Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ গুলীচালনা

    জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ

    ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট

    Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

     Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী

    Indo-Pak War:১৫খন চহৰক কৰিছিল টার্গেট পাক সেনাই

    Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

গুৱাহাটীত পোষ্টাৰ ৰিলিজ অনুষ্ঠান

publisher by publisher
May 23, 2023
in India, Assam, Entertainment, News
Reading Time: 2 mins read
0
5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

kalchakra Purnanga Panjika Release:গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন পূৰ্ণাংগ কালচক্ৰ পঞ্জিকা

Guwahati Press Club is concerned about the harassment of journalists:সাংবাদিক নিগ্ৰহৰ ঘটনাত উদ্বিগ্ন গুৱাহাটী প্ৰেছ ক্লাব

Free health check-up camp at Guwahati Press Club:কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অৱএলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

5th Chitra Bharati Film Festival:

দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ চুটি ছবি আৰু তথ্যচিত্ৰৰ প্ৰতিযোগিতা আৰু মহোৎসৱ ‘চিত্ৰভাৰতী চলচ্ছিত্ৰ মহোৎসৱ’ৰ পঞ্চম সংস্কৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ এই প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটি অনুষ্ঠানত মহোৎসৱৰ পোষ্টাৰ মুকলি কৰা হয় ৷
এই অনুষ্ঠানত অংশগ্ৰহন কৰে নৰ্থ ইষ্ট ফিল্ম এণ্ড টিভি টেকনিচিয়ানছ এচচিয়েনছৰ সভাপতি চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱা, অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰা আৰু তৰুণ প্ৰজন্মৰ অভিনেত্ৰী ডাঃ বেজবৰুৱা টু খ্যাত কিংকিনী ভট্টাচাৰ্যই ৷ চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই অনুষ্ঠানটি পৰিচালনা কৰে আৰু সাংবাদিকসকলক চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ কথা বাখ্যা কৰে ৷
‘এটা নিৰ্দিষ্ট আদৰ্শ আৰু উদ্দেশ্য আগত ৰাখি আয়োজন কৰা, তথ্যচিত্ৰ আৰু চুটি ছবিৰ এই বিশাল আয়োজনত অসমৰ অংশগ্ৰহন খুব কম ৷ অসমৰ অধিক সংখ্যক চিত্ৰনিৰ্মাতাই এই মহোৎসৱত অংশগ্ৰহন কৰি নিজৰ কাম বৃহৎ সংখ্যক দৰ্শকৰসন্মুখত প্ৰদৰ্শন কৰা এই সুবিধাটো লোৱা প্ৰয়োজন’- শ্ৰীদত্তই কয় ৷
তথ্য আৰু মনোৰঞ্জনক জনসাধাৰণৰ মাজলৈ নিয়াৰ অন্যতম শক্তিশালী মাধ্যম হৈছে চলচ্চিত্ৰ ৷ ভাৰতৰ উত্থানৰ প্ৰক্ৰিয়াত সকলো ধৰণৰ ছবিৰ ইতিবাচক সম্ভাৱনাৰ কথা উপলব্ধি কৰি একে ভাবধাৰাৰ কেইগৰাকীমান চিত্ৰপ্ৰেমী লগ হৈ ইতিবাচক আৰু গঠনমূলক বাৰ্তাৰ ছবিৰ প্ৰচাৰৰ সিদ্ধান্ত লয় ৷ ভাৰতীয় মূল্যবোধ আৰু দৰ্শনক প্ৰচাৰ কৰা ছবিক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০১৬ চনত ভাৰতীয় চিত্ৰ সাধনাৰ জন্ম হৈছিল ৷
ভাৰতৰ বেছিভাগ ৰাজ্যতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলৰ লগত জড়িত চলচ্চিত্ৰ সংগঠন আছে আৰু তেওঁলোকেও নিজাকৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে ৷ অসমৰ চলচ্চিত্ৰম্‌ সংগঠনটিও এনেদৰে চিত্ৰভাৰতীৰ সতে জড়িত ৷ প্ৰখ্যাত চলচ্চিত্ৰ শিল্পী আৰু নিৰ্মাতাৰ এটা দলে প্ৰতিযোগিতাত যোগদান কৰা ছবিবোৰৰ মাজৰ পৰা নিৰ্বাচন কৰা কিছু ছবি পুৰষ্কৃত ছবিৰ লগতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হয় ৷
