Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sahid Kamala Saikia Memorial Celebration:আপকু-জাফাৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়া-প্ৰয়াত ভবেশ শইকীয়াৰ স্মৃতিচাৰণ সভা

publisher by publisher
August 9, 2023
in India, Assam, News
Reading Time: 1 min read
0
Sahid Kamala Saikia Memorial Celebration:আপকু-জাফাৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়া-প্ৰয়াত ভবেশ শইকীয়াৰ স্মৃতিচাৰণ সভা
1
SHARES
9
VIEWS
ShareShareShareShare

Sahid Kamala Saikia Memorial Celebration:

দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতি আৰু জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম (জাফা)ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ যৌথ উদ্যোগত অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যক মৃত্যু তিথি আৰু সদ্য প্ৰয়াত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

ADVERTISEMENT

kamala saikia 2এই উপলক্ষে ৰাতিপুৱা ১১ বজাত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভৱেশ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি
কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা অসম বিধান সভাৰ প্ৰেছ ৰিপোৰ্টাৰ্চ কমিটিৰ সভাপতি ভবেন দত্তই ।

RelatedPosts

100 days Achievement Of the Ministry Of AYUSH:গুৱাহাটীৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান (হোমিঅ’পেথি)ৰ উদ‍্যোগত ‘আয়ুস মন্ত্ৰালয়ৰ ১০০ দিনৰ কৃতিত্ব’ শীৰ্ষক সংবাদমেল

MP Abdul Khalleqs Press Conference:সাংসদ আব্দুল খালেকৰ সংবাদমেল

Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে

জাফাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰয়ে আঁতধৰা অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট সাংবাদিক আৰু সংবাদকৰ্মীয়ে উপস্থিত থাকি দুয়োগৰাকী সাংবাদিকক প্ৰদ্ধাৰে সোঁৱৰণ কৰে।

আজিৰ স্মৃতিচাৰণ অনুষ্ঠানটিত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ কেন্দ্ৰীয় সভাপতি চেমিম চুলতানা আহমেদে ভাষণত শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু প্ৰয়াত সাংবাদিক ভবেশ শইকীয়াক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সাংবাদিকসকলৰ একতাৰ ওপৰত বিশেষভাবে গুৰুত্বাৰোপ কৰে।

তেও সাংবাদিক সকলৰ সুৰক্ষা আৰু স্বাৰ্থত সকলো সাংবাদিকক ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায়। অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে ভাষণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু সংবাদপত্ৰৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ গুৰুত্বাৰোপ কৰে।

অনুষ্ঠানটিত আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই ভাষণত কয় নিহত সাংবাদিক সকলৰ পৰিয়ালসমূহে দুৰ্ভাগ্যজনকভাৱে এতিয়াও ন্যায় নাপালে।

গতিকে ৰাজ্য চৰকাৰে সাংবাদিক হত্যাৰ ক্ষেত্ৰত বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ সমূহ পুনৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। অনুষ্ঠানটিত সদৌ অসম ফটো সাংবাদিক সন্থাৰ কোষাধ্যক্ষ ধনীৰাম কলিতা, জাফাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি হাছানুল আহমেদ আৰু সম্পাদক নিৰেন চন্দ্র মালীয়ে আদিকে ধৰি আন বহু কেইগৰাকী সাংবাদিকে উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCUDispur Press ClubJAFASahid Kamala Saikia Memorial Meeting
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d