Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ মাজতে ঘৰ খালী কৰাৰ নিৰ্দেশ

publisher by publisher
May 10, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ মাজতে ঘৰ খালী কৰাৰ নিৰ্দেশ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

তলাবন্ধৰ মাজতে আমচাং অভয়াৰণ্যৰ অন্তৰ্গত বনভূমি বেদখল কৰাসকলক ১৫ দিনৰ ভিতৰত বনাঞ্চলৰ মাটি এৰি আঁতৰি যাবলৈ মহানগৰীৰ আমচিং গাঁও পঞ্চায়তৰ অন্তৰ্গত জনশিমলু, গাৰোবস্তি, বড়োবস্তি আদিৰ বাসিন্দাসকলক নিৰ্দেশ দিছে বনবিভাগে । সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ স্বাৰ্থত দেশজুৰি অব্যাহত থকা তলাবন্ধৰ মাজতে এই নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰে দুমুখীয়া চৰিত্ৰ উদঙাই দিয়া বুলি গাৰোবস্তিৰ বাসিন্দাসকলে ক্ষোভ উজাৰিছে ।

ADVERTISEMENT

বন বিভাগে জাৰি কৰা এই নিৰ্দেশনা লাভৰ পাছতে মৃত্যুভয়ে খেদি ফুৰা বুলি উল্লেখ কৰি আমচাং গাঁও পঞ্চায়তৰ ন নম্বৰ ৱাৰ্ডৰ বাসিন্দা সুভদ্ৰা মাৰাকে কয় “তলাবন্ধ ঘোষণা কৰি সকলোকে ঘৰতে থাকিবলৈ দিছে ৷ তলাবন্ধত আমি ঘৰৰ পৰা ওলোৱা নাই। অথচ বনকৰ্মীয়ে শনিবাৰে আহি ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে ৷ যিটো পৰিয়ালত মানুহ পোৱা নাই তাত বেৰত জাননী আঠা লগোৱা হৈছে । বন বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ কাৰণে আমাক মৃত্যু ভয়ে খেদি ফুৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে নিৰ্ধাৰিত ১৫ দিনৰ ভিতৰত যদি ঘৰ খালী কৰা নহয় তেন্তে সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি জাননীত উল্লেখ কৰিছে বন বিভাগে ৷ তলাবন্ধৰ সময়ত যদি উচ্ছেদ কৰে তেন্তে ইয়াৰ বাসিন্দাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব। তেতিয়া সকলোৱে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈয়ে মৰিব লাগিব । গতিকে বনবিভাগে এই নিৰ্দেশনা জাৰি কৰিলেও কোনো কাৰণতে ঘৰ খালী কৰাৰ প্ৰশ্নই নুঠে । কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৰাতকৈ বনকৰ্মীৰ গুলীৰ দ্বাৰা তেওঁ মৰিবলৈ সাজু বুলি উল্লেখ কৰে ।

অনুৰূপ মন্তব্য গাৰোসকলৰ গাঁওবুঢ়া জুনু চাংমাৰ ৷ তেওঁ কয় “ওলাই গৈ কৰ’নাত মৰিবৰ ইচ্ছা নাই । ইয়াতে যুঁজ কৰি মৰিম । যাবলৈ দিলেও নাযাওঁ । কেতিয়াৰ পৰা ইয়াত বসবাস কৰি আছো নাজানোৱেই । ইপিনে আমচিং অভয়াৰণ্যৰ বনভূমিত নতুনকৈ বেদখল কৰা লোকৰ মাজতহে শনিবাৰে জাননী জাৰি কৰা বুলি উল্লেখ কৰে গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী জীতেন্দ্ৰ কুমাৰে ।

দৈনিক অগ্ৰদূতৰ আগত তেওঁ এই কথা সদৰী কৰি কয় “আমচিং অভয়াৰণ্যৰ বনভূমি যিসকল লোকে দখল কৰি আছে সেইসমূহ পৰিয়াল তথা প্ৰতিষ্ঠানৰ মাজত জাননী জাৰি কৰা হৈছে । পুৰণি বাসিন্দাৰ মাজত এনে জাননী জাৰি কৰা হোৱা নাই।” লগতে এই মুহুৰ্ততে উচ্ছেদ অভিযান চলিব নে নচলে সেয়া স্পষ্ট হোৱা নাই বুলি অৱগত কৰি তেওঁ কয় যে উচ্ছেদৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা লাগিব। এই মূহুৰ্তত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কামত ব্যস্ত আছে ।গতিকে এই সময়ছোৱাত উচ্ছেদ অভিযান চলোৱা হ’ব নে নহয় এতিয়াই স্পষ্ট কৰা টান বুলি মন্তব্য কৰে জীতেন্দ্ৰ কুমাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19FIGHT AGANIST COVID-19Lockdown
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d