৰ বিপৰীতে বিৰোধীৰ চেহেৰা কোন হ’ব তাক লৈ প্ৰশ্ন হৈয়ে গৈছে। তৃণমূল কংগ্ৰেছ, সমাজবাদী পার্টি, ভাৰত ৰাষ্ট্র সমিতি, বহুজন সমাজ পার্টি আদিয়ে বিৰোধী ঐক্যৰ নেতৃত্ব কংগ্রেছক গতাই দিবলৈ ইচ্ছুক নহয় বুলি ইতিমধ্যে ইংগিত দিছে।

সেয়েহে নেতৃত্বৰ বিষয়টোক লৈ বিশেষ চর্চা আগবঢ়োৱাৰ পৰিবর্তে নীতিশ কুমাৰে প্ৰথমতে ঐক্য স্থাপনতহে গুৰুত্ব আৰোপ কৰিছে। এনে পৰিপ্ৰেক্ষিততে কর্ণাটকৰ নিৰ্বাচনী ফলাফলে বিৰোধী “ঐক্যত কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। কিয়নো দীর্ঘ বিৰতিৰ অন্তত কোনো এখন বৃহৎ বাজাত বিজেপিক এনেদৰে পর্যুদস্ত কৰিবলৈ বিৰোধী দল সক্ষম হ’ল।

অৱশ্যে ইতিমধ্যে কে’বাখনো ৰাজ্যত একাধিক বিৰোধী দলে মিত্ৰতাত আবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ক্ষমতাত অধিষ্ঠিত হৈছে। ইয়াৰে বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, জনতা দল আৰু কংগ্ৰেছে মহাজোঁট ৰূপে ঐক্যবদ্ধ হৈছে। তেনেদৰেই ঝাৰখণ্ডত জেএমএম আৰু আৰজেডিবে ঐক্যবদ্ধভাৱে চৰকাৰ চলাইছে কংগ্ৰেছে। তদুপৰি যোৱা বছৰ শিৱসেনাৰ বিভাজনৰ আগলৈ মহাৰাষ্ট্ৰত কংগ্ৰেছ, শিৱসেনা আৰু এনটিপিয়ে মহা বিকাশ আঘাড়ী গঠন কৰি ক্ষমতাধিষ্ঠিত হৈ আছিল। যিবোৰ ৰাজ্যত শক্তিশালী আঞ্চলিক দল নাই, সেইবোৰত বিজেপি-কংগ্ৰেছ মুখামুখি যুঁজত অৱতীর্ণ হৈ আহিছে।

কর্ণাটক জয়ৰ পূৰ্বৰে পৰাই যে কংগ্ৰেছ বিৰোধী আঞ্চলিক দলসমূহৰ তুলনাত বৃহৎ দল তাৰ ব্যাখ্যা নিষ্প্রয়োজন। গতিকে এই জয়ৰ পাছত কংগ্ৰেছ আৰু অধিক শক্তিশালী হৈ পৰিল। ফলস্বৰূপে সমগ্ৰ ভাৰতজুৰি কম-বেছি পৰিমাণে ভেটি থকা হেতুকে এই জয়ে বিৰোধী ঐক্যত কংগ্ৰেছৰ দাবী যে বৃদ্ধি কৰিব তাত সন্দেহ নাই।

এতিয়া সর্বাধিক চর্চিত বিষয়টো হৈছে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ওপৰত কৰ্ণাটকৰ ফলাফলৰ কি প্রভাৱ পৰিব পাৰে? এই কথা ঠিক যে এখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে দেশৰ সাধাৰণ নিৰ্বাচনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি একাষাৰতে ক’ব নোৱাৰি। লোকসভা নিৰ্বাচনৰ পূর্বে আন কে’বাখনো গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

সেইসমূহৰ ভিতৰত কংগ্ৰেছৰ দখলত থকা ৰাজস্থান, চণ্ডিছগড় আৰু ঝাৰখণ্ডৰ বিপৰীতে বিজেপিৰ দখলত থকা মধ্যপ্রদেশ উল্লেখযোগ্য। তাৰ উপৰি ওড়িছা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশতো এই সময়ছোৱাতে নির্বাচন অনুষ্ঠিত হ’ব। ৰাজস্থানত যিদৰে আভ্যন্তৰীণ কন্দলৰ বাবে কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেনেদৰেই দীৰ্ঘকাল ধৰি ক্ষমতাত থকা মধ্য প্রদেশক লৈ বিজেপিও আশ্বস্ত হ’ব পৰা নাই।

তদুপৰি শেহতীয়া সময়ছোৱাত দেখা গৈছে যে ভোটাৰে বহু ৰাজ্যৰ বিধানসভা আৰু লোকসভাৰ বাবে পৃথক পৃথক দলক ভোটদান কৰি আহিছে। আনকি ৰাজস্থানতে চৰকাৰ গঠনৰ কিছুদিন পাছতে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। কর্ণাটকতো কংগ্ৰেছ একেই পৰিস্থিতির সম্মুখীন হৈছিল। দিল্লীৰ বিধানসভা নিৰ্বাচনত একেৰাহে দুবাৰকৈ বিপুল জয় সাব্যস্ত কৰিলেও এখনো লোকসভাৰ আসন দখল
কৰিবলৈ আম আদমী পার্টি সক্ষম হোৱা নাই।

সেয়েহে লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ ফলাফলে কিছু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিব যদিও সি দিল্লীৰ ৰাস্তা নির্ধাৰণ কৰিব বুলি নিশ্চিত হ’ব নোৱাৰি। অৱশ্যে ৰাইজৰ মূল সমস্যাসমূহক ইছ্যুৰূপে লৈ সৰ্বশক্তি প্ৰয়োগৰ পাছতো যে বিজেপিক পৰাভূত কৰিব পাৰি, সেয়া কৰ্ণাটকৰ নির্বাচনে স্পষ্ট কৰি দিলে। শক্তিশালী বিজেপিৰ দপদপনিৰ সন্মুখত নিৰাশাত ভোগা বিৰোধীৰ বাবে এয়াই সাহসৰ বতৰা ।

ফোন:৯৪৩৫০-১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: karnataka Assembly Electionpranjal sen dekaResults
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d