Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jonali Nath Murder Case:জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনা

আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ জোনালীৰ স্বামীৰ

publisher by publisher
June 14, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Jonali Nath Murder Case:জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনা
6
SHARES
56
VIEWS
ShareShareShareShare

Jonali Nath Murder Case:

ৰাজ্যৰ বহুচৰ্চিত গোৱালপাৰা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে জোনালী নাথৰ স্বামীয়ে গোচৰ ৰুজু কৰিছে চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে ৷

ADVERTISEMENT

উল্লেখ্য যে,জোনালী নাথৰ হত্যাকাণ্ডৰ পাছতে ঘটনাটোৰ তদন্তৰ বাবে নিয়োজিত হৈছিল চি আই ডি ৷কিন্ত ঘটনাটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিয়ে সোমবাৰে চি আই ডিৰ মহাপৰিদৰ্শক( আইজিপি) দেৱৰাজ উপাধ্যায়ে এক সংবাদমেলত সদৰি কৰি কৈছিল যে, অবৈধ প্ৰেমৰ বাবেই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল ৷

RelatedPosts

SIT in Singapore:ছিংগাপুৰ আৰক্ষী ফৰ্চৰে এছআইটিৰ বৈঠক সম্পন্ন

CID HQ:চিআইডি হেড কোৱাৰ্টাৰত NK প্রডাকশ্যনৰ মুৰব্বী দেব বৰকটকী

Munna Prasad Gupta:আজি ছিংগাপুৰলৈ ৰাওনা এছ আই টি মুৰব্বী

আই জি পি গৰাকীৰ মন্তব্যক পোনচাটেই নাকচ কৰে জোনালীৰ পৰিয়ালে ৷ জোনালীৰ স্বামীয়ে এইয়া কাণ্ডজ্ঞানহীন মন্তব্য বুলি উল্লেখ কৰে ৷ হত্যাকাণ্ড ঘটনাটোৰ গভীৰতালৈ নোযোৱাকৈয়ে আৰক্ষীয়ে পুনৰ হত্যা কৰিলে বুলি কটু সমালোচনা কৰে সচেতন মহলে ৷

আনহাতে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত তদন্ত ক্ষেত্ৰত চিআই ডি আজি পৰ্যন্ত কিয় নিৰৱ বুলিও কটাক্ষ কৰে বহুজনে ৷

ইপিনে জোনালী নাথৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কোনো উপযুক্ত প্ৰমাণ পোহৰলৈ ননাকৈয়ে  চৰিত্ৰ হনন দৰে অপৈণত মন্তব্যৰ বিৰুদ্ধে মাটিয়া আৰক্ষী থানাত গোচৰ তৰে জোনালীৰ স্বামী চন্দ্ৰ কুমাৰ নাথে ৷

জোনালীৰ পৰিয়ালটোৱে জোনালী নাথৰ চৰিত্ৰত তিলমানো সন্দেহৰ অৱকাশ নাই বুলি মন্তব্য কৰি আই জি পি গৰাকীৰ বক্তব্যই পৰিয়ালটোৰ মান সন্মান হানি কৰাৰ লগতে দুই জীয়ৰীৰ ভৱিষ্যত নষ্ট হ’ব বুলিও আশংকা কৰিছে ৷ এজাহাৰৰ যোগেদিয়েই পৰিয়াল আৰু ৰাইজৰ ওচৰত শীঘ্ৰেই আৰক্ষী বিষয়া দেৱৰাজ উপাধ্যায়ে ক্ষমা খোজাৰো দাবী জনাইছে জোনালী নাথৰ পৰিয়ালে ।

আনহাতে এনে বিতৰ্কৰ মাজতে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গোৱালপাৰাত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ বুজ লোৱাৰ কথা ৷

জোনালী নাথ হত্যাকাণ্ডৰ সম্পৰ্কত চি বি আই তদন্তৰ দাবী কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মৃতদেহ পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে ৷

পাছত আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি হত্যাৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰে হত্যাকাৰী হাছানুৰ ইছলামক ৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত হাছানুৰে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CID Inquiryfir FilesIgp Debraj UpadhyayJonali Nath Murder Case
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d