Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Really Safe Country: বিশ্বৰ এনে এখন দেশ, য’ত কোনো সামগ্ৰী হেৰালেও ওভতাই পোৱা যায়

publisher by publisher
September 2, 2023
in News, International
Reading Time: 2 mins read
0
Really Safe Country: বিশ্বৰ এনে এখন দেশ, য’ত কোনো সামগ্ৰী হেৰালেও ওভতাই পোৱা যায়
2
SHARES
23
VIEWS
ShareShareShareShare

Really Safe Country:

আমাৰ দেশত কিবা সামগ্ৰী হেৰালে সেয়া ওভতাই লাভ কৰা বহু সময়ত অসম্ভৱ হয়। ভাগ্যৰ বলতহে ভাৰতত হেৰুওৱা সামগ্ৰীৰ পুনৰ সন্ধান লাভ কৰিব পাৰি। কিন্তু বিশ্বত এনে দেশো আছে, য’ত কোনো সামগ্ৰী চুৰি হ’লে বা হেৰালে অতি কম সময়ৰ ভিতৰতে তাৰ সন্ধান লাভ কৰিব পাৰি।

ADVERTISEMENT

জাপান হৈছে এনে এখন দেশ, যি দেশত যিকোনো সামগ্রী হেৰালে নাগৰিকে সেই সামগ্ৰী ঘূৰাই লাভ কৰিব পাৰে। কোৱা হয়, জাপানত কোনো সামগ্ৰী নেহেৰায়, চুৰি নহয় ।

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

JAPAN 1কোনো সামগ্ৰী ক’ৰবাত কেনেবাকৈ হেৰালেও অতি কম সময়ৰ ভিতৰতে সেয়া জাপানত ঘূৰাই পাব পাৰি। দৰাচলতে জাপানত আৰক্ষী বিভাগটো ইমানে সষ্টম যে কোনো সামগ্ৰী হেৰালেও আৰক্ষীয়ে সেয়া বিচাৰি উলিয়ায়।

সন্ধান লাভ কৰা সামগ্ৰীৰ মালিকক তিনি মাহৰ ভিতৰত বিচাৰি নাপালে উক্ত সামগ্রী। প্রাপ্ত ব্যক্তি বা পৌৰসভাক জমা দিব লাগে।

জাপানত যদি কোনো ব্যক্তিয়ে ৰেল, বাছ আদিত যাত্ৰা কৰাৰ সময়ত কেনেবাকৈ কিবা সামগ্ৰী পাহৰি এৰি থৈ আহে, তেন্তে সেই সামগ্রী অতি সহজতে ঘূৰাই লাভ কৰিব পাৰে ৷

আনকি মানী বেগ বা পাচও যদি হেৰায়, তেন্তে সেৱা ঘূৰাই পোৱা সম্ভৱ জাপানত। তথ্য অনুসৰি, জাপানত বছৰি গড়ে প্রায়

১২.৬ কোটি মানুহে কিবা নহয় কিবা সামগ্ৰী হেৰুৱায়। কিন্তু এইসকল লোকৰ সৰহ সংখ্যকে কম সময়ৰ ভিতৰতে নিজৰ হেৰুওৱা সামগ্ৰী ওভতাই পাব পাৰে। এয়া সম্ভৱ জাপানৰ আইন ব্যৱস্থাটোৰ কাৰণতে ৷

আচলতে জাপানত স্থানীয় কোবান কেন্দ্ৰৰ জৰিয়তে আৰক্ষীয়ে হেৰুওৱা সা-সামগ্ৰীৰ সন্ধানৰ ব্যৱস্থা কৰিছে। জাপানত ৬,৩০০ টা কোবান কেন্দ্ৰ আছে আৰু এই কেন্দ্ৰৰ জৰিয়তে চুৰি বা হেৰাই যোৱা সামগ্ৰীৰ সন্ধান কৰা হয়।

কোৱান কেন্দ্ৰসমূহ ক্ষুদ্র আৰক্ষী থানাৰ দৰে। আৰক্ষী বিভাগৰ স’তে কোবান কেন্দ্ৰৰ যোগাযোগ থাকে। কোবান কেন্দ্রই কোনো সামগ্ৰী হেৰুওৱা বুলি অভিযোগ লাভ কৰাৰ লগে লগে তদন্ত চলাই সেই সামগ্ৰীৰ সন্ধান উলিয়ায়।

JAPAN 2ইয়াৰ পাছত ল’ষ্ট এণ্ড ফাউণ্ড চেণ্টাৰে সেই সামগ্ৰী সংগ্ৰহ কৰি ৰাখে । ল’ষ্ট এণ্ড ফাউণ্ড চেণ্টাৰৰ ৱেবছাইট এটাও আছে আৰু ইয়াৰ জৰিয়তে হেৰাই যোৱা বা চুৰি হোৱা সামগ্ৰীৰ তথ্য পাতি বা সন্ধান লাভ কৰিব পাৰি।

এই ৱেবছাইটৰ জৰিয়তে মানুহে যিকোনো সামগ্ৰীৰ সন্ধান উলিয়াব পাৰে আৰু চুৰি হ’লেও সেই সামগ্ৰী ঘূৰাই পাব পাৰে। সেই কাৰণতে কোৱা হয়, জাপানত চুৰি কৰা সম্ভৱ নহয়। আৰক্ষী ব্যৱস্থাই জাপানক চোৰ মুক্ত কৰি ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JapanReally Safe Country
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d