Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CBI interrogates Leena Doley : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত: এছ পি লীনা দলেক মাৰাথন জেৰা চি বি আইৰ

publisher by publisher
July 31, 2023
in India, Assam, News
Reading Time: 2 mins read
0
CBI interrogates Leena Doley : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত: এছ পি লীনা দলেক মাৰাথন জেৰা চি বি আইৰ
5
SHARES
50
VIEWS
ShareShareShareShare

CBI interrogates Leena Doley :

ADVERTISEMENT

বহুচৰ্চিত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমান হাইলাকান্দিৰ এছ পি হিচাপে কৰ্মৰত লীনা দলেক অৱশেষত আজি চি বি আই-এ চলায় মাৰাথন জেৰা।

RelatedPosts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

স্মতৰ্ৱ্য যে ১৬ মে’ৰ নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাত সংঘটিত হোৱা এক ৰহস্যজনক পথ দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক সাবটি লয়৷

তৰুণ আৰক্ষী বিষয়া গৰাকীৰ দুৰ্ঘটনাত মৃত্যুৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷ সকলোৱে দাবী তোলে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আইৰ তদন্ত হওক ৷

পহিলাতে চৰকাৰে দুৰ্ঘটনাটোৰ তদন্ত চি আইডিক দিছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ডি জি পিয়ে চিবিআইক দিয়াৰ সিদ্ধান্ত লয় ৷

তাৰ পাছতে চি বি আই-এ দুটাকৈ দলে সুকীয়া সুকীয়াকৈ অসমত উপস্থিত হৈ নগাঁৱৰ জখলাবন্ধা,জোনমণিৰ নগাঁৱৰ চৰকাৰী আবাসগৃহ সহ ভিন্ন স্থানত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ ডি আই জি লাভলী কাটাৰিয়াৰ নেতৃত্বত অহা দলে নগাওঁ আৰু লখিমপুৰ জিলা ভ্ৰমণ কৰি গোচৰটোৰ সৈতে জড়িত হৈ পৰা প্ৰায় ভিন্নজনক জেৰা কৰাৰ লগতে নকল সোণৰ কাৰবাৰীকো জেৰা কৰে ৷

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে’ত জখলাবন্ধা থানাত এক গোচৰ দাখিল কৰিছিল । য’ত আচামী হিচাপে নগাওঁ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম উল্লেখ কৰিছিল।

লীনা দলেই বিৰুদ্ধে জোনমণিৰ মাতৃয়ে উদ্থাপন কৰা অভিযোগ মতে,দুৰ্ঘটনা সংঘটিত দিনা পুৱতি নিশা লীনা দলেই নেতৃত্বত যোৱা এটা আৰক্ষী দলে জোনমণিৰ চৰকাৰী আবাসগৃহত উপস্থিত হৈ তালাচী চলাই নগদ একলাখ টকা সহ কেতবোৰ নথিপত্ৰ লৈ গৈছিল ৷

ইয়াৰ পাছতে জোনমণিৰ মাতৃ সহ বিভিন্ন দল-সংগঠনে তদন্তৰ আওতাত চিবিআই-এ লীনা দলেকো আনি জেৰা চলোৱাৰ দাবী উদ্থাপন কৰে ৷

বিগত এটা মাহ ধৰি জোনমণিৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত থকা চিবিআই-এ অৱশেষত সোমবাৰে গুৱাহাটীৰ এক অজ্ঞাত স্থানত লীনা দলেক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

জোনমণিৰ মাতৃয়ে জখলাবন্ধা আৰু নগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত এছ পি লীনা দলেক জেৰা চলোৱা বুলি এক সূত্ৰই জানিব দিয়ে যদিও জেৰাত কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থাটোৱে কি কি প্ৰশ্ন সুধিছে এই সন্দৰ্ভত জানিব পৰা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CBI interrogatesGuwahatijoonmoni Rabha Dead CaseLeena DoleySp Hailakandi
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d