Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Mla:গুৱাহাটীত নিজৰ ঘৰ থকাৰ পাছতো ভাড়াৰ নামত ৬০ হেজাৰকৈ আদায়

নীতি বচনত সিদ্ধহস্ত বিধায়কৰ লোভ, তালিকাত দল নির্বিশেষে ৪৫ বিধায়কৰ নাম কে'বাজনৰো ব্যক্তিগত গৃহ ৰাজধানী চৌহদৰ সমীপতে

publisher by publisher
August 4, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Assam Mla:গুৱাহাটীত নিজৰ ঘৰ থকাৰ পাছতো ভাড়াৰ নামত ৬০ হেজাৰকৈ আদায়
2
SHARES
22
VIEWS
ShareShareShareShare

Assam Mla:

ADVERTISEMENT

নীতি বচন আওৰোৱাত কম নহয় অসম বিধানসভাৰ অধিকাংশ সদস্যই; অথচ ব্যক্তিগত স্বার্থজড়িত বিষয়ত ধোঁৱাচাঙত তুলি থয় তেনে নীতি বচন। বিষয়টো শেহতীয়াকৈ উত্থাপিত হৈছে বিধানসভাৰ ৪৫ গৰাকী সদস্যই গুৱাহাটীত নিজৰ স্থায়ী ঠিকনা থাকা সত্ত্বেও ঘৰ ভাড়াৰ নামত প্ৰতিমাহে আদায় কৰি থকা লাখ লাখ টকাৰ প্ৰসংগত বিধানসভাৰ নতুন বিধায়ক আৱাস নিৰ্মাণৰ বাবে বিধানসভা সচিবালয়ে অসম আৰ্হিৰ চৰকাৰী আৱাসবোৰ ভাঙি পেলাইছে ।

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

ফলত ৪৫ গৰাকী বিধায়ক-বিধায়িকাক ভাড়াঘৰ বিচাৰি ল’বলৈ আহ্বান জনাই বিধানসভা সচিবালয়ে তাৰ ভাড়া বহন কৰিব বুলি কোৱা ভাড়াঘৰ লোৱা নাই । অৱশ্যে তেওঁলোকৰ গুৱাহাটীতো নিজা ঘৰ তথা স্থায়ী ঠিকনা আছে আৰু তাতেই তেওঁলোকে বাস কৰিছে ।

তাৰ পাছতো সেই সকল বিধায়কে মাহিলি আদায় লৈ আছে ঘৰ ভাড়াৰ ধন। বিধানসভা সচিবালয়ে ধাৰ্য কৰি দিয়া অনুসৰি প্ৰতিগৰাকী বিধায়ক- বিধায়িকাই ভাড়াৰ বাবদ প্ৰতিমাহে লাভ কৰি থকা ধনৰ পৰিমাণ হ’ল ৬০ হেজাৰ টকা।

বিধায়ক অথবা বিধায়িকা এগৰাকীৰ লগত নিৰাপত্তাৰ দিশটো জড়িত হৈ থাকে৷ তদুপৰি গুৱাহাটীতো তেওঁলোকক সমষ্টিৰ বহু মানুহে সাক্ষাৎ কৰিবলৈ আহে। আৱাসত তেওঁলোকক এটা কাৰ্যালয় কক্ষৰো প্ৰয়োজন হয়। ইয়াৰ লগতে স্বাচ্ছন্দ্যকভাৱে বাস কৰিব পৰা বিষয়টোও আছে ।

সেয়ে এই সকলোবোৰ মিলাই ঘৰ ভাড়াৰ পৰিমাণ ৬০ হেজাৰ টকা ধাৰ্য কৰা হয়। সাধাৰণ লোকৰ ভাড়াঘৰৰ ভাড়াৰ পৰিমাণতকৈ এয়া কে’বাগুণো বেছি। অসম বিধানসভাত এনে কেবাজনো জনপ্রতিনিধি আছে যিয়ে চৰকাৰী আৱাস কোনোদিনে ব্যৱহাৰ নকৰে ।

নিজৰ ঘৰৰ পৰাই গুৱাহাটীত থকা দিনকেইটাত প্রয়োজনীয় কাম-কাজবোৰ কৰে। আনকি বিধানসভাৰ অধিবেশন চলা দিনকেইটাতো ঘৰৰ পৰাই অহা-যোৱা কৰে। নতুন গৃহ নিৰ্মাণৰ বাবে তাৰে কে’বাজনৰো নামত আৱণ্টিত চৰকাৰী আৱাস ভাঙি পেলোৱা হৈছে। তাৰ পাছতো সেইসকলে ভাড়াৰ ধন আদায়ত কার্পণ্য কৰা নাই। মুঠ ওপৰত ৰাজহুৱা ধনৰ শৰাধ অথবা ক্ষমতাৰে উপভোগত কোনো কম নহয় ।