চলচ্চিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন বিষয়ৰ ভালেমান মাষ্টাৰ ক্লাছ আৰু এইবোৰত শিক্ষাৰ্থীসকলে চলচ্ছিত্ৰ জগতৰ বিখ্যাত ব্যক্তিসকলৰ সৈতে অন্তৰংগভাবে মত বিনিময় কৰাৰ সুযোগ পায় ৷
অহা বছৰৰ ২৩, ২৪, ২৫ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ পঞ্চকুলাত চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰা হৈছে ৷ অহা ছেপ্টেম্বৰ মাহত  প্ৰতিযোগিতাৰ ছবি জমা দিব লাগিব ৷
চিত্ৰভাৰতী চলচ্চিত্ৰ প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাৰ মূল বিষয়বোৰ হ’ল নাৰী সৱলীকৰণ, নিয়োগ, সম্প্ৰীতি, পৰিবেশ, ভৱিষ্যতৰ ভাৰত, জনজাতীয় সমাজ,  গ্ৰামোন্নয়ন আৰু বসুধৈৱ কুটুম্বকম ৷ প্ৰতিযোগিতাত শিশু চলচ্চিত্ৰৰ এটি বিশেষ শাখা আছে৷ এই শাখাৰ ছবিৰ বিষয়সমূহ হ’ল – সাহসী শিশু, শিশু শিক্ষাৰ ক্ষেত্ৰত কৰা উদ্ভাৱনসমূহ আৰু নৈতিক শিক্ষা ৷
প্ৰতিযোগিতাৰ বিভিন্ন শাখা আৰু বঁটাসমূহ এনে ধৰণৰ- ক, চুটি ছবি, দৈৰ্ঘ্য সৰ্বাধিক ৩০ মিনিট, শ্ৰেষ্ঠ ছবি – প্ৰথম পুৰষ্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ পৰিচালক পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা, পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি – দ্বিতীয় পুৰষ্কাৰ পঞ্ছাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা ৷
খ, তথ্যচিত্ৰৰ সময় সৰ্বাধিক ৪৫ মিনিট, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ ছবি দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি তৃতীয় পুৰস্কাৰ- পঁচিশ হাজাৰ টকা ৷ গ, শিশুৰ ছবিৰ সৰ্বাধিক দৈৰ্ঘ ২০মিনিট ৷ শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰস্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা ৷
ঘ. কেম্পাছ ফিল্মৰ সৰ্বাধিক দৈৰ্ঘ ২০ মিনিট, এই শাখাত কেৱল চুটি ছবিহে গ্ৰহন কৰা হ’ব ৷ পুৰষ্কাৰ ক শাখা – চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান আৰু পেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক – পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷
খ শাখা – অপেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে- শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷ সকলো নগদ বঁটাৰ লগত ট্ৰফী আৰু চাৰ্টিফিকেট দিয়া হ’ব ৷ এই প্ৰতিযোগিতাৰ সবিশেষ চিত্ৰভাৰতী ডট ওআৰজি ৱেব চাইটত পোৱা যাব ৷
ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 5th Chitra Bharati Filam FestivalGuwahati Press ClubPoster Release Programme
publisher

publisher

Related Posts

জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ গুলীচালনা
India

জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ

May 8, 2025
ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট
India

ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট

May 8, 2025
Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
News

Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

May 8, 2025
 Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী
India

 Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী

May 8, 2025
Indo-Pak War:১৫খন চহৰক কৰিছিল টার্গেট পাক সেনাই
News

Indo-Pak War:১৫খন চহৰক কৰিছিল টার্গেট পাক সেনাই

May 8, 2025
Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে
News

Pm Modi:ইয়াতেই অন্ত নেপেলাব! মোদী চৰকাৰক ধন্যবাদ জনাই ক’লে হিমাংশীয়ে

May 8, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d