Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Student Murder:মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড

দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যা, অভিযুক্ত আটক

publisher by publisher
August 10, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Guwahati Student Murder:মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড
1
SHARES
14
VIEWS
ShareShareShareShare

Guwahati Student Murder:

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা অপৰাধমূলক ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহাগৰবাসীক। পুনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যাৰ দৰে চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ বেলতলাৰ বনগাঁৱৰ নীতেশ কুমাৰক তেওঁৰে পূৰ্বৰ চিনাকি তথা পদপথৰ দোকানী অভিষেক বৰুৱাই অপহৰণ কৰি হত্যাৰ অভিযোগ উদ্থাপনৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে অভিষেকক আটক কৰে ৷

RelatedPosts

Golokganj Murder Case:গোলকগঞ্জৰ হত্যাকাণ্ডত জড়িত তিনি নম্বৰ অভিযুক্তক আটক

Dhing Rape Case:ধিঙত স্প্ৰে গেঙৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

Liquor Mafia Rajesh Das Arrested by Bashist Police:অৰুণাচলৰ কুখ্যাত সুৰা-সম্রাট বশিষ্ঠ আৰক্ষীৰ জালত 

nitishঅভিষেকক আটক কৰাৰ পাছতে বহু ন ন তথ্য পোহৰলৈ আহিছে ৷ অনলাইন গেমৰ জৰিয়তে ২০১৯ চনতে হত্যাকাৰী অভিষেকৰ সৈতে চিনাকি হৈছিল৷তাৰ পাছৰে দুয়ো বন্ধু হৈ পৰে ৷ প্ৰায়ে দুয়ো ফুৰাচকা কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰা হত্যাকাৰী অভিষেকৰ আৰক্ষীৰ মাৰাথন জেৰাত সদৰি কৰা মতে, নিদেশ কুমাৰে তেওঁৰ পৰা ধাৰে লৈছিল প্ৰায় ২ লাখ ৭ হাজাৰ টকা ৷ কিন্ত বহুবাৰ ধন উভতাই বিচৰাৰ পিছতো ধন নেপায় এইদৰে হত্যা কৰা হয় বুলি কয় যদিও আৰক্ষী প্ৰতিয়ণ যাব পৰা নাই ৷

এজন ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰই ইমান বৃহৎ পৰিমানৰ ধন কিয় ধাৰে ল’ব ৷ আৰক্ষীক বিভ্ৰান্ত কৰিবৰ বাবে হত্যাকাৰী অভিষেকে কৌশলী স্থিতি লৈছে ৷

আনহাতে নিদেশ কুমাৰৰ পিতৃয়ে বশিষ্ট আৰক্ষী নিৱেশত দিয়া এজাহাৰত উল্লেখ কৰা মতে,তেওঁৰ পুত্ৰক স্কুললৈ থৈ অহাৰ অচিলাৰে নাৰেংগীত ফুটপাথত দোকান দিয়া বোন্দাৰ অভিষেকে মটৰ চাইকেলত উঠাই বুধবাৰে পুৱাতে ঘৰৰ পৰা লৈ গৈছিল ৷ কিন্ত তাৰ পাছত ফোনত মুক্তিপণ হিচাপে আলফাৰ নাম লৈ সাত লাখ টকা দাবী কৰা হৈছিল ৷

কিন্ত বুধবাৰে আবেলি বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৰহস্যজনকভাৱে উদ্ধাৰ হয় নিতেশৰ মৃতদেহ।

ইপিনে আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ ভিতৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হিচাপে বনকৰ্মী আৰু স্থানীয় লোকে কয়,দুজন যুৱকে হাতত দা লৈ প্ৰৱেশ কৰিছিল ৷ পাচতে এজন যুৱক পুনৰ দা লৈ  অভয়াৰণ্যৰ পৰা ওলাই আহিছিল ৷

হত্যাকাণ্ডৰ প্ৰকৃত তথ্য সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি এই জঘন্য হত্যাকাণ্ডৰে হাৰ্দিক এজন যুৱক জড়িত থকাৰ সম্বেদ লাভ কৰিছে আৰক্ষীয়ে ৷

আনহাতে হত্যাকাৰী অভিষেকৰ মাতৃয়ে মন্তব্য দি কয়,তেওঁ পুত্ৰ অভিষেকে যদি এই হত্যাকাণ্ড সংঘটিত তেকৰিছে তেন্তে তাক কঠোৰ শাস্তি দিয়া হওক ৷

লোমহৰ্ষক হত্যাকাণ্ডৰ মুল অভিযুক্ত অভিষেক বৰুৱাক বশিষ্ট আৰক্ষীয়ে আটক কৰি ইতিমধ্যে থানাত ৰখাৰ পাছত আজি দুপৰীয়া গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনাৰ বুজ লবলৈ থানাত উপস্থিত হয় ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মহানগৰত ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bashistha PoliceMahasri schoolMain Accused arrestedStudent Murder
publisher

publisher

Related Posts

পুনৰ কঁপি উঠিল পাকিস্তান!
News

পুনৰ কঁপি উঠিল পাকিস্তান!

May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 
India

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
News

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

May 12, 2025
Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d