শাসক-বিৰোধীৰ প্ৰতিটো দলৰ বিধায়কৰ নাম এই তালিকাত আছে। সেইসকলৰ ভিতৰত আছে – বিধায়ক অতুল বৰা, অখিল গগৈ, অমিয় কুমাৰ ভূঞা, আফতাব উদ্দিন মোল্লা, আব্দুল বাতিন খণ্ডকাৰ, আশ্রাফুল হুছেইন, ভৰত চন্দ্ৰ নৰহ, দিগন্ত বৰ্মন, দৰছিং ৰংহাং, জিৰণ বসুমতাৰী, গণেশ লিম্বু, সুমন হৰিপ্ৰিয়া, ৰূপসিং টেৰণ, ৰামকৃষ্ণ ঘোষ, ৰেণুপমা ৰাজখোৱা, নন্দিতা দাস, মনোৰঞ্জন তালুকদাৰ, ফণীধৰ তালুকদাৰ, চক্ৰধৰ গগৈ, নিজানুৰ ৰহমান, নিজাম উদ্দিন চৌধুৰী, খলিলউদ্দিন মজুমদাৰ, জাকিৰ হুছেইন সিকদাৰ, মিছবাহুল ইছলাম লঙ্কৰ, পৃথ্বিৰাজ ৰাভা, ছামছুল হুদা, মজিবুৰ ৰহমান, উৎপল বৰা, আব্দুৰ ৰহিম আহমেদ, ভুবন গাম, নজৰুল হক, ৰেকিবুদ্দিন আহমেদ, ছুজাম উদ্দিন লস্কৰ, প্ৰদীপ সৰকাৰ, জাকিৰ হুছেইন লস্কৰ, অজয় কুমাৰ ৰায়, ড° আছিফ মহম্মদ নাজাৰ আৰু ৰঞ্জিত দত্ত।

উদাহৰণ স্বৰূপে দিছপুৰৰ বিধায়ক অতুল বৰাৰ মহানগৰীৰ হাতীগড়ৰ কাৰ্বি পথত নিজা ঘৰ। ৰাইজৰ দলৰ অখিল গগৈৰ ঘৰ চান্দমাৰিৰ নিজৰাপাৰত। কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহৰ বাসগৃহ বেলতলাৰ বশিষ্ঠপুৰৰ তিনি নম্বৰ উপ-পথত কংগ্ৰেছৰে দিগন্ত বৰ্মনৰ ঘৰ ৰুক্মিণী নগৰ পথত।

বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ ঘৰ বামুণীমৈদামৰ বৰ্ণাচল পথত। কংগ্ৰেছৰ নন্দিতা দাসৰ ঘৰ তেতেলিয়াৰ লাচিত বৰফুকন পথত। বিজেপিৰ ফণীধৰ তালুকদাৰৰ ঘৰ কইনাধৰাৰ উদয় নগৰত বিজেপিৰ ভুবন গামৰ ঘৰ গণেশগুৰিৰ অমৃতপুৰ পথত।

কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ঘৰ হাতীগাঁও সিজুবাৰীৰ ওমৰ মছজিদৰ সমীপত। অসম গণ পৰিষদৰ ৰেণুপমা ৰাজখোৱাৰ ঘৰ গণেশগুৰিস্থিত এপার্টমেন্ট চেঞ্চুৰী প্লাজাৰ দ্বিতীয় মহলাত ।

এআইইউডিএফৰ ছুজাম উদ্দিন লস্কৰৰ ঘৰ আছে বেলতলাৰ বিষ্ণু ৰাভা পথস্থিত ইউৰেকা আম্বিয়ানা নামৰ এপার্টমেণ্টত । প্রসংগক্রমে উল্লেখ্য যে প্ৰথমতে ভাড়াৰ পৰিমাণ ৭৫ হেজাৰ টকা ধাৰ্য কৰা হৈছিল। পাছত সেই পৰিমাণ ৬০ হেজাৰ টকালৈ হ্ৰাস কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Legislative AssemblyASSAM MLAHouse RentMla HostelRecovery
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d