Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

    বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

    নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 

    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

MCD : বুথ ৰিটাৰ্ণ সমীক্ষাত পৌৰ নিৰ্বাচনত কেজৰিৱালৰ জয়ৰ ইংগিত

publisher by publisher
December 5, 2022
in India, News
Reading Time: 3 mins read
0
MCD : বুথ ৰিটাৰ্ণ সমীক্ষাত পৌৰ নিৰ্বাচনত কেজৰিৱালৰ জয়ৰ ইংগিত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

MCD :

প্রায় ২৫ বছৰ পূৰ্বে দিল্লী চৰকাৰ অনিয়ন্ত্ৰিত হৈ পৰিছিল । বুথ ৰিটাৰ্ণ সমীক্ষা অনুযায়ী, ১৫ বছৰ পাছত দিল্লীয়ে পৌৰসভাতো ক্ষমতা হেৰুৱাইছে বুলি কয় বিজেপি-য়ে । দিল্লীত অৰবিন্দ কেজৰিৱালৰ আম আদমি পার্টিয়ে (আপ) সংখ্যাগৰিষ্ঠতা পাব পাৰে বুলি একাধিক বুথ ৰিটাৰ্ণ সমীক্ষাৰ পূর্বাভাস ।

২৫০খন আসনৰ দিল্লী পৌৰসভাত সংখ্যাগৰিষ্ঠতা পাবলৈ ১২৬খন আসনৰ প্রয়োজন । ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াৰ বুথ ৰিটাৰ্ণ সমীক্ষাৰ পূর্বাভাস, আপ ১৪৯-১৭১, বিজেপি ৬৯-৯১, কংগ্রেছ তিনি-সাত আৰু নির্দলীয় আৰু অন্যান্য পাঁচ-নখন আসন পোৱাৰ সম্ভাৱনা আছে ।

ADVERTISEMENT

ইটিজি-টিএনএন-ৰ সমীক্ষা অনুযায়ী আপ ১৪৬-১৫৬, বিজেপি ৮৪-৯৪, কংগ্রেছ ছয়-১০ আৰু নির্দলীয় আৰু অন্যান্য শূন্য-চাৰিখন আসনত জয়ী হোৱাৰ সম্ভাৱনা ।

জন কি বাত-ৰ জনমত সমীক্ষা অনুযায়ী আপ ১৫৯-১৭৫, বিজেপি ৭০-৯২ আৰু কংগ্রেছ চাৰি-সাতখন ৱার্ডত আসনত জয়ী হোৱাৰ সম্ভাৱনা ।

যদিও বুথ ৰিটাৰ্ণ সমীক্ষাৰ ফলাফল সকলো সময়তে যে মিলে, তেনে নহয় । কিন্তু জনমত পৰীক্ষাৰ বৈজ্ঞানিক ভিত্তি থকাত, এই সমীক্ষাক অস্বীকাৰ কৰিবও নোৱাৰি বুলি ৰাজনৈতিক পর্যবেক্ষকসকলৰ একাংশ‌ই ধাৰণা কৰে ।

বিগত ফেব্রুৱাৰীত পঞ্জাৱত চৰকাৰ গঠনৰ পাছতেই বিজেপিৰ পৰা দিল্লীৰ তিনিটা পৌৰসভা কাঢ়ি লোৱাৰ প্রস্তুতি আৰম্ভ কৰিছিল কেজৰিৱালৰ দলে ।

আপৰ সেই আশাত চেঁচা পানী ঢালিবলৈয়ে নৰেন্দ্র মোদী চৰকাৰে মার্চত দিল্লীৰ তিনিটা পৌৰসভাক পুনৰ একলগ কৰি এটা পৌৰসভা গঠনৰ সিদ্ধান্ত লৈছিল বুলি ৰাজনৈতিক পর্যবেক্ষকসকলৰ একাংশৰ মত ।

এইবাৰৰ পৌৰ নিৰ্বাচনত কার্যত নৰেন্দ্র মোদী-অমিত শ্বাহৰ ‘ডাবল ইঞ্জিন চৰকাৰৰ’ শ্ল’গান ধাৰ কৰি দিল্লীৰ উন্নয়নৰ বাবে বিধানসভা আৰু পৌৰসভাত এটা দলকে ৰখাৰ আবেদন কৰিছিল কেজৰিৱালে । বিগত সাত বছৰে তেওঁলোকে চৰকাৰৰ আমোলত দিল্লীৰ স্বাস্থ্য আৰু শিক্ষাত যেশি আমূল পৰিৱর্তন ঘটিছে, তাৰ উদাহৰণ দাঙি ধৰাৰ লগতে, বিজেপি পৰিচালিত পৌৰনিগমৰ ‘জঞ্জাল চাফাইত ব্যর্থতা’ৰ কথা দাঙি ধৰিছিল তেওঁ ।

আনহাতে, বিজেপিৰ তৰফৰ পৰা কেজৰিৱাল চৰকাৰৰ দুর্নীতি আৰু কাৰাবন্দী মন্ত্রী সত্যেন্দ্র জৈনৰ বিৰুদ্ধে বে -আইনি সুবিধা পোৱাৰ অভিযোগ উত্থাপন কৰি প্রচাৰ চলোৱা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIExit PollMajarity Party AapMcd ElectionSecond largest Party
publisher

publisher

Related Posts

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল
Assam

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

October 23, 2026
নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 
India

নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 

October 23, 2026
ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d